• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ChatGPTয়ে ডিজিটেল পৃথিৱীলৈ আনিছে পৰিবৰ্তন… চাকৰি হেৰোৱাব ১৮ খন ক্ষেত্ৰৰ কৰ্মচাৰীয়ে!

ChatGPTয়ে ডিজিটেল পৃথিৱীলৈ আনিছে পৰিবৰ্তন… চাকৰি হেৰোৱাব ১৮ খন ক্ষেত্ৰৰ কৰ্মচাৰীয়ে!

3 years ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

22 minutes ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

1 hour ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

2 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

3 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

4 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

20 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

21 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

21 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

23 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

23 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

24 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ChatGPTয়ে ডিজিটেল পৃথিৱীলৈ আনিছে পৰিবৰ্তন… চাকৰি হেৰোৱাব ১৮ খন ক্ষেত্ৰৰ কৰ্মচাৰীয়ে!

editor by editor
March 17, 2023 - Updated on March 29, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, ভাৰত
0
ChatGPTয়ে ডিজিটেল পৃথিৱীলৈ আনিছে পৰিবৰ্তন… চাকৰি হেৰোৱাব ১৮ খন ক্ষেত্ৰৰ কৰ্মচাৰীয়ে!
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তথ্যপ্ৰযুক্তিৰ হাতত ধৰি আগবাঢ়িছে মানৱ সমাজ৷ প্ৰযুক্তিৰ পৃথিৱীত নতুনকৈ সংযোজিত হৈছে এক প্লেটফৰ্ম ChatGPT. ChatGPT বৰ্তমানো সকলোৰে বাবে মুকলি কৰা হোৱা নাই৷ পৰীক্ষামূলকভাৱে একাংশই দৈনন্দিন কাৰ্যত ব্যৱহাৰ কৰিবলৈ লওতেই ইয়াৰ কাৰ্যক্ষমতা দেখি হতবাক সকলো৷ এই কৃত্ৰিম বুদ্ধিমত্তাক লৈ বিস্ময় যেনেদৰে বাঢ়িছে তেনেকৈয়ে এক অজান ভয়েও দেখা দিছে৷ কাৰণ বহু মানুহৰ কাৰ্য অকলেই কৰি পেলোৱাৰ ক্ষমতা আছে ChatGPT-ৰ৷

আমেৰিকাৰ বেছিভাগ সংস্থাই ChatGPT ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ সাম্প্ৰতিক সমীক্ষাত প্ৰকাশ পোৱামতে, সেই সংস্থাসমূহে ChatGPT অহাৰ পিছত বহুসংখ্যক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে৷ কেৱল আমেৰিকাতেই এনে হৈছে নহয়৷ সমগ্ৰ বিশ্বতেই ChatGPT-ৰ পৰীক্ষামূলক ব্যৱহাৰ আৰম্ভ হৈছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নত ভাৰ্ছন ChatGPTয়ে ১৮ খন ক্ষেত্ৰত কাম কৰা কৰ্মচাৰীলৈ কঢ়িয়াইছে বিপদ৷

কি কি ক্ষেত্ৰত কাম হেৰুৱাব পাৰে মানুহে?

ChatGPT য়ে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিলে চাকৰি হেৰুৱাব পাৰে ডাটা এণ্ট্ৰি অপাৰেটৰ, প্ৰুফৰিডাৰ, বুককিপাৰ, অনুবাদক, কপিৰাইটাৰ, গ্ৰাহক সেৱা প্ৰতিনিধি, পেৰালিগাৰ, মাৰ্কেট ৰিচাৰ্ছ এনালিষ্ট, ছচিয়েল মিডিয়া মেনেজাৰ, এপইণ্টমেণ্ট স্কেডিওলাৰ, ট্ৰান্সস্ক্ৰিপছনিষ্ট, নিউজ ৰিপৰ্টাৰ, ট্ৰেভেল এজেণ্ট, টিউচন মাষ্টৰ, টেকনিকেল ছাপৰ্ট এনালিষ্ট, ইমেইল মাৰ্কেটাৰ, কনটেণ্ট মডাৰেটৰ, নিয়োগকৰ্তা আদিয়ে চাকৰি হেৰুৱাব পাৰে৷

উল্লেখ্য যে কমসময়তে নিৰ্ভুলভাৱে কাম কৰাৰ বাবে বিভিন্নক্ষেত্ৰত সমাদৰ লাভ কৰিছে ChatGPTয়ে৷ যেনে গাণিতিক সমাধান, সাহিত্যৰ জ্ঞান, ভাষাৰ দক্ষতা সকলোবোৰতেই দ্ৰুতসময়তে সঠিক উত্তৰ দাঙি ধৰিবলৈ সক্ষম ChatGPT. কেৱল সাধাৰণ লোকেই নহয় ChatGPTৰ পৰা ভৱিষ্যতে আহিবলগা পৰিবৰ্তন সন্দৰ্ভত মত প্ৰকাশ কৰিছে টুইটাৰৰ চিইঅ’ এলন মাস্কেও৷ এলন মাস্কে ChatGPT সন্দৰ্ভত কয়, মানুহৰ সকলো কাম ChatGPTয়ে কৰিলে মানুহলৈ কি কাম বাকী থাকিব?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
Next Post
সময়ৰ সৈতে সংবিধানো সলনি হয়, মেট্ৰিক সলনি হ’ব নোৱাৰে কিয়ঃ ডিম্পু বৰুৱা

সময়ৰ সৈতে সংবিধানো সলনি হয়, মেট্ৰিক সলনি হ’ব নোৱাৰে কিয়ঃ ডিম্পু বৰুৱা

‘ঠৌক দৌ’, উত্তৰপ্ৰদেশত ৬ বছৰত ১০,০০০ এনকাউণ্টাৰ! নিহতৰ সংখ্যা কিমান? চৰকাৰ আৰু আৰক্ষীৰ হিচাপত বেলেগ বেলেগ তথ্য…

‘ঠৌক দৌ’, উত্তৰপ্ৰদেশত ৬ বছৰত ১০,০০০ এনকাউণ্টাৰ! নিহতৰ সংখ্যা কিমান? চৰকাৰ আৰু আৰক্ষীৰ হিচাপত বেলেগ বেলেগ তথ্য...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.