• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?

1 year ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

19 minutes ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

1 hour ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

2 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

2 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

3 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

20 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

21 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

21 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

22 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

22 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

23 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?

editor by editor
June 17, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি এতিয়া ডায়বেটিছ বাঢ়ি অহা ৰোগ৷ ভাৰতো তাৰ ব্যতিক্ৰম নহয়৷ দীৰ্ঘদিন ধৰি ডায়বেটিছ নিয়ন্ত্ৰণত নাথাকিলে নানান জটিল ৰোগৰ আশংকা বাঢ়ি থাকে৷ সেয়ে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰখা জৰুৰী৷ টাইপ-২ ডায়বেটিছ ঔষধৰ সৈতে প্ৰয়োজনত জীৱনযাপনত পৰিবৰ্তন, নিয়মিত শৰীৰচৰ্চা, স্বাস্থ্যকৰ ডায়েট৷ আধুনিক গৱেষণাত দাবী কৰা হৈছে যে এক নিৰ্দিষ্ট ভিটামিনৰ অভাৱত শৰীৰত ইনছুলিনৰ কামত প্ৰভাৱ পৰে, যি ডায়বেটিছৰ আশংকা বঢ়াই দিয়ে৷

শৰীৰ সুস্থ ৰাখিবলৈ অন্যতম প্ৰয়োজনীয় উপাদান হৈছে ভিটামিন ডি৷ এই ভিটামিনে কেৱল হাড়ৰ স্বাস্থ্য ঠিকে নাৰাখে, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিপাক নিয়ন্ত্ৰণ কৰে৷ ইয়াৰোপৰি শৰীৰত ইনছুলিন উৎপাদন আৰু ইয়াৰ প্ৰভাৱ বঢ়োৱাত সহায় কৰে৷ শৰীৰত ভিটামিন ডিৰ ঘাটি হলে ইনছুলিনে ঠিকমতে কাম নকৰে আৰু ৰক্ত শৰ্কৰাৰ মাত্ৰা বঢ়াবলৈ আৰম্ভ কৰে৷ যাৰ কাৰণে টাইপ ২ ডায়বেটিছৰ আশংকা বাঢ়ি যায়৷ ভিটামিন ডিৰ সৈতে ডায়বেটিছৰ এক যোগসূত্ৰ বহু দিন পূৰ্বেই বিচাৰি পাইছে গৱেষকে৷

ভিটামিন ডিৰ সমৃদ্ধ উৎস হৈছে সূৰ্যলোক৷ ইয়াৰোপৰি বেছ কিছু খাদ্যৰ পৰাও এই ভিটামিন পোৱা যায়৷ ভিটামিন ডি যিয়ে তেজৰ গ্লুকজৰ মাত্ৰা কমাব পাৰে যি বহুতেই নাজানে৷ বিশেষকৈ যিসকলে ইতিমধ্যে প্ৰি ডায়বেটিছত আক্ৰান্তসকলৰ বাবে ভিটামিন ডি অত্যন্ত গুৰুত্বপূৰ্ণ৷

কেনেকৈ বুজিব ভিটামিন ডিৰ ঘাটি?

ভিটামিন ডিয়ে শৰীৰত কেলছিয়াম আৰু ফছফৰাছ শোষণ নিয়ন্ত্ৰণত সহায় কৰে৷ এই ভিটামিনৰ অভাৱ হলে আঁঠু, কঁকালসহ জয়েণ্টৰ বিষো হব পাৰে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব, বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ কৰাত ডাঙৰ ভূমিকা পালন কৰে ভিটামিন ডিয়ে৷ ঘনে ঘনে ভাইৰেল জ্বৰ, চৰ্দি কাঁহত ভূগিলে শৰীৰত ভিটামিন ডিৰ ঘাটিৰ লক্ষণ হব পাৰে৷ হাত, ভৰি ঝিনঝিন কৰাও ভিটামিন ডিৰ ঘাটিৰ কাৰণ হব পাৰে৷ ভিটামিন ডিৰ অভাৱত চুলি আৰু ছালৰো ক্ষতি হব পাৰে৷ অতিৰিক্ত চুলি সৰা, ছাল ৰুক্ষ হোৱা লক্ষণসমূহে দেখা দিলে অনতিপলমে ভিটামিন ডিৰ পৰীক্ষা কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান
জীৱনশৈলী

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

September 3, 2026
Next Post
I am just a loser papa…পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল’লে ইপ্সিতা দাসে, ইপ্সিতাৰ মৃত্যুৰ বাবে কিয় পৰিয়ালৰ লোকে আনিছে দূৰ সম্পৰ্কীয় মোমায়েকৰ বিৰুদ্ধে এই অভিযোগ?

I am just a loser papa…পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল’লে ইপ্সিতা দাসে, ইপ্সিতাৰ মৃত্যুৰ বাবে কিয় পৰিয়ালৰ লোকে আনিছে দূৰ সম্পৰ্কীয় মোমায়েকৰ বিৰুদ্ধে এই অভিযোগ?

শনিৰ মাৰ্গীত ভয়ংকৰ শক্তি বাঢ়িছে, সৌভাগ্য তুংগত উঠিব ৩ ৰাশিৰ, বাঢ়িব আয়, অৰ্থ সাফল্যৰে ভৰিব জীৱন

শনিৰ মাৰ্গীত ভয়ংকৰ শক্তি বাঢ়িছে, সৌভাগ্য তুংগত উঠিব ৩ ৰাশিৰ, বাঢ়িব আয়, অৰ্থ সাফল্যৰে ভৰিব জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.