গুৱাহাটীৰ ফ্লেটত আপুনি কিমান নিৰাপদ? ধূলিস্যাৎ অভিজাত মহানগৰীৰ উচ্চতাৰ অহংকাৰ। ফাট মেলিলে মহানগৰীৰ বৃহৎ বৃহৎ অট্টালিকাত। কিমান নিৰাপদ মহানগৰীৰ অট্টালিকা?