• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, আকৌ সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, আকৌ সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

6 months ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

3 minutes ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

1 hour ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

2 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

3 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

4 hours ago
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

6 hours ago
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

6 hours ago
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

7 hours ago
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

7 hours ago
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

8 hours ago
সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

10 hours ago
হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, আকৌ সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, আকৌ সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

editor by editor
January 10, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, আকৌ সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়াৰ দ্ৰুত অগ্ৰগতি নিশ্চিতকৰণৰ কৰিবলৈ শুকুৰবাৰে অসম কেবিনেটত চৰকাৰী অধিবক্তাৰ এটা দলে নিযুক্তিত অনুমোদন জনাইছে৷ কেবিনেটে চৰকাৰী অধিবক্তাৰ দল ঘোষণা কৰাৰ পাছত বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে৷ গৰিমাই সামাজিক মাধ্যমত লিখিছে-
‘আজি Public Prosecutor ৰ team টো ঘোষণা কৰা হ’ল। সৰ্বশ্ৰী জিয়াউৰ কামাৰ মহোদয়কে প্ৰমুখ্য কৰি ব্ৰজেন্দ্ৰ মোহন চৌধুৰী , কিশোৰ দত্ত , প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰ ডাঙৰীয়ালৈ আমাৰ নমস্কাৰ, শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ । আইনৰ পৃথিৱীখনত আপোনালোকৰ প্ৰজ্ঞা, বহুবছৰযোৰা সাধনা আৰু অভিজ্ঞতা আমাৰ বাবে সাহস আৰু শকতি। এতিয়া কেৱল অসমেই নহয়, সমগ্ৰ বিশ্বই অতি আস্থাৰে আপোনালোকৰ মুখলৈকে চাই আশা কৰিব ন্যায়ৰ যুঁজখন অধিক সবল, সাহসী আৰু মহাপৰাক্ৰমী যুঁজাৰু ৰূপে আপোনালোকে আগুৱাই নিব আৰু আদালতত ন্যায় প্ৰতিষ্ঠা সুনিশ্চিত কৰিব। আশা কৰিছো, আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে যাতে যুঁজ দি নৰপিশাচবোৰক পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাব। তাৰবাবে আমাৰ পৰিয়ালৰ লগতে সমূহ ৰাইজৰ প্ৰাৰ্থনা, শুভকামনা আৰু জ্যেষ্ঠ সকলৰ আশীৰ্বাদ আছে , সদায় থাকিব।
দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ সদায় আস্থা আছে। সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰতি অসম চৰকাৰৰ সম্পূৰ্ণ দ্বায়িত্ব আছে … লগতে জড়িত হৈ আছে সমগ্ৰ ৰাইজৰ অনুভৱ, আৱেগ‌ আৰু অভিমান। যিহেতু এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ। আপোনালোকে এই বিচাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰ আৰু ফলপ্ৰসূ কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ।
সদায় বিচৰাৰ দৰেই অসমৰ ৰাইজ, চৰকাৰ, ন্যায় ব্যৱস্থা সকলোৰে সহায়, সম্পূৰ্ণ সহযোগিতা, সঠিক আৰু শুদ্ধ দিহা পৰামৰ্শও বিচাৰিছোঁ। আমাৰ সহায় হৈ থাকক সকলো ! ভগৱান আমাৰ সহায় হওক আৰু বিজয় সুনিশ্চিত কৰক 🙏🙏’
#JusticeForZubeenGarg

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনশৈলী

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

July 4, 2026
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক
জীৱনশৈলী

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

July 4, 2026
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

July 4, 2026
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ
বিশ্ব

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

July 4, 2026
Next Post
শুক্ৰাদিত্য ৰাজযোগে আনিব সুখৰ সময়, নতুন সপ্তাহত ৰাজভাগ্য লাভ ৫ৰাশিৰ

শুক্ৰাদিত্য ৰাজযোগে আনিব সুখৰ সময়, নতুন সপ্তাহত ৰাজভাগ্য লাভ ৫ৰাশিৰ

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.