শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ CID য়ে প্ৰেৰণ কৰিছে জাননী৷
দুয়োকে ১০ দিনৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে CID য়ে৷
ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে য়াটত থকা ১১ জন প্ৰৱাসী অসমীয়ালৈকো CIDৰ জাননী৷
বান্ধি দিয়া সময়ৰ ভিতৰত হাজিৰ নহ’লে লুক আউট নটিছ জাৰি কৰা হ’ব৷
ছিংগাপুৰৰ উচ্চায়ুক্তকো যোগাযোগ CIDৰ
ইতিমধ্যেই শ্যামকানু মহন্তৰ গীতানগৰস্থিত বাসগৃহত কালিৰে পৰাই CID য়ে চলাই আছে অভিযান৷
SSP ৰ’জী কলিতাৰ নেতৃত্বত আজি পুনৰ সৈতে SIT দলটো৷
শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত আজিও পুৱাৰে পৰা মোতায়েন কৰা হৈছে আৰক্ষী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















