• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰৰ পাছত নিজৰ নক্ষত্ৰলৈ আহিছে শনি, ১২ দিনৰ পাছতেই ৪ৰাশিৰ আহি আছে ভাল খবৰ

৩০ বছৰৰ পাছত নিজৰ নক্ষত্ৰলৈ আহিছে শনি, ১২ দিনৰ পাছতেই ৪ৰাশিৰ আহি আছে ভাল খবৰ

9 months ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

31 minutes ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

49 minutes ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

1 hour ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

2 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

3 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

4 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

5 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

5 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

6 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

7 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

9 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰৰ পাছত নিজৰ নক্ষত্ৰলৈ আহিছে শনি, ১২ দিনৰ পাছতেই ৪ৰাশিৰ আহি আছে ভাল খবৰ

৩০ বছৰৰ পাছত নিজৰ নক্ষত্ৰলৈ আহিছে শনি, ১২ দিনৰ পাছতেই ৪ৰাশিৰ আহি আছে ভাল খবৰ

editor by editor
January 8, 2026
in জীৱনশৈলী
0
৩০ বছৰৰ পাছত নিজৰ নক্ষত্ৰলৈ আহিছে শনি, ১২ দিনৰ পাছতেই ৪ৰাশিৰ আহি আছে ভাল খবৰ
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩০ বছৰৰ পাছত নিজস্ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব শনিয়ে৷ ২০ জানুৱাৰী ২০২৬ত ন্যায় আৰু কৰ্মফলৰ প্ৰতীক শনিয়ে উত্তৰভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিব৷ আকৌ ২২ ফেব্ৰুৱাৰী ২০২৬দেওবাৰে পুৱা ৪.০৯ মিনিটত উত্তৰভাদ্ৰপদ নক্ষত্ৰৰ দ্বিতীয় পাদদেশত প্ৰৱেশ কৰিব শনিয়ে৷ শনিৰ এই গোচৰৰ ফলত লাভৱান হ’ব চাৰিটা ৰাশিৰ জাতকে৷ শনিৰ কৃপাত সোণৰ দৰে উজলিব এই ৪ৰাশিৰ জাতক৷

বৃষ ৰাশি

উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ দ্বিতীয় পদত শনিৰ প্ৰৱেশ বৃষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হব পাৰে৷ আৰ্থিক ক্ষেত্ৰত ব্যাপক লাভ হব৷ এই সময় আপোনাৰ অনুকূলে থাকিব৷ কৰ্মক্ষেত্ৰত সাফল্যৰ পথৰ বাধা দূৰ হব৷ আয়ৰ গ্রাফ ক্ৰমাগত বৃদ্ধি পাব৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ ধৈৰ্য্য ধৰিলে ইতিবাচক ফল পাব৷

কুম্ভ ৰাশি

শনিৰ এই গোচৰ কুম্ভ ৰাশিৰ বাবে অত্যন্ত শুভ হব পাৰে৷ পাৰিবাৰিক সুখ আৰু শান্তি বৃদ্ধি পাব৷ পুৰণি পৰিকল্পনা অনুসৰি কাম আৰম্ভ কৰিব পাৰে৷ গুৰুত্বপূৰ্ণ ব্যৱস্যয়িক চুক্তি চূড়ান্ত হব পাৰে৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ অৰ্থ উপাৰ্জনৰ পূৰ্বতকৈ বৃদ্ধি পাব৷ আপোনাৰ ব্যয় নিয়ন্ত্ৰণত ৰাখক৷ অন্যথা বিপদত পৰিব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব শনিৰ এই গোচৰে৷ কৰ্মক্ষেত্ৰত আপুনি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হব৷ আপোনাৰ কেৰিয়াৰত উন্নতিৰ সুযোগ আহিব পাৰে৷ পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে৷ সম্পত্তি বাঢ়িব পাৰে বা বাহনো কিনিব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷

মীন ৰাশি

উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত শনিৰ অৱস্থানে মীন ৰাশিৰ জাতকৰ লাভৰ পথ খুলিব৷ মীন ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব৷ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা পাব৷ সমাজত সন্মান বৃদ্ধি পাব৷ ৰৈ থকা কামসমূহ দ্ৰুত সম্পন্ন হব৷ আপোনাৰ জীৱনযাত্ৰাত ইতিবাচক পৰিবৰ্তন আহিব৷ এই সময়ত বিনিয়োগ কৰিলে ইতিবাচক ফল পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

October 10, 2026
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
Next Post
আগন্তুক ১১ মাহ ধৰি বিৰাট সুখ, গ্ৰহৰ কৃপাত ভাগ্য সলনি এই ৫ৰাশিৰ জাতকৰ

আগন্তুক ১১ মাহ ধৰি বিৰাট সুখ, গ্ৰহৰ কৃপাত ভাগ্য সলনি এই ৫ৰাশিৰ জাতকৰ

এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, আকৌ সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, আকৌ সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.