• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃ আছিল এগৰাকী বাছচালক! বৰ্তমান তেওঁৰ দেশৰ জনপ্ৰিয় অভিনেতাৰ ভিতৰত এজন, কিমান সম্পত্তিৰ মালিক যশ?

2 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

11 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

12 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

13 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

14 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

15 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

16 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

17 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিতৃ আছিল এগৰাকী বাছচালক! বৰ্তমান তেওঁৰ দেশৰ জনপ্ৰিয় অভিনেতাৰ ভিতৰত এজন, কিমান সম্পত্তিৰ মালিক যশ?

পিতৃ আছিল এগৰাকী বাছচালক! বৰ্তমান তেওঁৰ দেশৰ জনপ্ৰিয় অভিনেতাৰ ভিতৰত এজন, কিমান সম্পত্তিৰ মালিক যশ?

editor by editor
January 8, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পিতৃ আছিল এগৰাকী বাছচালক! বৰ্তমান তেওঁৰ দেশৰ জনপ্ৰিয় অভিনেতাৰ ভিতৰত এজন, কিমান সম্পত্তিৰ মালিক যশ?
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁ দক্ষিণী তাৰকা৷ কিন্তু কে জি এফ ছবিত অভিনয় কৰি তেওঁ সমগ্ৰ দেশতে পৰিচিত৷ কেজিএফ ছবিৰ প্ৰতিটো ভাগেই বক্সঅফিচত খুবেই হিট৷ ২০২৬ চনত তেওঁৰ হাতলৈ আহিছে দুখনকৈ বিগ বাগেটৰ ছবি৷ এখন হৈছে নীতেশ তিৱাৰীৰ ছবি ৰামায়ণ৷ এই ছবিত তেওঁক দেখা যাব ৰাৱণৰ চৰিত্ৰত৷ ইয়াৰ সৈতে বহু চৰ্চিত ছবি টক্সিকতো দেখা যাব যশক৷

কান্নাড়া ছবিজগতৰ অন্যতম নাম হৈছে যশ৷ বিনোদনজগতত এই নামেৰে পৰিচিত হলেও তেওঁৰ প্ৰকৃত নাম নবীনকুমাৰ গৌড়া৷ বলীউডৰ তাৰকাসকলৰ সৈতেও তেওঁৰ নাম একেশাৰীত৷ সেই যশেই ৪০ বছৰ পূৰ্ব কৰি ৪১ বছৰত ভৰি দিছে আজি৷ ৪০ বছৰ বয়সতে একাধিক হিট ছবি আছে তেওঁৰ৷ বহুতেই জানিব খোজে ইমান হিট ছবি উপহাৰ দিয়া যশ কিমান সম্পত্তিৰ মালিক?

খবৰ অনুসৰি যশ প্ৰায় ৫৩ কোটি টকা সম্পত্তিৰ মালিক৷ অভিনেতাৰ মাহিলী আয় ৫৫-৬০লাখ টকা৷ অৰ্থাৎ বাৰ্ষিক আয় ৭-৮ কোটি টকা৷ প্ৰতিখন ছবিতেই তেওঁ মোটা পাৰিশ্ৰমিক লয়৷ প্ৰতিখন ছবিৰ বাবেই ২০-২৫ কোটি টকা পাৰিশ্ৰমিক লয় যশে৷

বিলাসবহুল জীৱনযাপন কৰিবলৈ ভালপায় যশে৷ বাংগালুৰুত বিলাসী এলেকাত ডুপ্লেক্স ঘৰত থাকে যশ৷ বাহনৰ শাৰীত আছে মাৰ্ছিডিজ বেনজ, অ ডি, বিএমডব্লিউৰ বাহন৷ অভিনয়ৰ ওপৰিও সমাজসেৱাৰ বাবেও পৰিচিত যশ৷ নিজৰ স্বেচ্ছাসেৱী সংস্থাও আছে তেওঁৰ৷

পত্নী ৰাধিকা পণ্ডিত আৰু দুই পুত্ৰ-কন্যা আয়ৰা আৰু আয়ুষক লৈ সংসাৰ যশৰ৷ অভিনেতাৰ পিতৃ-মাতৃও তেওঁলোকৰ সৈতেই থাকে৷ যশৰ পিতৃ অৰুণকুমাৰ গৌঢ়া এসময়ত এগৰাকী বাছচালক আছিল৷ মাতৃ পুষ্পা আছিল গৃহিনী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
৩০ বছৰৰ পাছত নিজৰ নক্ষত্ৰলৈ আহিছে শনি, ১২ দিনৰ পাছতেই ৪ৰাশিৰ আহি আছে ভাল খবৰ

আগন্তুক ১১ মাহ ধৰি বিৰাট সুখ, গ্ৰহৰ কৃপাত ভাগ্য সলনি এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন