• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বাফাল্গুনী নক্ষত্ৰলৈ আহিব শুক্ৰ, সপোন পূৰণ হ’ব তিনি ৰাশিৰ, আছে অৰ্থলাভৰো যোগ

পূৰ্বাফাল্গুনী নক্ষত্ৰলৈ আহিব শুক্ৰ, সপোন পূৰণ হ’ব তিনি ৰাশিৰ, আছে অৰ্থলাভৰো যোগ

2 years ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

26 minutes ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

1 hour ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

2 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

2 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

3 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

4 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

5 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

6 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

6 hours ago
হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

7 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

কেনে যাব আজি আপোনাৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পূৰ্বাফাল্গুনী নক্ষত্ৰলৈ আহিব শুক্ৰ, সপোন পূৰণ হ’ব তিনি ৰাশিৰ, আছে অৰ্থলাভৰো যোগ

পূৰ্বাফাল্গুনী নক্ষত্ৰলৈ আহিব শুক্ৰ, সপোন পূৰণ হ’ব তিনি ৰাশিৰ, আছে অৰ্থলাভৰো যোগ

editor by editor
August 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পূৰ্বাফাল্গুনী নক্ষত্ৰলৈ আহিব শুক্ৰ, সপোন পূৰণ হ’ব তিনি ৰাশিৰ, আছে অৰ্থলাভৰো যোগ
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুলাই মাহৰ শেষৰ পৰা ৰাশি পৰিবৰ্তনৰ পাছতেই আগষ্টৰ প্ৰথমতেই নক্ষত্ৰ সলনি কৰিব শুক্ৰই৷ জ্যোতিষ গণনা অনুসৰি ১১ আগষ্টত শুক্ৰই পূৰ্বাফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই নক্ষত্ৰৰ অধিপতি হৈছে শুক্ৰ৷ দৈতগুৰুৰ এই নক্ষত্ৰ পৰিবৰ্তনে কেইটামান ৰাশিৰ জাতকৰ ভাগ্য চমকি উঠিব৷ নক্ষত্ৰমণ্ডলৰ ২৭টাৰ ভিতৰত একাদশতম নক্ষত্ৰ হৈছে পূৰ্বাফাল্গুনী৷ এই নক্ষত্ৰক অত্যন্ত ভাগ্যবান বুলি কোৱা হয়? ইয়াৰ প্ৰভাৱত সমাজত মান-সন্মান বৃদ্ধি পায়৷ ইয়াৰোপৰি আত্মবিশ্বাসো বাঢ়ে৷ নেতৃত্ব লোৱাৰ ক্ষমতা বিকশিত হয় পূৰ্বাফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত৷ অন্যহাতে শুক্ৰ স্বয়ং সুখ, সৌভাগ্যৰ কাৰক গ্ৰহ৷ স্বনক্ষত্ৰত শুক্ৰৰ প্ৰৱেশৰ ফলত তিনি ৰাশিৰ জাতকৰ উন্নতি হ’ব৷ শুক্ৰৰ নক্ষত্ৰ গোচৰ কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ? জানক সবিশেষ তথ্য৷

তুলা ৰাশি

পুৰ্বাফাল্গুনী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশে এই ৰাশিৰ জাতকৰ জীৱনত অনুকূল প্ৰভাৱ বিস্তাৰ কৰিব৷ নতুন চাকৰিৰ সন্ধান লাভ কৰিব এই ৰাশিৰ জাতকে৷ আপুনি কৰি থকা কামত সফলতা লাভ কৰিব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ ইচ্ছা থাকিলে লাভ অৰ্জন কৰিব পাৰিব৷ ব্যৱসায়িক কাৰণত যাত্ৰা কৰিব পাৰে৷ আৰ্থিক পৰিস্থিতি উন্নত থাকিব৷ আপোনাৰ সমস্ত ইচ্ছাপূৰণ হ’ব এই সময়ত৷ জীৱনসংগীৰ সৈতে কোনো বিবাদ থাকিলে সেয়া সমাপ্ত হ’ব৷

ধনু ৰাশি

শুক্ৰৰ নক্ষত্ৰ গোচৰত ধনু ৰাশিৰ জাতকৰ শুই থকা ভাগ্য জাগি উঠিব৷ দীৰ্ঘদিন ধৰি হ’বলগীয়া কাম ৰৈ থাকিলে এই সময়তেই সম্পন্ন হ’ব৷ কেৰিয়াৰত কামৰ প্ৰশংসা লাভ কৰিব এই ৰাশিৰ জাতকে৷ উচ্চাধিকাৰীসকলে আপোনাৰ প্ৰতি প্ৰসন্ন হৈ পদোন্নতি পাব পাৰে৷ কোনো ডাঙৰ দায়িত্বও আপুনি লাভ কৰিব৷ ব্যৱসায়ত প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে৷ কোনো বৃহৎ প্ৰকল্প বা ডিল চূড়ান্ত কৰিব পাৰে৷ আৰ্থিক পৰিস্থিতি ভালে থাকিব৷ আয়ৰ নতুন উৎস পাব৷ প্ৰেম জীৱনৰ বাবে সময় ভাল৷

মীন ৰাশি

এই ৰাশিৰ জাতকে প্ৰচুৰ লাভ অৰ্জন কৰিব৷ সমাজত মান-সন্মানো বাঢ়িব৷ ভৱিষ্যতৰ প্ৰতি অধিক মনোনিৱেশ কৰিব এই ৰাশিৰ জাতকে৷ সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ আত্মবিশ্বাস বাঢ়িব, ফলত একাধিক কামত সাফল্য অৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতকে৷ ব্যৱসায়ত লাভ হ’ব৷ প্ৰতিযোগীসকলে কাঢ়া টক্কৰ দিব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ ইয়াৰোপৰি অৰ্থ সঞ্চয়ত সফল হ’ব৷ সুখ লাভ সম্ভৱ৷ প্ৰেম জীৱনৰ বাবে এই সময় ভাল৷ সংগীৰ সৈতে কৰোবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?
অসম

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

May 27, 2026
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ
জীৱনশৈলী

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

May 27, 2026
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে
বিশ্ব

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

May 27, 2026
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!
জীৱনশৈলী

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

May 27, 2026
Next Post
লাভ জেহাদ আৰু হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ক লৈ কঠোৰ মুখ্যমন্ত্ৰী! আনিব দুখনকৈ নতুন আইন

লাভ জেহাদ আৰু হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ক লৈ কঠোৰ মুখ্যমন্ত্ৰী! আনিব দুখনকৈ নতুন আইন

BSNL 5Gক লৈ বৃহৎ আপডেট, ৰকেট গতিত চলিব ইণ্টাৰনেট

BSNL 5Gক লৈ বৃহৎ আপডেট, ৰকেট গতিত চলিব ইণ্টাৰনেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.