• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা

ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা

2 years ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

52 minutes ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

2 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

2 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

3 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

4 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

12 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

12 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

13 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

13 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

14 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

15 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা

editor by editor
April 6, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন
0
ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা
0
SHARES
372
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা

ককায়েকৰ সৈতে ফটোখনত দেখা পোৱা কনমানি এতিয়া নিজেই তেনে দুটি কনমানিৰ মাতৃ। দুই সন্তানৰ সৈতে সুখৰ সংসাৰ অভিনেত্ৰীগৰাকীৰ। এগৰাকী আগশাৰীৰ ক্ৰিকেটাৰৰ পত্নী।

কোৱা হয় পিতৃ-মাতৃ বা অন্য কোনো চিনেমাৰ সৈতে জড়িত থকা ব্যক্তি ন’হলে বলীউডত টিকি থকা বহুত অসুবিধা। পাছে এইগৰাকী অভিনেত্ৰীয়ে আউট চাইডাৰ হৈয়ো বলীউডত ভালদৰে খোপনি পুতি সফলতাৰ শীখৰত আৰোহন কৰে।

বলীউডৰ তিনি খান ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানৰ অভিনেত্ৰী হিচাপে কাম কৰি ছুপাৰহিট ছবি উপহাৰ দিছে দৰ্শকক। জীৱনৰ প্ৰথমখন ছবিয়েই কৰিছে কিং খান শ্বাহৰুখৰ সৈতে। তাকো ছুপাৰ হিট।

শ্বাহৰুখৰ সৈতে কৰা সেই প্ৰথম ছবিতেই দৰ্শকৰ মনত সাঁচ বহুৱাইছিল এইগৰাকী অভিনেত্ৰীয়ে। আনকি জনপ্ৰিয় তথা বৰ্ষীয়ান চিত্ৰ শিল্পী এম এফ হুছেইনে প্ৰথম দেখাতেই সেই অভিনেত্ৰীৰ অনুৰাগী হৈ পৰিছিল।

ধৰিব পাৰিছেনে কাৰ কথা কোৱা হৈছে। হয়, ইয়াত অনুস্কা শৰ্মাৰেই কথা কোৱা হৈছে। ছবিত থকা সেই কনমানি অনুস্কাৰ বাল্যকালৰ । এখনত ককায়েকৰ সৈতে দেখা পোৱা গৈছে অনুস্কাক।

বৰ্তমানে দুয়ো সন্তানৰ জন্মৰ বাবে কামৰ পৰা নিজকে কিছু আঁতৰত ৰাখিছে অনুস্কাই। পাছে অনতিপলমে পুনৰ কামবেক কৰিব ভাৰতীয় প্ৰসিদ্ধ মহিলা ক্ৰিকেটাৰ ঝুলন দেৱীৰ জীৱন ভিত্তিক ছবিৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ANUSKHA SHARMABollywoodbollywood actresssocial mediaviral photo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিবাৰে নকৰিব এইবোৰ কাম
জীৱনশৈলী

শনিবাৰে নকৰিব এইবোৰ কাম

July 18, 2026
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!
বিনোদন

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

July 18, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 18, 2026
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!
জীৱনশৈলী

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

July 17, 2026
Next Post
এই ৰাশিৰ লোকৰ আজি ভাগ্যোদয় হ’ব, মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব কিছু লোকৰ ওপৰত, যাত্ৰা বাৰণ কৰক এই লোকে

এই ৰাশিৰ লোকৰ আজি ভাগ্যোদয় হ'ব, মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব কিছু লোকৰ ওপৰত, যাত্ৰা বাৰণ কৰক এই লোকে

ৰাজপথত কেইবাপাক খাই ১৮ মানুহেৰে সৈতে উফৰি পৰিল মিনি ট্ৰাক, পুৱাই নগাঁও জিলাত এই ঘটনা

ৰাজপথত কেইবাপাক খাই ১৮ মানুহেৰে সৈতে উফৰি পৰিল মিনি ট্ৰাক, পুৱাই নগাঁও জিলাত এই ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.