• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাছাৰ  ভাৰপ্ৰাপ্ত CHIEF OF STAFF হ’ল ভাৰতীয় মূলৰ মহিলা

নাছাৰ ভাৰপ্ৰাপ্ত CHIEF OF STAFF হ’ল ভাৰতীয় মূলৰ মহিলা

6 years ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

5 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

5 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

6 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

7 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

7 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

8 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

9 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

9 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

11 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

12 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

নাছাৰ ভাৰপ্ৰাপ্ত CHIEF OF STAFF হ’ল ভাৰতীয় মূলৰ মহিলা

editor by editor
February 2, 2021
in প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান, বিশ্ব, ভাৰত, শিক্ষা
0
নাছাৰ  ভাৰপ্ৰাপ্ত CHIEF OF STAFF হ’ল ভাৰতীয় মূলৰ মহিলা
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় মূলৰ মহিলা। কমলা হেৰিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি পদত শপত লোৱাৰ কিছুদিনৰ পিছতেই এইবাৰ নাছাৰ শীৰ্ষপদ লাভ কৰিলে অন্য এগৰাকী ভাৰতীয় মূলৰ মহিলাই। নাছাৰ ভাৰপ্ৰাপ্ত chief of staff হ’ল ভাৰতীয় মূলৰ মহিলা ভাব্যা লাল। ইয়াৰ পূৰ্বে ভাব্যা আছিল জ’ বাইডেনৰ transition agencyৰ সক্ৰিয় সদস্য। নাছাৰ এক সূত্ৰ অনুসৰি ভাব্যা লাল অভিযান্ত্ৰিক আৰু মহাকাশ বিজ্ঞান বিষয়ত অভিজ্ঞ। আনহাতে, ভাব্যা নিউক্লিয়েৰ ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰৰ লগতে পাব্লিক এডমিনিষ্ট্ৰেশ্যন বিষয়ত ডক্টৰেট। ইয়াৰ উপৰিও ভাব্যাই sptiত ২০০৫ চনৰ পৰা ২০২০ চনলৈকে এই বিষয়ত শিক্ষকতা কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: america newasom live 24assam live 24axom live 24bhabya lalindian womankamala herishNASA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!
ভাৰত

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

October 25, 2026
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে
বাণিজ্য

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

October 25, 2026
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

October 25, 2026
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ
বিনোদন

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

October 25, 2026
Next Post
কংগ্ৰেছৰ টিকট লাগে নেকি? আহক ৰাজীৱ ভৱনলৈ

কংগ্ৰেছৰ টিকট লাগে নেকি? আহক ৰাজীৱ ভৱনলৈ

অজন্তা নেওগৰ ৰাজনীতিত তোলপাৰ গোলাঘাট বিজেপি

অজন্তা নেওগৰ ৰাজনীতিত তোলপাৰ গোলাঘাট বিজেপি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.