• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰকৃত হি’ৰ এনেকুৱাই! ৱায়নাডক দেখি হৃদয় কান্দি উঠিছে দক্ষিণী অভিনেতা ৰামচৰণ, আল্লুৰ, ৰামচৰণে দিলে ১ কোটিৰ অনুদান

প্ৰকৃত হি’ৰ এনেকুৱাই! ৱায়নাডক দেখি হৃদয় কান্দি উঠিছে দক্ষিণী অভিনেতা ৰামচৰণ, আল্লুৰ, ৰামচৰণে দিলে ১ কোটিৰ অনুদান

2 years ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

3 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

4 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

5 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

6 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

6 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

7 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

8 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

9 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

9 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

10 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

10 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰকৃত হি’ৰ এনেকুৱাই! ৱায়নাডক দেখি হৃদয় কান্দি উঠিছে দক্ষিণী অভিনেতা ৰামচৰণ, আল্লুৰ, ৰামচৰণে দিলে ১ কোটিৰ অনুদান

প্ৰকৃত হি’ৰ এনেকুৱাই! ৱায়নাডক দেখি হৃদয় কান্দি উঠিছে দক্ষিণী অভিনেতা ৰামচৰণ, আল্লুৰ, ৰামচৰণে দিলে ১ কোটিৰ অনুদান

editor by editor
August 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
প্ৰকৃত হি’ৰ এনেকুৱাই! ৱায়নাডক দেখি হৃদয় কান্দি উঠিছে দক্ষিণী অভিনেতা ৰামচৰণ, আল্লুৰ, ৰামচৰণে দিলে ১ কোটিৰ অনুদান
0
SHARES
412
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিক্ৰম, ৰশ্মিকা মান্দানা, জ্যোতিকা ছাদানা, সূৰ্যৰ দৰে দক্ষিণা ছুপাৰষ্টাৰসকৰ পূৰ্বেই আগুৱাই আহিছিল৷ কেৰালাৰ ৱায়নাডত বানক্ষতিগ্ৰস্থৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী পুঁজিত তেওঁলোকে দিছে মোটা অংকৰ অনুদান৷ এইবাৰ মৃত্যুপুৰী ৱায়নাডৰ পুনৰ উত্তৰণৰ বাবে বৃহৎ আৰ্থিক সাহায্য দান কৰিলে চিৰঞ্জিৱী আৰু ৰামচৰণেও৷ পিতা-পুত্ৰ মিলি এক কোটি টকাৰ অনুদান আগবঢ়ালে কেৰালাৰ ৱায়নাডৰ বান বিধ্বস্তলৈ৷ এই বিধ্বস্ত ৱায়নাডৰ কাষত থিয় দিছে পুষ্পা ষ্টাৰ আল্লু অৰ্জুনো৷

কেৰালাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়াই মেগাষ্টাৰ চিৰঞ্জিৱীয়ে কয়, ‘বিগত কেইটা দিনৰ প্ৰকৃতিৰ ৰোষত পৰি কেৰালাত শ শ লোকে জীৱন হেৰুৱালে৷ ক্ষয় ক্ষতিৰ পৰিমাণো প্ৰচুৰ৷ ৱায়নাডৰ এই বিপৰ্যয়ত মই গভীৰভাৱে মৰ্মাহত হৈছো৷ মই আৰু ৰামচৰণে এক কোটি সাহায্য আগবঢ়াইছো৷ যিসকলৰ ক্ষতি হৈছে তেওঁলোকৰ ওচৰত আমি সদায়ে আছো৷ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো সকলোবোৰ যাতে সোনকালেই ঠিক হয়৷’

অন্যহাতে ২৫লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই আল্লু অৰ্জুনে কয়, ‘কেৰালাই আমাক বহু দিছে৷ এইবাৰ মই তেওঁলোকক অলপমান সহায় হোৱাকৈ ২৫ লাখ টকা দিছো৷ সেয়া মোৰ কৰ্তব্য বুলিয়েই ভাৱিছো৷’ প্ৰকৃতিৰ ৰুদ্ৰৰোষত কেৰালাৰ ৱায়নাড মৃত-উপত্যকাত পৰিণত হৈছে৷ বেচৰকাৰী তথ্য মতে মৃত্যুৰ সংখ্যা ৩০০ পাৰ হৈছে৷ বিপৰ্যয়ৰ সন্মুখীন হৈ নিজৰ ঘৰ এৰি পলাইছে বহুসংখ্যকেই৷ এই ভূমিস্খলনৰ ঘটনাত ৱায়নাডত অন্তত ৩৫০ টা ঘৰ ক্ষতিগ্ৰস্থ হৈছে৷ প্ৰতিকূল বতৰৰ বাবে বাৰে বাৰে বিঘ্নিত হৈছে উদ্ধাৰৰ কাম৷

বৃহস্পতিবাৰে সন্ধিয়া চুৰালমালা আৰু মুণ্ডাকাই গাঁৱৰ মাজত বেইলি ব্ৰিজ অৱশেষত বনাবলৈ সক্ষম হৈছে প্ৰশাসনে৷ সেই দলঙেৰেই তেওঁলোকে উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সৰঞ্জাম লৈ যাব পাৰিছে বিপৰ্যয় মোকাবিলা বাহিনীয়ে৷ বিগত পাঁচদিন ধৰি চলিছে উদ্ধাৰৰ কাম৷ চৰকাৰী মতে, মৃতকৰ সংখ্যা ২১৫৷ নিখোঁজ ২০৬ জন৷ যদিও বেচৰকাৰী মতে সংখ্যাটো বহু বেছি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!
জীৱনশৈলী

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

March 22, 2026
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!
জীৱনশৈলী

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

March 22, 2026
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!
বিশ্ব

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

March 22, 2026
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

March 22, 2026
Next Post
পূৰ্বাফাল্গুনী নক্ষত্ৰলৈ আহিব শুক্ৰ, সপোন পূৰণ হ’ব তিনি ৰাশিৰ, আছে অৰ্থলাভৰো যোগ

পূৰ্বাফাল্গুনী নক্ষত্ৰলৈ আহিব শুক্ৰ, সপোন পূৰণ হ’ব তিনি ৰাশিৰ, আছে অৰ্থলাভৰো যোগ

লাভ জেহাদ আৰু হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ক লৈ কঠোৰ মুখ্যমন্ত্ৰী! আনিব দুখনকৈ নতুন আইন

লাভ জেহাদ আৰু হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ক লৈ কঠোৰ মুখ্যমন্ত্ৰী! আনিব দুখনকৈ নতুন আইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.