• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

8 months ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

ডিচেম্বৰ মাহত ভাগ্য সলনি হ’ব এই ৫টা ৰাশিৰ! ধন-সম্পত্তি আৰু সফলতাৰ যোগ

33 minutes ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

কাইলৈ ভাগ্যৰ গতি সলনি হ’ব, ৫ ৰাশি পাব নতুন সুযোগ!

1 hour ago
অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!

অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!

2 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি!

2 hours ago
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস

হোৰাহোৰে কমিল সোণৰ মূল্য, একেবাৰতে ৪৪০০ টকা হ্ৰাস

3 hours ago
মহিলাৰ ঘামে আকৰ্ষণ কৰে নেকি পুৰুষক? গৱেষণাত পোহৰলৈ আহিছে তথ্য

মহিলাৰ ঘামে আকৰ্ষণ কৰে নেকি পুৰুষক? গৱেষণাত পোহৰলৈ আহিছে তথ্য

4 hours ago
প্ৰেম নে ভালপোৱাৰ অভিনয়? এই ৩টা উপায়েৰে বুজি লওক সহজে

প্ৰেম নে ভালপোৱাৰ অভিনয়? এই ৩টা উপায়েৰে বুজি লওক সহজে

4 hours ago
মাতৃ হ’ল সামান্থা ৰুথ প্ৰভু, সামাজিক মাধ্যমত সকলোৱে জনাইছে শুভেচ্ছা

মাতৃ হ’ল সামান্থা ৰুথ প্ৰভু, সামাজিক মাধ্যমত সকলোৱে জনাইছে শুভেচ্ছা

5 hours ago
মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU

মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU

6 hours ago
আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!

আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!

6 hours ago
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

7 hours ago
মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ

মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ'ব আপোনাৰ!

editor by editor
March 17, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!
0
SHARES
414
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Hanuman Chalisa: মঙলবাৰৰ দিনটো বজৰংগবলীৰ বাবে উৎসৰ্গা কৰা হয়। এই দিনটোত বিশেষ প্ৰাৰ্থনাৰ লগতে উপবাসে থকা হয়। প্ৰাৰ্থনাৰ সময়ত হনুমান চলিছা পাঠ কৰা হয়। ইয়াক নিয়মিতভাৱে আবৃত্তি কৰা হয়। বজৰংগবলীৰ মহিমা অসীম। তেওঁৰ ভক্তসকলৰ বাবে হনুমান চলিছা হৈছে এক প্ৰকাৰৰ সুৰক্ষা কৱচ।

নিয়মিতভাৱে হনুমান চলিছা পাঠ কৰিলে জীৱনৰ পৰা ভয়, ৰোগ, শনি দোষ আদি বিঘিনি দূৰ হয়। শাস্ত্ৰ মতে হনুমান হৈছে ভগৱান শিৱৰ ৰুদ্ৰ অৱতাৰ। তেওঁৰ উপাসনাত পবিত্ৰতা আৰু কেইবাটাও নিয়ম বজাই ৰাখিব লাগে। সেই কাৰণেই হনুমান চলিছা পাঠ কৰোতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে।

হনুমান চলিছা কেতিয়া পাঠ কৰিব নালাগে?

হনুমানৰ পূজাত অনুশাসন অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। শাস্ত্ৰ অনুযায়ী হনুমান চলিছা দুপৰীয়াৰ সময়ত পাঠ কৰা উচিত নহয়। পৰিয়ালৰ কাৰোবাৰ মৃত্যু হ’লে হনুমান চলিছা পাঠ কৰিব নালাগে বা শুদ্ধিকৰণৰ ৰীতি-নীতি সম্পূৰ্ণ নোহোৱালৈকে মূৰ্তি স্পৰ্শ কৰিব নালাগে।

মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত হনুমান চলিছা পাঠ কৰিব নালাগে। হনুমান ব্ৰহ্মচাৰী আছিল, সেয়ে মাংস বা মদ খোৱাৰ পিছত হনুমান চলিছা পাঠ কৰা উচিত নহয়। তদুপৰি লেতেৰা কাপোৰ পিন্ধি হনুমান চলিছাও পাঠ কৰিব নালাগে।

অস্বীকাৰ: এই বাতৰিত প্ৰকাশিত তথ্য ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24 এ ইয়াক সমৰ্থন নকৰে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Hanuman ChalisaHanuman Pujalord hanuman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

ডিচেম্বৰ মাহত ভাগ্য সলনি হ’ব এই ৫টা ৰাশিৰ! ধন-সম্পত্তি আৰু সফলতাৰ যোগ

November 20, 2026
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!
জীৱনশৈলী

কাইলৈ ভাগ্যৰ গতি সলনি হ’ব, ৫ ৰাশি পাব নতুন সুযোগ!

November 20, 2026
অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!
বিনোদন

অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!

November 20, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

8th Pay Commission: অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি!

November 20, 2026
Next Post
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.