• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিল তিলকৈ শেষ হ’ব শত্ৰু দেশৰ সৈনিক! প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বিষাক্ত গেছ ব্যৱহাৰ কৰিছে ৰাছিয়াই 

তিল তিলকৈ শেষ হ’ব শত্ৰু দেশৰ সৈনিক! প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বিষাক্ত গেছ ব্যৱহাৰ কৰিছে ৰাছিয়াই 

2 years ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

21 minutes ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

2 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

2 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

4 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

16 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

17 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

17 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

18 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

18 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

18 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তিল তিলকৈ শেষ হ’ব শত্ৰু দেশৰ সৈনিক! প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বিষাক্ত গেছ ব্যৱহাৰ কৰিছে ৰাছিয়াই 

শত্ৰুক শেষ কৰাৰ বাবে আচৰিত পন্থা! তিল তিলকৈ শেষ হ’ব শত্ৰু দেশৰ সৈনিক! প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বিষাক্ত গেছ ব্যৱহাৰ কৰিছে ৰাছিয়াই 

editor by editor
May 3, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
তিল তিলকৈ শেষ হ’ব শত্ৰু দেশৰ সৈনিক! প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বিষাক্ত গেছ ব্যৱহাৰ কৰিছে ৰাছিয়াই 
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰচলিত ধাৰণা, প্ৰেম আৰু যুদ্ধৰ ৰণনীতিয়ে কাহানিও কোনো নিয়ম নামানে৷ সাধাৰণভাৱে যি নীতিয়ে এখন সমাজক বান্ধি ৰাখে সেই নীতি নিয়ম উলংঘা কৰে প্ৰেমে, সেই নীতি নিয়ম উলংঘা কৰে যুদ্ধই৷ নিয়ম ভঙাৰেই খেল যুদ্ধ আৰু প্ৰেম৷ এই কথাই আকৌ এবাৰ দেখিবলৈ পোৱা গৈছে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত৷

ৰাছিয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগমতে ইউক্ৰেইনৰ সেনাৰ ওপৰত ৰাসায়নিক গেছ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এই বিষয়ে মস্কোক কাঠগৰাত তুলিছে আমেৰিকাই৷ আমেৰিকাৰ অভিযোগ যে ৰাছিয়াই যুদ্ধক্ষেত্ৰত ক্লৰপিকৰিন ব্যৱহাৰ কৰিছে৷ কন্দোৱা গেছ হিচাপে ব্যৱহাৰ কৰা হৈছে নাইট্ৰক্লৰফৰ্মো৷

নাইট্ৰক্লৰফৰ্মক বায়ট কন্ট্ৰল এজেণ্টো কোৱা হয়৷ বিভিন্ন দেশত অবৈধ সমাবেশ আঁতৰাবলৈ এই গেছ ব্যৱহাৰ কৰা হয়৷ এই গেছৰ কাৰণে চকুৰ পৰা অবিৰত পানী পৰা, চকু জ্বলা-পোৰা কৰা, ছালত দাগ হোৱা আদি উপসৰ্গই দেখা দিয়ে৷ অধিক মাত্ৰাত এই গেছ ব্যৱহাৰ কৰিলে হাওঁফাওঁৰো ক্ষতি হ’ব পাৰে৷

ৰাছিয়াৰ বিৰুদ্ধে অভিযোগ, ইউক্ৰেইনৰ সেনাবাহিনীক ছত্ৰভংগ কৰিবলৈকে এই গেছ ব্যৱহাৰ কৰিছে ৰুছ বাহিনীয়ে৷ এই গেছে বিপক্ষ শিৱিৰৰ সেনাক কাবু কৰি যুদ্ধৰ কৌশলগত ক্ষেত্ৰত ৰাছিয়াই আগবাঢ়িবলৈ চেষ্টা চলাইছে৷ আমেৰিকাই এই সন্দৰ্ভত দিয়া বক্তব্যত কয়, যুদ্ধক্ষেত্ৰত সেনাবাহিনীৰ ঘাটিত এই কাম কৰি আছে ৰাছিয়াই৷ খুব কম পৰিসৰৰ মাজত যদি এই গেছ ব্যৱহাৰ কৰা হয় তেন্তে শ্বাসপ্ৰশ্বাসত অসুবিধা হৈ সেনাৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে৷

সাম্ভাৱ্য ক্ষয়ক্ষতি কমাবলৈ সেয়ে সেনাসকলক মাস্ক পৰিধান কৰাৰ পৰামৰ্শ দিছে ইউক্ৰেইনৰ প্ৰতিৰক্ষা দপ্তৰে৷ ৰাছিয়াই অৱশ্যে তেওঁলোকৰ বিৰুদ্ধে উঠা এই অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে৷ আমেৰিকাই কৰা বিশেষ দাবীক গুৰুত্ব দিছে  ইউৰোপৰ ৰাষ্ট্ৰসমূহেও৷ ফ্ৰান্সৰ প্ৰেছিডেণ্ট ইমানুৱেল মেক্ৰণে ধমকিৰ সুৰেৰে কয়, ‘ৰাছিয়াই যদি গাৰ জোৰ দেখুৱাই তেন্তে ইউক্ৰেইনৰ সহায়ৰ দৰকাৰ হ’লে আমি ফ্ৰান্স বাহিনী তাত নমাই দিম৷’

আমেৰিকাৰ দাবী যুদ্ধত এই ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰি কেমিকেল ৱেপনছ কনভেনশ্ব্যন ৰ চৰ্ত ভংগ কৰিছে ভ্লাডিমিৰ পুটিনৰ দেশে৷ ৰাছিয়াৰ দাবী তেওঁলোকে দীৰ্ঘদিন ধৰি চি-ডব্লিও মানি চলিছে৷ ১৯৩খন দেশে এই চুক্তিত স্বাক্ষৰ কৰি থৈছে৷ এই সকলো দেশেই নিয়ম মানি চলি আছেনে নাই সেয়া চাবৰ বাবেই আছে এটা বিশেষ সংস্থা৷ সেই সংস্থাৰ নাম হৈছে অৰ্গেনাইজেশ্ব্যন ফৰ দ্যা প্ৰহিবিছন অৱ কেমিকেল ৱেপনছ৷ আমেৰিকাই যি ৰাসায়নিকৰ নাম হৈছে সেয়া ক্লৰপিকৰিন৷ প্ৰথম বিশ্বযুদ্ধত সেই কেমিকেল ব্যৱহাৰ হৈছিল৷ এইবিধ এবিধ তৈলাক্ত পদাৰ্থ৷ এই পদাৰ্থ শৰীৰত প্ৰৱেশ কৰিলে বমি হোৱা আৰম্ভ হয়৷ ইয়াৰোপৰি ডায়েৰিয়া, মূৰ ঘুৰোৱা আদি সমস্যাইয়ো দেখা দিয়ে৷

চি-ডব্লিউচি অনুসৰি যুদ্ধত ক্লৰপিকৰিনৰ ব্যৱহাৰ একেবাৰে নিষিদ্ধ৷ ওপিচি-ডব্লিউৰ তালিকাত চেকিং এজেণ্টৰ কথাও উল্লেখ আছে৷ আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ে কৰা দাবীমতে, মস্কোৱে নিয়মিতভাৱে এই কেমিকেল ব্যৱহাৰ কৰি আছে৷ ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰাক লৈ ৰাছিয়াক সতৰ্ক কৰিছে আমেৰিকাই৷ যুদ্ধ আৰম্ভৰ পাছৰে পৰাই অৰ্থাৎ ২০২২ চনৰ মাৰ্চ মাহৰ পৰাই আমেৰিকাৰ প্ৰেছিডেণ্ট জ’ বাইডেনে বিশ্ববাসীক জনাই আহিছে এই তথ্য৷ জ’ বাইডেনে স্পষ্টকৈ জনাই আহিছে, ‘ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিলে ৰাছিয়াই কিন্তু ক্ষতিপূৰণ এদিন ভৰিব লাগিব৷ তেওঁলোকে যি কাম কৰিব তাৰ প্ৰতিদানো পাব৷ তেওঁলোকেও কিন্তু ভূগিব লাগিব৷’

ৰাছিয়াৰ ওচৰত থকা ৰাসায়নিক অস্ত্ৰ ভাণ্ডাৰ পৃথিৱীৰ ভিতৰতে অনন্য৷ ২০১৭ চনত প্ৰাক্তন ছোভিয়েট ইউনিয়নৰ এজন নেতাৰ ওপৰত ‘ছেলিচবাৰি এটেক’ৰ অভিযোগ উত্থাপিত হৈছিল৷ ২০২০ চনত তৎকালীন ৰুছ বিৰোধী নেতা এলেক্সেই নভালনিৰ ওপৰত নাৰ্ভ এজেণ্ট ব্যৱহাৰৰ অভিযোগো উত্থাপিত হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

August 20, 2026
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন
ৰাজনীতি

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

August 20, 2026
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’
অসম

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

August 20, 2026
Next Post
কভিছিল্ড লৈ আতংকিত হৈ আছে? এই ৫ টা ঘৰুৱা পদ্ধতিৰে বৃদ্ধি কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা

কভিছিল্ড লৈ আতংকিত হৈ আছে? এই ৫ টা ঘৰুৱা পদ্ধতিৰে বৃদ্ধি কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা

ব্যস্ততাপূৰ্ণ দিন, কন্যা ৰাশিৰ কেনে যাব আজিৰ দিনটো?

ব্যস্ততাপূৰ্ণ দিন, কন্যা ৰাশিৰ কেনে যাব আজিৰ দিনটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.