• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিশু সৰবৰাহৰ গেং গ্ৰেপ্তাৰ, এটা ঘৰৰে পৰা উদ্ধাৰ ৮ টা নৱজাতক

শিশু সৰবৰাহৰ গেং গ্ৰেপ্তাৰ, এটা ঘৰৰে পৰা উদ্ধাৰ ৮ টা নৱজাতক

3 years ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

33 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

2 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

4 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

4 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

5 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

5 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

6 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

7 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

8 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শিশু সৰবৰাহৰ গেং গ্ৰেপ্তাৰ, এটা ঘৰৰে পৰা উদ্ধাৰ ৮ টা নৱজাতক

editor by editor
April 6, 2024
in ভাৰত
0
শিশু সৰবৰাহৰ গেং গ্ৰেপ্তাৰ, এটা ঘৰৰে পৰা উদ্ধাৰ ৮ টা নৱজাতক
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিশু সৰবৰাহৰ গেং গ্ৰেপ্তাৰ, এটা ঘৰৰে পৰা উদ্ধাৰ ৮ টা নৱজাতক

শিশু সৰবৰাহৰ ক্ষেত্ৰত শুকুৰবাৰে নিশা চিবিআইয়ে ৰাজধানী দিল্লীৰ বহু ঠাইত অভিযান চলায়। অভিযানৰ সময়ত চিবিআইৰ দলটোৱে কেশৱপুৰমৰ এটা ঘৰৰ পৰা কেইবাটাও নৱজাতক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চিবিআইৰ দলে উদঙাই দিলে শিশু সৰবৰাহৰ গোচৰ। কেশৱপুৰম অঞ্চলত চিবিআইৰ দলটোৱে ব্যাপক অভিযান চলায়। অভিযানৰ সময়ত দলটোৱে এটা ঘৰৰ পৰা দুটা নৱজাতক উদ্ধাৰ কৰে। কিনা-বেচাৰ সৈতে জড়িত আছিল এই সকলো।

ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ মতে, শুকুৰবাৰে মাজ নিশা চিবিআইয়ে শিশু সৰবৰাহৰ গোচৰত দিল্লীৰ বহু ঠাইত অভিযান চলাই। অভিযান কালত চিবিআইৰ দলটোৱে কেশৱপুৰমৰ এটা ঘৰৰ পৰা দুটা নৱজাতক উদ্ধাৰ কৰে। এতিয়ালৈকে মুঠ ৮ টা নৱজাতক উদ্ধাৰ চিবি আইৰ।

এই গোচৰ সন্দৰ্ভত এগৰাকী মহিলা আৰু এজন ব্যক্তিক আটক কৰি চিবিআইয়ে জেৰা অব্যাহত ৰাখিছে। প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে যে এই মানৱ সৰবৰাহৰ চক্ৰৰ সদস্যসকলে চিকিৎসালয়ৰ পৰা নৱজাত শিশু চুৰি কৰিছিল। চিকিৎসালয়ৰ ৱাৰ্ড বয়কে ধৰি একাংশ পুৰুষ-মহিলা জড়িত আছে বুলি আৰক্ষীৰ সদৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveChild TraffickingdelhiHUMAN TRAFFICKING
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭
ভাৰত

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
Next Post
পুত্ৰৰ প্ৰেম বিবাহে অন্ধকাৰ নমালে মাতৃৰ জীৱনলৈ, যুৱতীৰ পৰিয়ালে সমাজৰ আগত এনে কৰি ভিডিঅ’ ভাইৰেল কৰিলে ছচিয়েল মিডিয়াত

পুত্ৰৰ প্ৰেম বিবাহে অন্ধকাৰ নমালে মাতৃৰ জীৱনলৈ, যুৱতীৰ পৰিয়ালে সমাজৰ আগত এনে কৰি ভিডিঅ' ভাইৰেল কৰিলে ছচিয়েল মিডিয়াত

বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ

বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.