• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুক্তিৰ দিনাই অভিলেখ চাৰ্কাছৰ! চিনেমাপ্ৰেমীয়ে কৈছে সুদিন ঘূৰি আহিছে বলীউডৰ…

মুক্তিৰ দিনাই অভিলেখ চাৰ্কাছৰ! চিনেমাপ্ৰেমীয়ে কৈছে সুদিন ঘূৰি আহিছে বলীউডৰ…

4 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

2 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

3 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

3 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

4 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

4 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

5 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

6 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

7 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

8 hours ago
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

9 hours ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মুক্তিৰ দিনাই অভিলেখ চাৰ্কাছৰ! চিনেমাপ্ৰেমীয়ে কৈছে সুদিন ঘূৰি আহিছে বলীউডৰ…

editor by editor
December 24, 2022
in Uncategorized, চিনেমা, বাণিজ্য, ভাৰত, সংগীত
0
মুক্তিৰ দিনাই অভিলেখ চাৰ্কাছৰ! চিনেমাপ্ৰেমীয়ে কৈছে সুদিন ঘূৰি আহিছে বলীউডৰ…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউড অভিনেতা ৰণবীৰ সিঙৰ ছবি চাৰ্কাছে শুকুৰবাৰে ছবিগৃহত মুক্তি লাভ কৰিছে। ছবিখন ৰোহিত চেট্টীয়ে পৰিচালনা কৰিছে। ৰোহিত চেট্টীৰ চলচ্চিত্ৰসমূহ প্ৰায়সমূহেই একশ্বন চিনেমা। একশ্ব্যনৰ মাজে মাজে থাকে কমেডিও। কিন্তু চাৰ্কাছ সম্পূৰ্ণ বেলেগ। চাৰ্কাছত আছে এজনৰ পাছত আনজন তাৰকা কমেডিয়ান। ৰোহিত চেট্টী আৰু ৰণবীৰ সিঙৰ অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই চাৰ্কাছ ছবিয়ে কালি মুক্তি লাভ কৰিছে। ছবিখনে প্ৰথম দিনাই বক্স অফিচত খলকনি তুলিছে বুলি জনাইছে বলীউডৰ বিশেষ সংবাদ সূত্ৰই।

ছবিখনে প্ৰথম দিনাই উপাৰ্জন কৰিছে ৩.১৬ কোটি টকা। সংবাদ সূত্ৰই দিয়া প্ৰতিবেদন মতে চাৰ্কাছৰ বাবে দেওবাৰৰ পৰাই টিকট বুকিং আৰম্ভ হৈছিল। বুধবাৰে নিশালৈকে, সমগ্ৰ দেশত প্ৰায় ২৪ হাজাৰ টিকট বিক্ৰী কৰা হৈছে, যাৰ মূল্য প্ৰায় ১ কোটি টকা। দেশৰ আগশাৰীৰ চিনেমা হল পিভিআৰ, আইএনঅ’এক্স আৰু চিনেপলিছে চাৰ্কাছৰ টিকটেই বিক্ৰী কৰিছে ১৪ হাজাৰ। চাৰ্কাছৰ মুখ্য চৰিত্ৰত আছে ৰণবীৰ সিং, পূজা হেগড়ে আৰু জেকলিন ফাৰ্ণাণ্ডেজ, বৰুণ শৰ্মাইয়ো আন এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক
বিনোদন

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

August 7, 2026
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

August 7, 2026
Next Post
বিবাহৰ ৩১ বছৰ পাছত ৰহস্য ফাদিল! ফুলশয্যাৰ নিশাই পত্নী গৌৰীক এৰি কোন নায়িকাক লগ কৰিবলৈ গৈছিল কিং শ্বাহৰুখ…

বিবাহৰ ৩১ বছৰ পাছত ৰহস্য ফাদিল! ফুলশয্যাৰ নিশাই পত্নী গৌৰীক এৰি কোন নায়িকাক লগ কৰিবলৈ গৈছিল কিং শ্বাহৰুখ...

কৰ’নাৰ পঞ্চম ভেৰিয়েণ্ট বিএফ-৭ অতি সংক্ৰামক! মৃত্যুৰ আশংকা আছেনে এই ভেৰিয়েণ্টত আক্ৰান্তৰ?

কৰ’নাৰ পঞ্চম ভেৰিয়েণ্ট বিএফ-৭ অতি সংক্ৰামক! মৃত্যুৰ আশংকা আছেনে এই ভেৰিয়েণ্টত আক্ৰান্তৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.