• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ অনুৰোধ ৰক্ষা কৰিলে চীনে! আকৌ ভাৰতলৈ আমদানি কৰা হ’ব চীনৰ তিনি বিশেষ সামগ্ৰী, কি তিনিবিধ সামগ্ৰী আহিব ভাৰতলৈ?

ভাৰতৰ অনুৰোধ ৰক্ষা কৰিলে চীনে! আকৌ ভাৰতলৈ আমদানি কৰা হ’ব চীনৰ তিনি বিশেষ সামগ্ৰী, কি তিনিবিধ সামগ্ৰী আহিব ভাৰতলৈ?

7 months ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

1 hour ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

3 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

3 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

5 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

5 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

6 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

7 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

8 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

8 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ অনুৰোধ ৰক্ষা কৰিলে চীনে! আকৌ ভাৰতলৈ আমদানি কৰা হ’ব চীনৰ তিনি বিশেষ সামগ্ৰী, কি তিনিবিধ সামগ্ৰী আহিব ভাৰতলৈ?

ভাৰতৰ অনুৰোধ ৰক্ষা কৰিলে চীনে! আকৌ ভাৰতলৈ আমদানি কৰা হ’ব চীনৰ তিনি বিশেষ সামগ্ৰী, কি তিনিবিধ সামগ্ৰী আহিব ভাৰতলৈ?

editor by editor
August 19, 2025
in জীৱনশৈলী, ভাৰত, লেখা
0
ভাৰতৰ অনুৰোধ ৰক্ষা কৰিলে চীনে! আকৌ ভাৰতলৈ আমদানি কৰা হ’ব চীনৰ তিনি বিশেষ সামগ্ৰী, কি তিনিবিধ সামগ্ৰী আহিব ভাৰতলৈ?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ অনুৰোধ ৰক্ষা কৰিলে চীনে৷ ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰক তিনিবিধ সামগ্ৰী ৰপ্তানীৰ আশ্বাস দিলে চীনৰ বিদেশমন্ত্ৰী ওৱাং ইয়ে৷ সোমবাৰে দুদিনীয়া ভ্ৰমণেৰে ভাৰতলৈ আহিছিল তেওঁ৷ সেই দিনাই জয়শংকৰক দেখা কৰে ওয়াং ইয়ে৷ সংবাদ সংস্থা এ এন আই আৰু একাধিক সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ বিদেশমন্ত্ৰীৰ সৈতে সাক্ষাতত তেওঁ তিনিবিধ সামগ্ৰী অৰ্থাৎ কৃষিক্ষেত্ৰত ব্যৱহৃত সাৰ, দুষ্প্ৰাপ্য খনিজ আৰু সুৰংগ খনন কৰাৰ যন্ত্ৰ টানেল বোৰিং মেছিন আকৌ ভাৰতলৈ ৰপ্তানী কৰাৰ কথা আলোচনা কৰে চীনৰ বিদেশমন্ত্ৰীৰ সৈতে৷

এই পণ্যসমূহ ভাৰতলৈ ৰপ্তানী কৰাৰ বিষয়ে নিষেধাজ্ঞা আৰোপ কৰিছিল চীনে৷ কিন্তু ধাৰণা কৰা হৈছে যে এইবাৰ সেই নিষেধাজ্ঞাই প্ৰত্যাহাৰ কৰিবলৈ আগবাঢ়িছে চীন৷ এই বিষয়ে এক সূত্ৰক উদ্ধৃত কৰি দ্যা ইকনমিক টাইমছে জনাইছে ইতিমধ্যেই এই তিনি পণ্য ৰপ্তানী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চি জিনপিঙৰ প্ৰশাসনে৷
ভাৰতৰ কৃষিক্ষেত্ৰত ইউৰিয়া কিংবা ডাই এমোনিয়াম ফচফেটৰ দৰে সাৰ খুবেই গুৰুত্বপূৰ্ণ৷ কিন্তু চীনে ৰপ্তানী বন্ধ কৰাত এইসমূহৰ যোগান টান হৈ পৰিছিল৷ বাঢ়িছিল সাৰৰ দামো৷ অন্যহাতে টানেল বোৰিং মেছিনৰো পৰ্যাপ্ত যোগান নথকাৰ বাবে থমকি ৰৈছিল নিৰ্মাণৰ কাম৷ ইলেক্ট্ৰনিক বাহন তৈয়াৰৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ উপাদান হৈছে দুষ্প্ৰাপ্য খনিজ পদাৰ্থ৷ বিশ্বৰ বিভিন্ন দেশ এই খনিজৰ বাবে চীনৰ ওপৰত নিৰ্ভৰশীল৷

চীনে নিৰাপত্তাগত কাৰণ চাই ভাৰতত এই দুষ্প্ৰাপ্য খনিজ ৰপ্তানীৰ বিষয়েও বিধিনিষেধ আৰোপ কৰি ৰাখিছিল৷ ফলত অসুবিধাত পৰিছিল বাহন নিৰ্মাতাই৷ কেন্দ্ৰৰ এক সূত্ৰৰ খবৰ যে বিগত মাহত চীন যাত্ৰাত গৈ এই অসুবিধাৰ কথা সেই দেশৰ বিদেশমন্ত্ৰীক জনাইছিল জয়শংকৰে৷

সেই সূত্ৰৰ দাবী দুই বিদেশমন্ত্ৰীৰ বৈঠকত ডোনাল্ড ট্ৰাম্প আৰু শুল্কৰ প্ৰসংগও উঠিছে৷ ৰাছিয়াৰ পৰা তেল আমদানিৰ বাবে ইতিমধ্যেই ভাৰতীয় পণ্যৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক জাপি দিছে আমেৰিকাই৷ চীনেও ৰাছিয়াৰ পৰা ইন্ধন আমদানি কৰে৷ সেই ক্ষেত্ৰত ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰাখিলে চীনৰ ওপৰতো ট্ৰাম্পে শুল্ক জাপি দিব বুলি বহুতেই ধাৰণা কৰিছে৷ অৱশ্যে সকলোবোৰ নিৰ্ভৰ কৰিছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ ট্ৰাম্প প্ৰস্তাবিত ত্ৰিপাক্ষিক বৈঠকৰ গতিপ্ৰকৃতিৰ ওপৰত৷ সেয়ে এই বিষয়ে পূৰ্বৰে পৰাই সজাগ হৈ আছে চীন৷ সেই কাৰণেই তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কৰ টনাআঁজোৰা মোহাৰি ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিছে ধাৰণা কৰা হৈছে৷

দুদিনীয়া এই ভ্ৰমণত মঙলবাৰে ভাৰতৰ জাতীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে বৈঠকত বহিছে চীনৰ বিদেশমন্ত্ৰী৷ সেই বৈঠকতেই মূলত ভাৰত চীন সীমান্ত সংক্ৰান্তিয় বিষয়টোক লৈ আলোচনাৰ কথা আছে৷ তাৰ পূৰ্বে সোমবাৰে সন্ধিয়া বৈঠকত চীনৰ বিদেশমন্ত্ৰীক জয়শংকৰে কয়, ‘এয়া সীমান্ত সংক্ৰান্তিয় বিষয়৷ এই বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ৷ কাৰণ আমাৰ সম্পৰ্কৰ যিকোনো ইতিবাচক অগ্ৰগতিৰ ভিত্তিয়েই হৈছে সীমান্তৰ শান্তি আৰু স্থিতাবস্থা৷ সেয়ে সীমান্তত উত্তেজনা কমোৱাৰ প্ৰক্ৰিয়াক আৰু আগুৱাই লৈ যাব লাগিব৷’ মঙলবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দেখা কৰাৰ কথা আছে চীনৰ বৈদেশিকমন্ত্ৰীৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
এই বৰ্ষৰ দুৰ্গাপূজাৰ পৰাই খুলিব কেইবাটাও ৰাশিৰ কঁপাল, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

এই বৰ্ষৰ দুৰ্গাপূজাৰ পৰাই খুলিব কেইবাটাও ৰাশিৰ কঁপাল, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

এছিয়া কাপৰ দলত শুভমন গীল, অধিনায়ক সূৰ্য, ১৫ জনীয়া দলত স্থান পালেনে অসমৰ ৰিয়ানে? সবিশেষ পঢ়ক

এছিয়া কাপৰ দলত শুভমন গীল, অধিনায়ক সূৰ্য, ১৫ জনীয়া দলত স্থান পালেনে অসমৰ ৰিয়ানে? সবিশেষ পঢ়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.