• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভেকচিন অবিহনেও কোভিডৰ বিৰুদ্ধে যুঁজিব পাৰে শিশুৱেঃ ICMR

ভেকচিন অবিহনেও কোভিডৰ বিৰুদ্ধে যুঁজিব পাৰে শিশুৱেঃ ICMR

5 years ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

40 minutes ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

1 hour ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

1 hour ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

2 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

3 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

3 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

4 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

4 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

17 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

18 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

19 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ভেকচিন অবিহনেও কোভিডৰ বিৰুদ্ধে যুঁজিব পাৰে শিশুৱেঃ ICMR

editor by editor
July 21, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
ভেকচিন অবিহনেও কোভিডৰ বিৰুদ্ধে যুঁজিব পাৰে শিশুৱেঃ ICMR
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভেকচিন অবিহনেও কোভিডৰ বিৰুদ্ধে যুঁজিব পাৰে শিশুৱে। প্ৰাপ্তবয়স্কৰ তুলনাত অধিক ৰোগ প্ৰতিৰোধ ক্ষমতা আছে শিশুৰ। ‘ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্জ’(ICMR)ৰ তৰফৰ পৰা মঙলবাৰে এই কথা সদৰী কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰাথমিক বিদ্যালয়সমূহ খোলাৰো পোষকতা কৰে ICMRয়ে। ICMRৰ মতে, কোভিড ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে শিশুসকলৰ দেহত। সংস্থাটোৰ এক গৱেষণা অনুসৰি দেশৰ ৬৭.৬% লোকৰ দেহত কোভিড ভাইৰাছ প্ৰতিৰোধী এণ্টিবডি পোৱা গৈছে। ইফালে, দেশত ক’ৰোনাৰ তৃতীয় ঢৌৰ আংশকা প্ৰকাশ কৰি দেশবাসীক অধিক সচেতন হোৱাৰ আহ্বান জনাইছে বিশেষজ্ঞসকলে। কোভিডৰ তৃতীয় ঢৌত বয়স্কলোকৰ সমান্তৰালকৈ শিশুসকল সংক্ৰমিত হ’ব বুলিও এক পূৰ্বানুমান কৰিছে ICMRয়ে। গতিকে বৰ্তমানৰ পৰিস্থিতিত বিদ্যালয়সমূহ বন্ধ ৰাখিলেও পৰৱৰ্তী সময়ত বিদ্যালয়ত পাঠদান কৰিব পাৰিব বুলি চিকিৎসা বিজ্ঞানীসকলে প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19ICMR
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?
জীৱনশৈলী

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

April 2, 2026
Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা
ভাৰত

Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা

April 2, 2026
Next Post
কেনেকৈ চোৰাংচোৱাগিৰি কৰে চাওঁ, ফোনৰ কেমেৰাই প্লাষ্টাৰ কৰিছোঃ মমতা বেনাৰ্জী

কেনেকৈ চোৰাংচোৱাগিৰি কৰে চাওঁ, ফোনৰ কেমেৰাই প্লাষ্টাৰ কৰিছোঃ মমতা বেনাৰ্জী

ঈদৰ দিনাও মুছলমানৰ বিৰুদ্ধে সৰৱ RSS প্ৰধান মোহন ভাগৱত

ঈদৰ দিনাও মুছলমানৰ বিৰুদ্ধে সৰৱ RSS প্ৰধান মোহন ভাগৱত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.