• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান খানৰ এইখন ছবিয়ে দেউলীয়া বনাই দিছিল প্ৰযোজকক, ৯০ কোটি বাজেটত উপাৰ্জন মাত্ৰ ১০ লাখ

ছলমান খানৰ এইখন ছবিয়ে দেউলীয়া বনাই দিছিল প্ৰযোজকক, ৯০ কোটি বাজেটত উপাৰ্জন মাত্ৰ ১০ লাখ

2 years ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

30 minutes ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

1 hour ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

2 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

3 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

5 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

5 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

6 hours ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

7 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

8 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

9 hours ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছলমান খানৰ এইখন ছবিয়ে দেউলীয়া বনাই দিছিল প্ৰযোজকক, ৯০ কোটি বাজেটত উপাৰ্জন মাত্ৰ ১০ লাখ

editor by editor
April 6, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন
0
ছলমান খানৰ এইখন ছবিয়ে দেউলীয়া বনাই দিছিল প্ৰযোজকক, ৯০ কোটি বাজেটত উপাৰ্জন মাত্ৰ ১০ লাখ
0
SHARES
359
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমান খানৰ এইখন ছবিয়ে দেউলীয়া বনাই দিছিল প্ৰযোজকক, ৯০ কোটি বাজেটত উপাৰ্জন মাত্ৰ ১০ লাখ

বলীউডৰ ভাইজান অভিনিত ছবি বুলিলে হিট, তাৰ কোনো সন্দেহ নাই। প্ৰতিবছৰে এখনৰ পাছত আন এখন ছবি আহে চিনেমাঘৰলৈ, হাউচফুল হৈ পৰে দৰ্শকেৰে। পাছে তাৰেই মাজৰে এখন এনে ছবি আছে যি ছবি তেখেতৰ জীৱনৰ সবাতোকৈ ফ্লপ।

ছলমান খান থাকিলেই যে সেই ছবি হিট হ’ব তেনে নহয়, কেইবাখনো ছবি ছুপাৰ ফ্লপ হৈছে। ৰেচ ৩, কিছি কা ভাই কিছি কি জান, টিউবলাইট, অন্তিম, ৰাধে আদি ছবিয়ে বিফলতাৰ মুখ দেখিছে।

তাৰেই ভিতৰত এখন এনে ছবি আছে, যি ছবিয়ে বহুত বেয়াকৈ মুখ থেকেছা খাইছিল চিনেমা ঘৰত। ৯০ কোটি টকা বাজেটেৰে নিৰ্মাণ হোৱা ছবিখনে ভাৰতত উপাৰ্জন কৰিছিল মাত্ৰ ১০ লাখ টকা।

সেই ছুপাৰ ফ্লপ ছবিখন হৈছে ‘ৰাধে’। এক্সনধৰ্মী এই ছবিখনে বহু চেষ্টা কৰিয়ো ভাৰতত কেৱল মাত্ৰ ১০ লাখ টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হয়। যাৰ ফলত ছবিখনৰ প্ৰযোজকে কোটি কোটি টকাৰ লোকচানৰ সন্মুখিন হয়।

২০২১ চনত মুক্তি পোৱা এই ‘ৰাধে’ ছবিখনত ছলমানৰ লগতে দিশা পাটানী আৰু ৰনদীপ হুদাকো দেখা গৈছিল। ছবিখনে ভাৰতত মুখ থেকেছা খোৱাৰ প্ৰধান কাৰণটোৱে হৈছে কৰণা মহামাৰী। দেশত তেতিয়া কৰণাৰ প্ৰদুৰ্ভাৱ। সামাজিক স্থলত ভিৰ কৰাত কঠোৰ ভাৱে নিষেধ আছিল, যাৰ বাবেই ভাৰতত ছবিখন ফ্লপ হয়।

সমগ্ৰ বিশ্বজুৰি মুঠ ১৮ কোটি টকা উপাৰ্জন কৰে ‘ৰাধে’ ছবিখনে। যাৰ ফলত ৭২ কোটি টকাৰ লোকচানৰ সন্মুখিন হয়। পাছলৈ ছবিখনৰ মেকাৰ্চে ছবিখনৰ অটিটি ৰাইটছ জি ষ্টুডিঅক ২৩০ কোটি টকাত বিক্ৰী কৰি দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়
বিনোদন

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

September 1, 2026
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?
বিনোদন

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

September 1, 2026
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

September 1, 2026
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত
জীৱনশৈলী

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

September 1, 2026
Next Post
আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড

আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড

ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা

ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.