• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰাম্পক উভতি ধৰিলে জিনপিঙে, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪% শুল্ক আৰোপ চীনৰ

ট্ৰাম্পক উভতি ধৰিলে জিনপিঙে, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪% শুল্ক আৰোপ চীনৰ

1 year ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

20 minutes ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

34 minutes ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

1 hour ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

10 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

10 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

11 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

11 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

12 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

12 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

13 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

14 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ট্ৰাম্পক উভতি ধৰিলে জিনপিঙে, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪% শুল্ক আৰোপ চীনৰ

editor by editor
April 9, 2025
in বাণিজ্য, বিশ্ব, ৰাজনীতি
0
ট্ৰাম্পক উভতি ধৰিলে জিনপিঙে, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪% শুল্ক আৰোপ চীনৰ
0
SHARES
371
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰাম্পক উভতি ধৰিলে জিনপিঙে, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪% শুল্ক আৰোপ চীনৰ

ড’নাল্ড ট্ৰাম্পৰ ১০৪ শতাংশ শুল্কৰ প্ৰতি সঁহাৰি জনাই চীনে এতিয়া আমেৰিকাৰ ওপৰতো ৮৪ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য যুদ্ধই নতুন ৰূপ লৈছে। আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা বেইজিঙে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

চীনৰ বিত্ত মন্ত্ৰালয়ে কয় যে কাইলৈ ১০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত এই অতিৰিক্ত শুল্ক প্ৰযোজ্য হ’ব। পূৰ্বতে চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰাৰ কথা কৈছিল যদিও এতিয়া ইয়াক ৮৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

চীনৰ বাণিজ্য মন্ত্ৰালয়েও আমেৰিকাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ১২টা আমেৰিকাৰ প্ৰতিষ্ঠানক ৰপ্তানি নিয়ন্ত্ৰণ তালিকাত স্থান দিছে। লগতে, ৬টা আমেৰিকান কোম্পানীক “অবিশ্বাস্য সত্তা”ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে, ট্ৰাম্প প্ৰশাসনে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১০৪ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল। হোৱাইট হাউছৰ প্ৰেছ সচিবে সদৰি কৰা অনুসৰি, এই শুল্ক আজি ৯ এপ্ৰিল বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America ChinaAmerica TariffChina Tariff
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
Next Post
ৰাশি অনুযায়ী গুৰু প্ৰদোষ ব্ৰতত কৰক এই প্ৰতিকাৰ, পূৰণ হ’ব ইচ্ছা

ৰাশি অনুযায়ী গুৰু প্ৰদোষ ব্ৰতত কৰক এই প্ৰতিকাৰ, পূৰণ হ'ব ইচ্ছা

দৈনিক ৰাশিফল- পূৰ্ব ফাল্গুনি নক্ষত্ৰত বুধাদিত্য যোগ, ৫ ৰাশিৰ উন্নতি

দৈনিক ৰাশিফল- পূৰ্ব ফাল্গুনি নক্ষত্ৰত বুধাদিত্য যোগ, ৫ ৰাশিৰ উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.