• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক

মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক

1 year ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

7 minutes ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

1 hour ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

2 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

4 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

4 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

5 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

14 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

14 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

15 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

15 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

17 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক

মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক

editor by editor
June 17, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, লেখা
0
মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
নিৰাপদে অৱসৰ জীৱনত উপভোগ কৰাৰ বাবে প্ৰায় সকলোৱেই বিনিয়োগ কৰে৷ চাকৰিয়ালে চাকৰি জীৱন আৰম্ভ কৰাৰ লগে লগেই ভৱিষ্যতৰ কথা ভাৱি বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে৷ এনে বহুলোকেই আছে যিসকলে বিনিয়োগ কৰাৰ বাবে নিৰাপদ মাধ্যম বিচাৰি ফুৰে৷ ফলত সকলোতকৈ নিৰাপদ বুলি পোষ্ট অফিচকেই গণ্য কৰে৷ কাৰণ কেন্দ্ৰীয় চৰকাৰৰ আওঁতাত আছে পোষ্ট অফিচ৷ পোষ্ট অফিচৰ সকলো কাম পোনপটিয়াকৈ নিয়ন্ত্ৰণ কৰে চৰকাৰে৷ সেই কাৰণেই পোষ্ট অফিচত বিনিয়োগকাৰীয়ে জমা কৰা টকা সম্পূৰ্ণৰূপে নিৰাপদে থাকে৷
বিনিয়োগকাৰীৰ মাজত জনপ্ৰিয় পোষ্ট অফিচৰ বিভিন্ন স্কিম৷ তাৰমাজতেই এক দুৰ্দান্ত স্কিমৰ বিষয়ে জানি থওক৷ পোষ্ট অফিচ পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত নিজৰ পত্নীৰ সৈতে এটা একাউণ্ট খুলিব পাৰে৷ ইয়াৰে আকৰ্ষণীয় বিষয়টো হৈছে এইক্ষেত্ৰত দ্বিগুণ সুবিধা পাব পাৰে বিনিয়োগকাৰীয়ে৷ এই একাউণ্টত বিনিয়োগকাৰীয়ে ১.৫ লাখ টকা পৰ্যন্ত জমা কৰিব পাৰে৷ ইয়াত দ্বিগুণ সুদ প্ৰদান কৰে পোষ্ট অফিচে৷
একে সময়তে এই একাউণ্টত বিনিয়োগকাৰীয়ে এক অৰ্থবৰ্ষত স্ত্ৰীৰ নামত ১.৫লাখ টকাও জমা কৰিব পাৰে৷ দুই একাউণ্টৰ পৰাই তেতিয়া সুদ লাভ কৰিব আপুনি৷ পোষ্ট অফিচৰ টাইম ডিপজিটত বিনিয়োগকাৰীয়ে কি কি সুবিধা লাভ কৰে? চলিত বছৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা আৰ বি আইয়ে এইবছৰ ৰেপো ৰেট মুঠ ০.৫০শতাংশ কমাই দিছে৷ আৰু এয়া দ্বিতীয়বাৰৰ বাবে কমোৱা হৈছে৷ আৰ বি আইয়ে প্ৰথমে ফেব্ৰুৱাৰী মাহত ৰেপো ৰেট ০.২৫শতাংশ আৰু তাৰপিছতেই এপ্ৰিল মাহত আকৌ ০.২৫শতাংশ কমাই দিছে৷ তাৰপিছতেই এতিয়া ৰেপো ৰেট ৬.৫০শতাংশৰ পৰা কমাই ৬.০০শতাংশ কৰা হৈছে৷
আৰ বি আইৰ ৰেপো ৰেট কমোৱাৰ পাছত সমস্ত বেংকৰ এফ ডিত সুদৰ হাৰ কমিছে৷ কিন্তু পোষ্ট অফিচে এতিয়াও পূৰ্বৰ দৰেই গ্ৰাহকক বাম্পাৰ সুদ দিছে৷ পোষ্ট অফিচত এতিয়াও পূৰ্বৰ দৰেই গ্ৰাহকক অফাৰ দিয়া হৈছে৷ প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে প্ৰতি ৩ মাহৰ অন্তৰে অন্তৰে বেংক আৰু পোষ্ট অফিচৰ স্মল ছেভিংছ স্কিমৰ সুদৰ হাৰ পৰিবৰ্তন হৈ থাকে৷ জানি থওক কোনোৱে যদি নিজৰ পত্নীৰ নামত পোষ্ট অফিচত ২ বছৰৰ বাবে এফ ডি কৰি ২ লাখ টকা জমা কৰে তেন্তে মেচিউৰিটিত কিমান টকা লাভ কৰিব৷
পোষ্ট অফিচে ১ বছৰৰ টি ডিত ৬.৯০শতাংশ আৰু ২ বছৰৰ টি ডিত ৭.০০ শতাংশ আৰু ৩ বছৰৰ টি ডিত ৭.১শতাংশ আৰু ৫ বছৰৰ টিডিত ৭.৫শতাংশ সুদ দিছে৷ পোষ্ট অফিচে তেওঁলোকৰ গ্ৰাহকক সমান সুদেই প্ৰদান কৰে৷ বিনিয়োগকাৰীৰ পত্নীৰ নামত যদি পোষ্ট অফিচত ২ বছৰৰ বাবে ২ লাখ টকা টিডি স্কিমত ৰখা হয় তেতিয়া ম্যাদৰ শেষত ব্যক্তিজনৰ পত্নীৰ একাউণ্টত জমা হব মুঠ ২২৯৭৭৬ টকা৷ জমা কৰা ২ লাখৰ ওপৰিও ২৯৭৭৬ টকা সুদ আপুনি লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?
অসম

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

September 26, 2026
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

September 26, 2026
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 
অসম

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
Next Post
হংস মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ, সকলো কামতেই সাফল্য আহিব ৩ৰাশিৰ জাতক-জাতিকাৰ

হংস মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ, সকলো কামতেই সাফল্য আহিব ৩ৰাশিৰ জাতক-জাতিকাৰ

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.