• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিগাৰেট চাহিদা বাঢ়িছে দেশত! চিগাৰেট বিক্ৰি কৰিয়েই ২০২২ৰ চেল ষ্টকৰ শীৰ্ষত ITC

চিগাৰেট চাহিদা বাঢ়িছে দেশত! চিগাৰেট বিক্ৰি কৰিয়েই ২০২২ৰ চেল ষ্টকৰ শীৰ্ষত ITC

4 years ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

19 minutes ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

2 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

13 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

14 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

14 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

14 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

14 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

15 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

18 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

19 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

চিগাৰেট চাহিদা বাঢ়িছে দেশত! চিগাৰেট বিক্ৰি কৰিয়েই ২০২২ৰ চেল ষ্টকৰ শীৰ্ষত ITC

editor by editor
December 14, 2022
in খাদ্য, জীৱনশৈলী, বাণিজ্য, বিশ্ব, ভাৰত
0
চিগাৰেট চাহিদা বাঢ়িছে দেশত! চিগাৰেট বিক্ৰি কৰিয়েই ২০২২ৰ চেল ষ্টকৰ শীৰ্ষত ITC
0
SHARES
74
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চিগাৰেট স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ চিগাৰেটৰ বিজ্ঞাপনতেই স্বাস্থ্যৰ বাবে হানিকাৰক লিখা থাকে এনে নহয়৷ চিগাৰেটৰ পেকেটতো তুলি লওঁতে নিশ্চয় আপোনাৰো দৃষ্টিগোচৰ হয় এই কথা৷ চিগাৰেটৰ পেকেটতেই লিখা থাকে ‘ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷’

স্বাস্থ্যৰ বাবে হানিকাৰক হ’লেও চিগাৰেটে বিক্ৰিৰ ক্ষেত্ৰত অভিলেখ গঢ়িছে ভাৰতত৷ চিগাৰেটৰ ব্যৱসায় অত্যন্ত লাভজনক ব্যৱসায় বুলি সমীক্ষাইয়ো দাবী কৰে৷ শেহতীয়াকৈ প্ৰকাশ হোৱা বাণিজ্যিক সমীক্ষাত, চিগাৰেট প্ৰস্তুতকাৰী সংস্থা ITC য়ে ২০২২ বৰ্ষত সৰ্বাধিক ব্যৱসায়িক লাভালাভ অৰ্জন কৰা কোম্পানী হিচাপে পৰিচিত হৈছে৷ নিফটি ৫০ সূচকৰ অন্তৰ্গত এই ষ্টকে বিকাশৰ ক্ষেত্ৰত অন্যন্য নিদৰ্শন দাঙি ধৰিছে। বিগত বৰ্ষৰ ১৩ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ ১৩ ডিচেম্বৰলৈ এই ষ্টকৰ বিকাশৰ হাৰ বৃদ্ধি হৈ হৈছেগৈ ৫৮ শতাংশ।

আনহাতে বিগত বছৰত নিফটি ৫০ আৰু ছেনচেক্স বৃদ্ধিৰ হাৰ প্ৰায় ৫.৫ শতাংশ। আকৌ, সেই সময়ছোৱাত বহল সূচক যেনে মিড-কেপ আৰু স্মল-কেপ সূচকৰ বিকাশৰ হাৰ আছিল মাত্ৰ ৩ শতাংশ। চিগাৰেট প্ৰস্তুতকাৰী সংস্থাই, চিগাৰেটৰ মূল্য বৃদ্ধি হোৱাৰ পিছতো কৰ-অনুকূল পৰিস্থিতিৰ বাবে ITC-এ চাহিদা বজাই ৰাখিবলৈ সক্ষম হৈছে। এই ধাৰাটো আহিবলগীয়া দিনতো অব্যাহত থাকিব বুলি জনাইছে সংস্থাটোৱে। আন এগৰাকী বিশেষজ্ঞৰ মতে, চলিত বছৰত মাৰ্কেটত বহু উঠা নমা আছে যদিও ITC বছৰটোৰ আৰম্ভণিৰ পৰা ক্ৰমান্বয়ে ভাল প্ৰদৰ্শন দিয়া আৰম্ভ কৰিছিল। তেতিয়াৰে পৰা আৰু গ্ৰাফডাল বাঢ়িয়েই আছে। কেৱল চিগাৰেটেই নহয়, এফএমচিজি, কৃষি, হোটেলৰ ক্ষেত্ৰতো এই কোম্পানীটোৱে যথেষ্ট লাভালাভ অৰ্জন কৰিছে।

উল্লেখ্য যে, সমীক্ষাই জনোৱামতে ভাৰতত ধূমপানকাৰীৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে। ভাৰতৰ একোজন ধূমপানকাৰীয়ে দৈনিক ৮.১ হাৰত চিগাৰেট সেৱন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!
জীৱনশৈলী

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

September 10, 2026
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!
প্ৰযুক্তি

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

September 10, 2026
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
Next Post
আইনে দিছে বিশেষ ৰায়! হাৰি নাযাব এইবাৰ গপত গংগাটোপ আজমল…

আইনে দিছে বিশেষ ৰায়! হাৰি নাযাব এইবাৰ গপত গংগাটোপ আজমল...

২০২৩ চনত এই ৰাশিৰ ব্যক্তিৰ ওপৰত শনিৰ প্ৰভাৱ থাকিবই, ৰক্ষা পাবলৈ কি কি কৰিব?

২০২৩ চনত এই ৰাশিৰ ব্যক্তিৰ ওপৰত শনিৰ প্ৰভাৱ থাকিবই, ৰক্ষা পাবলৈ কি কি কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.