• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুত্ৰৰ প্ৰেম বিবাহে অন্ধকাৰ নমালে মাতৃৰ জীৱনলৈ, যুৱতীৰ পৰিয়ালে সমাজৰ আগত এনে কৰি ভিডিঅ’ ভাইৰেল কৰিলে ছচিয়েল মিডিয়াত

পুত্ৰৰ প্ৰেম বিবাহে অন্ধকাৰ নমালে মাতৃৰ জীৱনলৈ, যুৱতীৰ পৰিয়ালে সমাজৰ আগত এনে কৰি ভিডিঅ’ ভাইৰেল কৰিলে ছচিয়েল মিডিয়াত

2 years ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

25 minutes ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

1 hour ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

2 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

4 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

4 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

5 hours ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

6 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

8 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

9 hours ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

10 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমানৰ পূজাত নকৰিব এইবোৰ ভুল, এটা ভুলে কৰিব সৰ্বনাশ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুত্ৰৰ প্ৰেম বিবাহে অন্ধকাৰ নমালে মাতৃৰ জীৱনলৈ, যুৱতীৰ পৰিয়ালে সমাজৰ আগত এনে কৰি ভিডিঅ’ ভাইৰেল কৰিলে ছচিয়েল মিডিয়াত

editor by editor
April 6, 2024
in ভাৰত
0
পুত্ৰৰ প্ৰেম বিবাহে অন্ধকাৰ নমালে মাতৃৰ জীৱনলৈ, যুৱতীৰ পৰিয়ালে সমাজৰ আগত এনে কৰি ভিডিঅ’ ভাইৰেল কৰিলে ছচিয়েল মিডিয়াত
0
SHARES
477
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুত্ৰৰ প্ৰেম বিবাহে অন্ধকাৰ নমালে মাতৃৰ জীৱনলৈ, যুৱতীৰ পৰিয়ালে সমাজৰ আগত এনে কৰি ভিডিঅ’ ভাইৰেল কৰিলে ছচিয়েল মিডিয়াত

পুত্ৰৰ প্ৰেম বিবাহে কাল অমানিশা নমাই আনিল মাতৃৰ বাবে। পুত্ৰৰ প্ৰেমিকাৰ পৰিয়ালে অৰ্ধনগ্ম কৰি ৰাজপথত দৌৰালে মাতৃক। যি ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই অতিকে লজ্জাজনক ঘটনা সংঘটিত হৈছে পাঞ্জাৱৰ তৰণতাৰণত। এহাল যুক-যুৱতীৰ প্ৰেমে কাল অন্ধকাৰ নমালে যুৱকৰ মাতৃৰ জীৱনলৈ। এতিয়া আৰক্ষীয়ে সন্ধানত নামি পৰিছে অভিযুক্তৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, এহাল যুৱক-যুৱতীয়ে পৰিয়ালৰ অনুমতি নোহোৱাকৈ পলাই গৈ কোৰ্টত বিয়া পাতে। পাছে এই খবৰ লাভ কৰাৰ লগে লগে খঙতে একো নাই হৈ পৰে যুৱতীৰ পৰিয়ালৰ লোক।

ক্ৰোধতে যুৱতীৰ পৰিয়ালৰ কেইবাজনো লোক একগোট হৈ উপস্থিত হয় যুৱকৰ ঘৰত। সেই সময়ত ঘৰত উপস্থিত আছিল কেৱল মাতৃগৰাকী।

যুৱতীৰ পৰিয়ালে চিঞৰ বাখৰ কৰাত ঘৰৰ পৰা ওলাই আহে যুৱকৰ মাতৃ। পাছে লগে লগে ক্ৰোধতে একো নাই হৈ থকা যুৱতীৰ পৰিয়ালে লগে লগে যুৱকৰ মাতৃৰ ওপৰত আক্ৰমণ কৰি দিয়ে। তাৰোপৰি মহিলাগৰাকীৰ পিন্ধি থকা চোলাটো গাতে ফালি পেলাই।

ভয়তে মহিলাগৰাকী সহায় বিচাৰি দৌৰে, যদিও পিছে পিছে খেদি যায় আৰু ৰাস্তাই ৰাস্তাই তেনেদৰে অৰ্ধনগ্ন অৱস্থাতে যুৱকৰ মাতৃগৰাকীক দৌৰাই থকাৰ লগতে সেই পৰিস্থিতিৰ ভিডিঅ’ কৰি সামাজিক মাধ্যমতো ভাইৰেল কৰি দিয়ে।

ৰাজপথত লগে লগে ভিৰ লাগি যায় বহু লোকৰ। কিন্তু ভয়তে কোনো আগবাঢ়ি নাহে মহিলাগৰাকীৰ সহায়ৰ বাবে। ঘটনাসন্দৰ্ভত লগে লগে আৰক্ষীকো খবৰ কৰা হয়।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে যুৱতীৰ পৰিয়ালৰ লোক কেইজন। ভুক্তভোগী মহিলাই আৰক্ষীৰ ওচৰত গোচৰ তৰে। সেই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। যদিও বৰ্তমানলৈ এজনো অভিযুক্তৰ সন্ধান লাভ কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveLOVE STORYsocial mediaViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?
বিনোদন

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

September 1, 2026
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন
ভাৰত

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

September 1, 2026
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

September 1, 2026
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
ভাৰত

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

September 1, 2026
Next Post
বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ

বিহু নৃত্য শিকাবলৈ আহি যুৱতীৰ সৈতে কুকৰ্ম যুৱকৰ

ছলমান খানৰ এইখন ছবিয়ে দেউলীয়া বনাই দিছিল প্ৰযোজকক, ৯০ কোটি বাজেটত উপাৰ্জন মাত্ৰ ১০ লাখ

ছলমান খানৰ এইখন ছবিয়ে দেউলীয়া বনাই দিছিল প্ৰযোজকক, ৯০ কোটি বাজেটত উপাৰ্জন মাত্ৰ ১০ লাখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.