• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?

ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?

4 years ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

9 minutes ago
‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

59 minutes ago
হেলানা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

হেলানা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

2 hours ago
গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

3 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

4 hours ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

10 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

11 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

12 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

12 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

13 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?

editor by editor
May 18, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?
0
SHARES
258
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ শেনৰ এজাত হ’ল চীন৷ কোনোদিনে নোহোৱা-নোপজা ঘটনা কৰিছে চীনে৷ জি-৭ দেশৰ বিৰুদ্ধে ভাৰতৰ হৈ যুক্তি-যুদ্ধত বহাৰ লগতে জি-৭ক চীনে প্ৰত্যুত্তৰ দিছে৷ আচৰিত যেন লাগিলেও এয়াই সত্য যে ‘ভাৰতক দোষ দিব নোৱাৰা’ বুলি ভাৰতৰ প্ৰতি চীনে সৎভাৱ দেখুওৱাইছে৷

ভাৰতে আসন্ন বিপদৰ কথা জানিয়েই বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰি অহা উন্নত মানৰ ভাৰতীয় ঘেঁহুৰ ৰপ্তানি হঠাতে বন্ধ কৰিছে৷ অৱশ্যে ভাৰতৰ এই ঘেঁহু ৰপ্তানি বন্ধ কৰাৰ আঁৰত কেতবোৰ পৰিবেশজনিত বিশেষ কাৰণো আছে৷

তথ্যত প্ৰকাশ পোৱা মতে হঠাৎ অতিমাত্ৰা গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত উত্তৰ পশ্চিম আৰু মধ্য ভাৰতৰ ঘেঁহু উৎপাদন একেবাৰে নিম্নগামী হৈছে৷ ১২২ বছৰৰ পিছত ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত ভাৰতে এনে সমস্যাৰ সন্মুখীন হৈছে৷

 

লগতে পঢ়ক সাৱধান! জলপ্ৰপাতত ফটো তুলি থাকোতে ৫০ ফুট তললৈ পৰি মৃত্যু সুন্দৰী যুৱতী পৰ্যটকৰ

ইয়াৰ উপৰিও ভাৰতীয় খাদ্য নিগমে দিয়া তথ্য অনুসৰি ঘেঁহু মজুত ভাণ্ডাৰৰ ক্ষেত্ৰত আজিৰ সময়ত ভাৰত ৫ বছৰ পিছুৱাই যাব লগা হৈছে৷ ফলত এনেবোৰ কাৰণৰ বাবেই বৰ্তমান ভাৰত চৰকাৰে ভৱিষ্যতে আহিবলগীয়া এক তীব্ৰ খাদ্য সংকটৰ সৈতে মোকাবিলা কৰিবলৈ হঠাৎ ঘেঁহু ৰপ্তানিৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷

উল্লেখ্য যে বিশ্বৰ ঘেঁহু উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ৰাছিয়া-ইউক্ৰেইন শীৰ্ষত আছে৷ দুয়ো দেশৰ মাজত অব্যাহত থকা যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে খাদ্য সংকটে দেখা দিয়াৰ সম্ভাৱনা আছে৷ ইয়াৰ ফলতে বিশ্বৰ অধিকাংশ ৰাষ্ট্ৰই ঘেঁহু ভাৰতৰ পৰাই ক্ৰয় কৰাৰ চিন্তা-চৰ্চা কৰি আছিল৷ তেনে সময়তে ভাৰতেও ঘেঁহু ৰপ্তানি বন্ধ কৰা কাৰ্যই সমগ্ৰ বিশ্বত খাদ্যৰ সংকটত নমাই অনাৰ আশংকা ঘণীভূত হৈছে৷ যাক লৈ এতিয়া খাদ্য সংকটৰ এক অনিশ্চিত ভৱিষ্যৎ লৈ বিপাঙত পৰিছে বিশ্বৰ ৰাষ্ট্ৰসমূহ৷

ইফালে ঘেঁহু নাটনিৰ ফলত খোদ ভাৰততে ঘেঁহুৰ পৰা প্ৰস্তুত কৰা প্ৰতিবিধ খাদ্য সামগ্ৰীত মূল্যবৃদ্ধি ঘটিছে৷ বিস্কুৰ্ট, ময়দা, আটাকে আদি কৰি ভাৰততে দামবৃদ্ধিৰ দেশৰ জনতাক কোঙা কৰিছে৷

 

লগতে পঢ়ক যৌন সংগমৰ সময়ত মাত্ৰাধিক চিঞৰ বাখৰ এহাল দম্পতীৰ, প্ৰতিবেশীয়ে তৰিলে গোচৰ!

এনে মহঙা দিনত বিশ্ব বজাৰত ঘেঁহুৰ প্ৰতি ইউনিটৰ দাম ১,২৪৭.৩ ডলাৰলৈ বৃদ্ধি পাইছে৷ আনহাতে এই দাম দিনকদিনে আৰু বৃদ্ধি হোৱাৰ আশংকাহে পৰিলক্ষিত হৈছে৷

এনে সময়তে বিশ্বৰ সকলোতকৈ ধনী ৭ খন পশ্চিমীয়া দেশৰ দ্বাৰা সংস্থাপিত জি-৭ দেশসমূহে বিশ্বত দেখা দিয়া ঘেঁহু সমস্যাৰ বাবে আনুষ্ঠানিকভাৱে ভাৰতকে জগৰীয়া কৰিব খুজিছে৷ জি-৭ দেশসমূহে ভাৰতক বিবেচনাৰে চিন্তা কৰি ঘেঁহু ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে৷

কিন্তু, জি-৭ দেশে ভাৰতৰ বিপৰীতে তোলা এই অভিযোগৰ বিৰুদ্ধে এইবাৰ চিৰবৈৰী চীনে ভাৰতৰ পক্ষ লোৱা দেখা গৈছে৷ চীন চৰকাৰক প্ৰতিনিধিত্ব কৰা চীনৰ গ্লোৱেল টাইম বাতৰি কাকতে এনেদৰে আনুষ্ঠানিকভাৱে জি-৭ ৰাষ্ট্ৰক ভাৰতৰ হৈ প্ৰত্যুত্তৰ দিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamG-7Indo-China
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!
নিয়োগ

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

October 26, 2026
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?
ভাৰত

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

October 26, 2026
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!
প্ৰযুক্তি

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

October 26, 2026
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!
অপৰাধ

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

October 26, 2026
Next Post
পঞ্চাশোৰ্ধৰ মহিলাৰ যৌনতা হ্ৰাস পাই নেকি? অধ্যয়নে কি কয়?

পঞ্চাশোৰ্ধৰ মহিলাৰ যৌনতা হ্ৰাস পাই নেকি? অধ্যয়নে কি কয়?

বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.