• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

2 months ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

8 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

8 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

9 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

10 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

11 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

12 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

12 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

13 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

14 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

15 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকৰ স্বাস্থ্যক লৈ শ্বেতাৰ উদ্বেগ প্ৰকাশ

editor by editor
July 16, 2026
in চিনেমা, বিনোদন, ভাৰত, ৰাজনীতি
0
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজ্ঞানী, সমাজকৰ্মী ছোনম ৱাংচুক বৰ্তমান দিল্লীৰ যন্তৰ-মন্তৰত অনশনত বহি আছে। প্ৰায় ১৮ দিন ধৰি চলি থকা এই অনশনৰ ফলত তেওঁৰ স্বাস্থ্য দ্ৰুতহাৰত অৱনমিত হৈছে। আয়ুষ শৰ্মা, সোনাক্ষী সিনহা, বিশাল দদলানীকে ধৰি বহু বলীউড তাৰকাই তেওঁক সমৰ্থন জনাই তেওঁৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ছোনম ৱাংচুক সন্দৰ্ভত সৰুপৰ্দাৰ অভিনেত্ৰী শ্বেতা তিৱাৰীয়েও ব্যক্ত কৰিছে নিজৰ মত। শ্বেতা তিৱাৰীয়ে ছোনম ৱাংচুকক সমৰ্থন জনাইছে ঠিকেই কিন্তু সমান্তৰালভাৱে ককৰোচ জনতা পাৰ্টিকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

ছচিয়েল মিডিয়াযোগে CJPক সমালোচনা

CJPৰ আন্দোলন আৰু ছোনম ৱাংচুকৰ অনশন সন্দৰ্ভত শ্বেতা তিৱাৰীয়ে ছচিয়েল মিডিয়াত লিখিছে এইদৰে-“ছোনম ৱাংচুকে এটা সঠিক উদ্দেশ্যৰ বাবে সংগ্ৰাম কৰি আছে—শিক্ষা আৰু আমাৰ শিশুসকলৰ ভৱিষ্যতৰ বাবে এই প্ৰতিবাদ জৰুৰী। কিন্তু CJPৰ প্ৰতি মোৰ কোনো ধৰণৰ সমৰ্থন নাই। এই বিষয়টো তেওঁলোকে যিদৰে পৰিচালনা কৰিছে, মই তাৰ সৈতে একমত নহয়। মোৰ অনুভৱ হৈছে যে তেওঁলোকে নিজৰ এজেণ্ডাক আগবঢ়াবলৈ ৱাংচুকক ব্যৱহাৰ কৰি আছে। মই সেই পদ্ধতিক মই সমৰ্থন নকৰোঁ।”

ছোনম ৱাংচুকৰ স্বাস্থ্যক লৈ শ্বেতাৰ উদ্বেগ প্ৰকাশ

শ্বেতা তিৱাৰীয়ে ৱাংচুকৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি লিখিছে- “মোৰ সমৰ্থন ছোনম ৱাংচুক আৰু তেওঁৰ অনশনৰ উদ্দেশ্যৰ প্ৰতিহে আছে। কিন্তু এই ৱাংচুকৰ পৰা লাভ উঠাব বিচৰা কোনো ৰাজনৈতিক দল বা সংগঠনৰ প্ৰতি নহয়। আমাৰ ৰাজনৈতিক মতভেদ যিয়েই নহওক, দেশ আৰু শিক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা এজন ব্যক্তিক আমি হেৰুৱাব নোৱাৰোঁ। এতিয়া সকলোৰে দৃষ্টি তেওঁৰ বাৰ্তা, তেওঁৰ স্বাস্থ্য আৰু এই সমস্যাৰ অৰ্থপূৰ্ণ সমাধান বিচৰাৰ ওপৰত থাকিব লাগে।” এই পোষ্টৰ জৰিয়তে শ্বেতা তিৱাৰীয়ে ছোনম ৱাংচুকৰ অৱনতি ঘটা স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে স্পষ্টকৈ জনাইছে যে তেওঁৰ সমৰ্থন কেৱল ছোনম ৱাংচুক আৰু তেওঁৰ আন্দোলনৰ উদ্দেশ্যৰ প্ৰতিহে, CJPৰ প্ৰতি নহয়।

সংগীত পৰিচালক বিশাল দদলানীৰো মন্তব্য

ছোনম ৱাংচুকৰ সমৰ্থনত বহু চলচ্চিত্ৰ জগতৰ তাৰকাই সামাজিক মাধ্যমত পোষ্ট কৰি আছে। গায়ক আৰু সংগীত পৰিচালক বিশাল দদলানীয়ে কয় যে যদি তেওঁ ভাৰতত থাকিলেহেঁতেন, তেন্তে জন্তৰ মন্তৰত ছোনম ৱাংচুকৰ সৈতে থিয় দিছিলেহেঁতেন। কিন্তু বৰ্তমান তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত (USA) থকাৰ বাবে এই সময়ত তেওঁৰ কাষত থাকিব নোৱাৰাত ছোনম ৱাংচুকৰ ওচৰত ক্ষমাও বিচাৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24sonam wangchuk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত
বিনোদন

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

September 20, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা
বিনোদন

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

September 19, 2026
Next Post
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.