• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

বলীউডকো প্ৰত্যাহ্বান জনাইছে অসমীয়া ছবি ‘চুপা চুপি’য়ে! গঢ়িছে নতুন ৰেকৰ্ড

3 months ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

10 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

11 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

11 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

12 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

12 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

13 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

14 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

15 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

15 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

16 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

17 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বলীউডকো প্ৰত্যাহ্বান জনাইছে অসমীয়া ছবি ‘চুপা চুপি’য়ে! গঢ়িছে নতুন ৰেকৰ্ড

বক্স অফিছত কিমান উপাৰ্জন কৰিছে অসমীয়া ছবি 'চুপা চুপি'য়ে?

editor by editor
July 3, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?
0
SHARES
356
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমীয়া ছবিৰ সুদিন ঘূৰি আহিছে। ইখনৰ পিছত সিখন ছবিয়ে কোটি কোটি টকা উপাৰ্জন কৰি বক্স অফিচৰ ৰেকৰ্ড ভাঙিছে। ১২ জুনত মুক্তি পাইছিল এখন নতুন অসমীয়া ছবি চুপা চুপি। মুক্তিৰ পিছতে অসমৰ প্ৰতিটো ছবিগৃহতে হাউছফুল দৰ্শক। ৱেব চিৰিজৰ পৰা পূৰ্ণদৈৰ্ঘৰ ছবিলৈকে আঁকোলি লৈছে দৰ্শকে।

‘চুপা চুপি’ শীৰ্ষক প্ৰথম ৱেব ছিৰিজখন ২০২৪ চনত মুক্তি লাভ কৰিছিল। এই কমেডী ৱেব ছিৰিজখনে দৰ্শকৰ ব্যাপক প্ৰশংসা লাভ কৰিছিল। ইয়াৰ আইএমডিবি ৰেটিং হৈছে ৮.৭। চলিত বৰ্ষৰ ১২ জুনত নিৰ্মাতাসকলে এই ধাৰাবাহিকখনৰ আধাৰত এখন ছবি মুক্তি দিয়ে। ৱেব ছিৰিজখনৰ দৰেই ছবিখনেও ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। সৰু বাজেটৰ এই ছবিখনে বক্স অফিচত কোটি টকা উপাৰ্জন কৰে।

‘চুপা চুপি’ বক্স অফিচ সংগ্ৰহ আৰু ৰেকৰ্ড

SaccNilk ৰ মতে, ‘চুপা চুপি’য়ে ৭.৯৬ কোটি টকা সংগ্ৰহ কৰিছে। আইএমডিবিৰ মতে ইয়াৰ বাজেট আছিল ৪ কোটি টকা। অৰ্থাৎ ২১ দিনত ছবিখনৰ বাজেট দুগুণ হৈছে। ইয়াৰ উপৰিও অসমীয়া চিনেমাত সৰ্বাধিক উপাৰ্জন কৰা ৭ম ছবিৰ অভিলেখো আছে ৷ উপাৰ্জন এতিয়াও অব্যাহত আছে, আৰু আশা কৰা হৈছে যে ই সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া ছবিৰ শীৰ্ষ ৫ খন তালিকালৈ ৭ম স্থানৰ পৰা শীৰ্ষ ৫ খনলৈ গতি কৰিব পাৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা বাঢ়িছে চুপা চুপিৰ। এতিয়া এই ছবিখনে বলীউডকো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ
বিনোদন

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

September 24, 2026
Next Post
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ'ব আৰ্থিক ক্ষতি!

“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

"তুমি বডিছুট খুলিব লাগিব!" ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.