• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছৰ পূৰ্বে সুখবৰ, কমিব সোণৰ দাম, ২২ কেৰেট সোণ কিনিবলৈ গ’লে কিমান খৰচ হ’ব?

ধনতেৰছৰ পূৰ্বে সুখবৰ, কমিব সোণৰ দাম, ২২ কেৰেট সোণ কিনিবলৈ গ’লে কিমান খৰচ হ’ব?

2 years ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

47 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

15 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

15 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

15 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

16 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

17 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

17 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

17 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

19 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

19 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

20 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধনতেৰছৰ পূৰ্বে সুখবৰ, কমিব সোণৰ দাম, ২২ কেৰেট সোণ কিনিবলৈ গ’লে কিমান খৰচ হ’ব?

ধনতেৰছৰ পূৰ্বে সুখবৰ, কমিব সোণৰ দাম, ২২ কেৰেট কিনিবলৈ গ’লে কিমান খৰচ হ’ব?

editor by editor
October 28, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ধনতেৰছৰ পূৰ্বে সুখবৰ, কমিব সোণৰ দাম, ২২ কেৰেট সোণ কিনিবলৈ গ’লে কিমান খৰচ হ’ব?
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উৎসৱৰ বতৰত আকৌ এটা সুখবৰ৷ আকৌ নিম্নগামী হৈছে সোণৰ দাম৷ কাইলৈ মঙলবাৰে ধনতেৰছ৷ তাৰ পূৰ্বে সোমবাৰে কমিছে সোণৰ দাম৷ খাটি সোণৰ দাম বৰ্তমান ৮০ হাজাৰৰ তলত৷ ২২ কেৰেট সোণৰ দাম কেইবাশ কমিছে৷ ধনতেৰছ, দীপাৱলিৰ পূৰ্বে বহুতেই সোণ ক্ৰয় কৰে৷ ধনতেৰচ, দীপাৱলিৰ পূৰ্বে সোণ ক্ৰয় কৰিবলৈ জানি থওক সোণৰ দাম৷

এক নজৰত জানি থওক আজি সোণৰ দাম কোন চহৰত কিমান?

গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৫, ৩০০ টকা৷ আৰু ১০ গ্ৰাম ২৪ কেৰেটৰ দাম ৭৯, ০৭০টকা৷

কলকাতাত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩,১৫০ টকা৷ ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৭৯,৮০০ টকা৷

দিল্লীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩,৭৪০ টকা৷ ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৮০,৪৩০টকা৷

আহমেদাবাদত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩,৬৮০ টকা৷ ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৮০,৩৩০ টকা৷

মুম্বাইৰ ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩,১৫০ টকা৷ ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৭৯,৮০০ টকা৷

চেন্নাইত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩, ৭৮০টকা৷ ১০ গ্ৰাম ২৪ কেৰেটৰ দাম ৭৯,৮০০ টকা৷

জয়পুৰত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩,৭৮০ টকা৷ ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৮০, ৪৩০টকা৷

বাংগালুৰুত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩,১৫০ টকা৷ ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৭৯,৮০০ টকা৷

পুনেত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩,১৫০ টকা৷ ১০ গ্ৰাম ২৪ কেৰেটৰ দাম ৭৯,৮০০ টকা৷

গুৰুগ্ৰামত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩,৭৪০ টকা৷ ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৮০, ৪৩০টকা৷

পাটনাত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩,৬৮০ টকা৷ ১০ গ্ৰাম ২৪ কেৰেটৰ দাম ৮০,৩৩টকা৷

হায়দৰাবাদত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৩, ১৫০ টকা৷ ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৭৯,৮০০টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

September 19, 2026
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
Next Post
৫০০ বছৰৰ পাছত একলগ বৃহস্পতি শনি! ৪ৰাশিৰ সলনি হ’ব জীৱন, দীপাৱলিত কাৰ কাৰ হাতলৈ আহিব ধন?

৫০০ বছৰৰ পাছত একলগ বৃহস্পতি শনি! ৪ৰাশিৰ সলনি হ’ব জীৱন, দীপাৱলিত কাৰ কাৰ হাতলৈ আহিব ধন?

ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত

ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.