• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিৰিক্ত বীৰ্যপাততেই মৃত্যু! শুক্ৰাণু দান কৰাৰ নিচাই প্ৰাণ কাঢ়িলে এগৰাকী চিকিৎসক ছাত্ৰৰ, সমগ্ৰ কাহিনী কি?

9 months ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

10 minutes ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

26 minutes ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

1 hour ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

2 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

3 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

4 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অতিৰিক্ত বীৰ্যপাততেই মৃত্যু! শুক্ৰাণু দান কৰাৰ নিচাই প্ৰাণ কাঢ়িলে এগৰাকী চিকিৎসক ছাত্ৰৰ, সমগ্ৰ কাহিনী কি?

অতিৰিক্ত বীৰ্যপাততেই মৃত্যু! শুক্ৰাণু দান কৰাৰ নিচাই প্ৰাণ কাঢ়িলে এগৰাকী চিকিৎসক ছাত্ৰৰ, সমগ্ৰ কাহিনী কি?

editor by editor
July 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
অতিৰিক্ত বীৰ্যপাততেই মৃত্যু! শুক্ৰাণু দান কৰাৰ নিচাই প্ৰাণ কাঢ়িলে এগৰাকী চিকিৎসক ছাত্ৰৰ, সমগ্ৰ কাহিনী কি?
0
SHARES
6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিৰিক্ত বীৰ্যপাত হৈ মৃত্যু৷ এয়াও সম্ভৱনে? এয়া অলৌকিক নহয়, এই ঘটনা ঘটিছে চীন দেশত৷ ২৩ বছৰ বয়সীয়া এগৰাকী ব্যক্তি.এ মাত্ৰ ১০ দিনৰ ভিতৰত চাৰিবাৰলৈ এটা শুক্ৰাণু বেংকত শুক্ৰাণু দান কৰাৰ পাছতেই মৃত্যুক সাবটি লৈছে৷

দ্যা ডেইলি মেইলৰ ৰিপৰ্ট অনুসৰি চীনৰ হুৱেই প্ৰদেশৰ উহান বিশ্ববিদ্যালয়ত শুক্ৰাণু দান কেন্দ্ৰত এক ব্যক্তিগত কক্ষত জেং গেং নামৰ যুৱকক সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰিছে৷ কৰ্মীসকলৰ দাবী কক্ষলৈ যোৱাৰ পাছত প্ৰায় দুই ঘণ্টা পাৰ হৈ গলেও ঘৰৰ পৰা বাহিৰ হোৱা নাছিল যুৱকজন৷ ইয়াৰপাছতেই চিকিৎসাকৰ্মীয়ে দুৱাৰ ভাঙি ভিতৰলৈ সোমায়৷ দেখা যায় মেজত পৰি আছে গেং৷ তৎক্ষণাৎ চিকিৎসাৰ ব্যৱস্থা কৰা হলেও তেওঁক বচাব নোৱাৰিলে৷ শেষ পৰ্যন্ত হৃদৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুক সাবটি লোৱা বুলি জনাইছে চিকিৎসকে৷ উল্লেখ্য যে গেং উহান চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল৷ আনকি তেওঁ অন্যলোককো শুক্ৰাণু দানৰ বাবে উৎসাহিত কৰা বুলি খবৰ আহিছে৷

ডেইলি মেইলৰ প্ৰতিবেদন অনুসৰি গেঙৰ পৰিয়ালে শুক্ৰাণু বেংকখনৰ বিৰুদ্ধে গোচৰ কৰে৷ আত্মীয়সকলৰ দাবী, যুৱকৰ মৃত্যুৰ বাবে ক্লিনিকখনেই দায়ী৷ আনকি ক্ষতিপূৰণ হিচাপে ৬৪৮, ৫৪৫ ডলাৰ দাবী কৰে যুৱকৰ পৰিয়ালে৷ ক্লিনিকখনে সেই যুৱকক ঘনে ঘনে শুক্ৰাণু দানৰ বাবে চাপ দিবলৈ দাবী কৰা বুলিও অভিযোগ৷ কিন্তু সেই দাবী মানি লোৱা নাই আদালতে৷ আদালতৰ ৰায়, মৃত্যুৰ বাবে তেওঁ নিজেই দায়ী৷ অতিৰিক্ত হস্পমৈথুনৰ দৰে বিষয়টো তেওঁ নিজেই সিদ্ধান্ত লৈছিল বুলি মত আদালতৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

April 6, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
Next Post
আমাৰ ভৰিতেই লুকাই আছে আৰু এটা হৃদপিণ্ড! এই ৰহস্য জানিলে অবাক হ’ব আপুনিও

ঘৰ ভাৰতত, ৰাজত্ব কৰিছে কেনিয়াত, উৎপাত সহিব নোৱাৰি কেনিয়া চৰকাৰে ভাৰতীয়মূলৰ কাউৰীক লৈ আৰম্ভ কৰিছে এই বিশেষ অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন