• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত এইকেইটা কামত সাল-সলনি, আজিয়ে সাজু হওক

নতুন বছৰত এইকেইটা কামত সাল-সলনি, আজিয়ে সাজু হওক

1 year ago
বিজেপিৰ সংকল্প পত্ৰত ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰত ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

12 seconds ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

47 minutes ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

2 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

2 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

3 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

13 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

14 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

14 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

14 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

15 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত এইকেইটা কামত সাল-সলনি, আজিয়ে সাজু হওক

editor by editor
December 30, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
নতুন বছৰত এইকেইটা কামত সাল-সলনি, আজিয়ে সাজু হওক
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰত এইকেইটা কামত সাল-সলনি, আজিয়ে সাজু হওক

নতুন বছৰ সমাগত, মাজত আৰু মাথো এটা দিন। তাৰ পূৰ্বে আহিছে খবৰ। নতুন বছৰত ১ জানুৱাৰীৰ পৰা সাল-সলনি ঘটিব কেইবাটাও দৈনন্দিন কাম-কাজত। যাৰ বাবে আজিয়ে সাজু হোৱাটো প্ৰয়োজন। জিএছটি, ভিছা, এল পি জি, ইপিএফঅ, ইউপি আই আদিত পৰিৱৰ্তন।

এল পি জি চিলিণ্ডাৰ দামৰ পৰিৱৰ্তন-
প্ৰতিমাহৰ আৰম্ভণিতে হ্ৰাস বা বৃদ্ধি হয় চিলিণ্ডাৰৰ মূল্য। শেহতীয়াকৈ ১৯কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম উঠা-নমা হৈছে, আনহাতে কেইবামাহ ধৰি স্থিৰাৱস্থাত আছে ১৪কেজি চিলিণ্ডাৰৰ মূল্য। গতিকে ২০২৫ৰ পহিলা জানুৱাৰীতে উঠা-নমা হব পাৰে এল পি জি চিলিণ্ডাৰৰ দাম।

কৰ্মচাৰী ভৱিষ্যত নিধিৰ পেঞ্চন উলিওৱাৰ সুবিধা-
কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচনৰ (ই পি এফ অ’) পেঞ্চনাৰসকলে ১ জানুৱাৰীৰ পৰা অতিৰিক্ত পৰীক্ষণ অবিহনে যিকোনো বেংকৰ পৰা পেঞ্চন উলিয়াব পাৰিব, যাৰ ফলত তেওঁলোকৰ বাবে ইয়াক অধিক সুলভ কৰি তোলা হ’ব। লগতে প্ৰায় ৭কোটিৰো অধিক কৰ্মচাৰীয়ে পহিলা জানুৱাৰীৰ পৰাই লাভ কৰিব এ টি এমৰ সুবিধা। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য।

ম্যাদ উকলিব এন এছ ইৰ চুক্তিৰ
শেহতীয়াকৈ ৰাষ্ট্ৰীয় ষ্ট্ৰক একচেঞ্জে তেওঁলোকৰ চুক্তিৰ ম্যাদ উকলাৰ তাৰিখ ঘোষণা কৰিছে। বছৰটোৰ শেষৰ দিনটোত অন্ত পৰিব ষ্ট্ৰক একচেঞ্জৰ ত্ৰিমাসিক চুক্তি। ২০২৫ৰ ২জানুৱাৰীৰ পৰা এই চুক্তি পুনৰ নতুনকৈ আৰম্ভ কৰিব লাগিব।

ইউপিআই লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে
ইউপিআই ১২৩পেৰ লেনদেনৰ সীমা ৫,০০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰা হ’ব, এইদৰে ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলে লেনদেন কৰাৰ ক্ষেত্ৰত সুবিধা পাব। ২০২৫ৰ পহিলা জানুৱাৰীৰ পৰাই এই নীতি কাৰ্যকৰী হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 1 January2025EPFOLPG
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ
বাণিজ্য

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
Next Post
পূজাৰী সকলে প্ৰতিমাহে পাব ১৮ হাজাৰ টকা, নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ ঘোষণা

পূজাৰী সকলে প্ৰতিমাহে পাব ১৮ হাজাৰ টকা, নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ ঘোষণা

বছৰৰ আৰম্ভণিতে ধন যোগ, নতুন সপ্তাহত উন্নতিয়ে আহি ধৰা দিব ৫ ৰাশিৰ

বছৰৰ আৰম্ভণিতে ধন যোগ, নতুন সপ্তাহত উন্নতিয়ে আহি ধৰা দিব ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.