• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

1 year ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

23 minutes ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

1 hour ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

3 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

4 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

5 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

5 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

6 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

8 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

8 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

editor by editor
June 17, 2025
in জীৱনশৈলী, লেখা
0
এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মিথুন ৰাশিত বৰ্তমান অৱস্থান কৰিছে সূৰ্য, বুধ আৰু বৃহস্পতি৷ ইয়াৰ ফলত মিথুন ৰাশিত গঠিত হৈছে ত্ৰিগ্ৰহী যোগ৷ ইয়াৰোপৰি আকৌ ২৬ জুনত মিথুন ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই৷ অৰ্থাৎ এক ঘৰত থাকিব সূৰ্য, বুধ, বৃহস্পতি আৰু চন্দ্ৰ৷ ইয়াৰ ফলত গঠিত হব চতুৰ্গ্ৰহী যোগ৷ এই শুভ যোগত লাভজনক ফল পাব এই পাঁচ ৰাশিৰ জাতকৰ৷ আগন্তুক ২৭ জুনত পালিত হব ৰথযাত্ৰা৷ তাৰ ঠিক পূৰ্বেই চতুৰ্গ্ৰহী যোগে কোন কোন ৰাশিৰ ভাগ্য খুলিব?

বৃষ ৰাশি

চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱত সকলো কামতেই সৌভাগ্যক কাষত পাব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জনপ্ৰিয়তা কেইবাগুণো বাঢ়িব৷ আপোনাৰ কথা সকলোৱে গুৰুত্বসহকাৰে লব৷ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ আৰ্থিকভাৱে উন্নতি কৰাৰ সম্ভাৱনা আছে৷ সংসাৰত সুখ শান্তিৰ পৰিবেশ থাকিব৷ শহুৰৰ ঘৰৰ পৰাও বিশেষ লাভৱান হব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে চতুৰ্গ্ৰহী যোগত বাম্পাৰ লাভ আহিব পাৰে৷ শিক্ষাক্ষেত্ৰৰ সৈতে যুক্ত ব্যক্তিয়ে বৃহৎ সাফল্য পাব পাৰে৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ সন্তান লাভ কৰিবলৈ ইচ্ছুক দম্পতিয়ে শীঘ্ৰেই সুখবৰ পাব৷ সমাজত আপোনাৰ প্ৰতিপত্তি বাঢ়িব৷ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব৷

সিংহ ৰাশি

২৬ জুনৰ পৰা চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱত ভাল আৰ্থিক উন্নতি হব সিংহ ৰাশিৰ জাতকৰ৷ দীৰ্ঘদিনৰ আৰ্থিক সমস্যা এই সময়ত দূৰ হব৷ উপাৰ্জনৰ নতুন পথ আপোনাৰ সন্মুখত খুলিব৷ পঢ়াশুনা, প্ৰেম আৰু বিবাহৰ বাবে এই সময় অনুকূল৷ ফচি থকা ধন উদ্ধাৰ কৰিব পাৰিব৷ সম্পত্তি সংক্ৰান্তিয় গোচৰত ৰায় আপোনাৰ পক্ষে আহিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱত আপুনি তীৰ্থযাত্ৰালৈ যাব পাৰে বা কোনো ধৰ্মীয় অনুষ্ঠানত অংশ লব পাৰে৷ আপুনি পৰিশ্ৰম কৰিলে তাৰ ফল নিশ্চয় পাব৷ ভায়েক ভনীয়েকৰ সাহায্যই আপোনাৰ উন্নতিত সহায় কৰিব৷ কেৰিয়াৰ সংক্ৰান্তিয় ডাঙৰ সিদ্ধান্ত ললে আপোনাৰ বাবে লাভজনক হব৷

কুম্ভ ৰাশি

চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱত আৰ্থিক উন্নতি আৰু কেৰিয়াৰত বৃহৎ সাফল্য লাভৰ সম্ভাৱনা আছে কুম্ভ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ আয় বাঢ়িব৷ কেৰিয়াৰ সংক্ৰান্তিয় পৰিকল্পনাত সফল হব৷ উন্নতিৰ নতুন সুযোগে আপোনাৰ দুৱাৰত টুকুৰিয়াব৷ এই সময়ত জীৱনলৈ স্থিতিশীলতা আহিব৷ সন্তান সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস
জীৱনশৈলী

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

October 16, 2026
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!
নিয়োগ

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

October 16, 2026
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন
নিয়োগ

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

October 16, 2026
Next Post
মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক

মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক

হংস মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ, সকলো কামতেই সাফল্য আহিব ৩ৰাশিৰ জাতক-জাতিকাৰ

হংস মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ, সকলো কামতেই সাফল্য আহিব ৩ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.