• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুমাৰ ছানু, আলকা য়াগনিকৰ ডাঙৰ ফেন আছিল ওছামা বিন লাডেন, ওছামা বিন লাডেনৰ ঘৰৰ পৰা কি কি তথ্য উদ্ধাৰ কৰিছে আমেৰিকাৰ চোৰাং চোৱা সংস্থাই?

কুমাৰ ছানু, আলকা য়াগনিকৰ ডাঙৰ ফেন আছিল ওছামা বিন লাডেন, ওছামা বিন লাডেনৰ ঘৰৰ পৰা কি কি তথ্য উদ্ধাৰ কৰিছে আমেৰিকাৰ চোৰাং চোৱা সংস্থাই?

1 year ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

4 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

5 hours ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

5 hours ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

6 hours ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

7 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

8 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

9 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

9 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

10 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

11 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুমাৰ ছানু, আলকা য়াগনিকৰ ডাঙৰ ফেন আছিল ওছামা বিন লাডেন, ওছামা বিন লাডেনৰ ঘৰৰ পৰা কি কি তথ্য উদ্ধাৰ কৰিছে আমেৰিকাৰ চোৰাং চোৱা সংস্থাই?

কুমাৰ ছানু, আলকা য়াগনিকৰ ডাঙৰ ফেন আছিল ওছামা বিন লাডেন, ওছামা বিন লাডেনৰ ঘৰৰ পৰা কি কি তথ্য উদ্ধাৰ কৰিছে আমেৰিকাৰ চোৰাং চোৱা সংস্থাই?

editor by editor
March 17, 2025
in জীৱনশৈলী
0
কুমাৰ ছানু, আলকা য়াগনিকৰ ডাঙৰ ফেন আছিল ওছামা বিন লাডেন, ওছামা বিন লাডেনৰ ঘৰৰ পৰা কি কি তথ্য উদ্ধাৰ কৰিছে আমেৰিকাৰ চোৰাং চোৱা সংস্থাই?
0
SHARES
954
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ওছামা বিন লাডেন এতিয়া এই পৃথিৱীত নাই৷ লাডেন বুলিলেই ৰূঢ় এক সন্ত্ৰাসবাদৰ ছবি আমাৰ সন্মুখত ফুঁটি উঠে যদিও, লাডেনৰ সেই সন্ত্ৰাসবাদী মুখাৰ আঁৰত আছিল সংগীত প্ৰিয় এটা মন৷ সেই মনটোক জীৱিত কালত কোনেও নাজানিলেও মৃত্যুৰ পাছত লাডেনৰ ব্যক্তিগত লেপটপ খুচৰি পোৱা গৈছে এই তথ্য৷ ভাৰতীয় সংগীতৰ প্ৰতি বিশেষ ধাউতি আছিল লাডেনৰ সেই কথাৰো প্ৰমাণ পোৱা গৈছে৷ ভাৰতীয় সংগীতৰ ফেন আছিল লাডেন৷ বিশেষকৈ কুমাৰ ছানু আৰু আলকাই য়াগনিকৰ গীতৰ সংৰক্ষণ নিজৰ লেপটপত ৰাখিছিল লাডেনে৷ আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি আই এই এই তথ্য ৰাজহুৱা কৰিছে৷

ওছামা বিন লাডেনৰ ব্যক্তিগত ৪লাখ ৭০ হাজাৰ ফাইলৰ পৰীক্ষা কৰিছে আমেৰিকাৰ চোৰাং চোৱা সংস্থাই৷ পাকিস্তানৰ এবটাবাদত লাডেনক ধৰাৰ সময়ত এই তথ্য লাভ কৰিছে আমেৰিকাৰ চোৰাং চোৱা সংস্থাই৷ কেৱল সংগীতেই প্ৰিয় নাছিল লাডেনৰ৷ লাডেনে প্ৰায় প্ৰতিসময়তেই চাইছিল কাৰ্টুন টম এণ্ড জেৰি৷ কেৱল কাৰ্টুন সংগীততেই আগ্ৰহী আছিল তেনে নহয়৷ লাডেনৰ ভিতৰত লুকাই আছিল আন এক ৰূপো যাৰ বাবে প্ৰতিসময়তেই নীলা ছবিও চাইছিল লাডেনে৷

ইফালে সংগীতৰ কথা যদি কোৱা হয় তেন্তে লাডেনে ভাৰতীয় সংগীতশিল্পীৰ সংগীত নিজৰ ড্ৰাইভত ৰাখিছিল৷ ৯০ৰ দশকৰ জনপ্ৰিয় সংগীত অজনবী মুঝকৌ ইতনা বাতা, তু চান্দ হে পুনম কা ইত্যাদি গীত নিজৰ কম্পিউটাৰ ড্ৰাইভত ৰাখিছিল৷ কবিতা শুনিছিল টুইংকল টুইংকল লিটিল ষ্টাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক
জীৱনশৈলী

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

July 18, 2026
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 18, 2026
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!
জীৱনশৈলী

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

July 18, 2026
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়
জীৱনশৈলী

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

July 18, 2026
Next Post
শুক্ৰৰ অস্ত দশাত ৪ৰাশিৰ দুৰ্দান্ত সময়! ধনেই ধন আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

শুক্ৰৰ অস্ত দশাত ৪ৰাশিৰ দুৰ্দান্ত সময়! ধনেই ধন আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

মুহূৰ্তৰ দুৰ্বলতাই কাল হ’ল! জোঁৱায়েকে অন্তঃসত্ত্বা কৰিলে শাহুৱেকক, সন্মান ৰক্ষা কৰিবলৈ কি কৰিলে শাহুৱেকে?

মুহূৰ্তৰ দুৰ্বলতাই কাল হ’ল! জোঁৱায়েকে অন্তঃসত্ত্বা কৰিলে শাহুৱেকক, সন্মান ৰক্ষা কৰিবলৈ কি কৰিলে শাহুৱেকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.