• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০০ বছৰৰ পাছত একলগ বৃহস্পতি শনি! ৪ৰাশিৰ সলনি হ’ব জীৱন, দীপাৱলিত কাৰ কাৰ হাতলৈ আহিব ধন?

৫০০ বছৰৰ পাছত একলগ বৃহস্পতি শনি! ৪ৰাশিৰ সলনি হ’ব জীৱন, দীপাৱলিত কাৰ কাৰ হাতলৈ আহিব ধন?

2 years ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

31 minutes ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

1 hour ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

15 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

16 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

16 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

17 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

17 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

18 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

18 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

19 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

19 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০০ বছৰৰ পাছত একলগ বৃহস্পতি শনি! ৪ৰাশিৰ সলনি হ’ব জীৱন, দীপাৱলিত কাৰ কাৰ হাতলৈ আহিব ধন?

৫০০ বছৰৰ পাছত একলগ বৃহস্পতি শনি! ৪ৰাশিৰ সলনি হ’ব জীৱন, দীপাৱলিত কাৰ কাৰ হাতলৈ আহিব ধন?

editor by editor
October 28, 2024
in জীৱনশৈলী
0
৫০০ বছৰৰ পাছত একলগ বৃহস্পতি শনি! ৪ৰাশিৰ সলনি হ’ব জীৱন, দীপাৱলিত কাৰ কাৰ হাতলৈ আহিব ধন?
0
SHARES
20k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলিলৈ মাজত মাত্ৰ দুদিন৷ পোহৰৰ উৎসৱৰ বাবে এতিয়া সাজু সকলো৷ এইবাৰ দীপাৱলিত বৃহৎ পৰিবৰ্তন আহিব ৩ৰাশিৰ জীৱনত৷ প্ৰকৃততে নিৰ্দিষ্ট সময়ৰ অন্তৰালত প্ৰতিটো গ্ৰহই স্থান পৰিবৰ্তন কৰে৷ যাৰ প্ৰভাৱ পৰিব বিভিন্ন ৰাশিৰ জীৱনত৷ এইবাৰ দীপাৱলিত শনি আৰু বৃহস্পতিৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰহ ওলোটা গতিত বা মাৰ্গী দশাত থাকিব৷ প্ৰায় ৫০০ বছৰৰ পাছত জ্যোতিষমতে এনে বিৰল ঘটনা ঘটিবলৈ গৈছে৷

শনিয়ে তাৰ মূল ত্ৰিভূজ ৰাশিচক্ৰ কুম্ভ ৰাশিত বিপৰীতমুখী হ’ব৷ অন্যহাতে দেৱতাসকলৰ গুৰু বৃহস্পতিয়ে বৃষ ৰাশিত বিপৰীত দিশত চলিব৷ দীপাৱলিত এই ২গ্ৰহৰ বিপৰীত গতিয়ে ৩ৰাশিলৈ সৌভাগ্য কঢ়িয়াই আনিব৷ সুখ সমৃদ্ধিৰ যোগ কাৰ কাৰ জীৱনত আছে?

বৃষ ৰাশি

বৃহস্পতি আৰু শনিৰ বিপৰীত চলন বৃষ ৰাশিৰ জাতকৰ বাবে শুভ৷ বিভিন্ন ক্ষেত্ৰত আৰ্থিক সুবিধা পাব এই ৰাশিৰ মানুহে৷ নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত উন্নতি, দৰমহা বাঢ়িব পাৰে৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব৷ পৰিয়ালত সুখ শান্তি থাকিব৷

সিংহ ৰাশি

বৃহস্পতি আৰু শনিৰ বিপৰীতমুখী গতি সিংহ ৰাশিৰ বাবে লাভজনক হ’ব৷ যিসকলে চাকৰি বিচাৰিছে তেওঁলোকে চাকৰি পোৱাৰ যোগ আছে৷ পুৰণি চাকৰিত পদোন্নতি হ’ব পাৰে৷ ব্যৱসায়ত লাভ পাব৷ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ বাবে এইবাৰৰ দীপাৱলি শুভ৷ নিশাই বিপুল টকা পোৱাৰ যোগ আছে৷ ঘৰত বাহন, সম্পত্তি আহিব৷ পৰিয়ালত সুখ থাকিব৷ অংশীদাৰিৰ ব্যৱসায়ত লাভ পাব৷

মকৰ ৰাশি

দুই গ্ৰহৰ মিলনে মকৰ ৰাশিৰ বাবে সুদিন কঢ়িয়াই আনিব৷ অপ্ৰত্যাশিত ধন পাব পাৰে৷ ব্যৱসায়ত বৃহৎ চুক্তিৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত

ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত

পুনৰ ৭১ বিধ ঔষধ ভুৱা- Pan-D, Shelcal 500 আদিৰ গুণগত মান বিফল, তালিকাত আৰু কি কি ?

পুনৰ ৭১ বিধ ঔষধ ভুৱা- Pan-D, Shelcal 500 আদিৰ গুণগত মান বিফল, তালিকাত আৰু কি কি ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.