• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 months ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

18 minutes ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

2 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

2 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

3 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

3 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

5 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

5 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

7 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

8 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

8 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

১৯ জুলায়েই হ'ব ৰোহিতৰ অন্তিমখন মেচ!

editor by editor
July 17, 2026
in ক্ৰীড়া, বিনোদন, ভাৰত
0
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বৰ্ষত যিকেইখন মেচত ৰোহিত শৰ্মাই অংশগ্ৰহণ কৰিছে, সেই আটাইকেইখনৰ মেচৰ পৰিসংখ্যা চালেই অনুমান কৰিব পাৰি যে সম্প্ৰতি ৰোহিত শৰ্মাই ছন্দহীনতাত ভুগিছে। ২০২৪ৰ T20 বিশ্বকাপ বিজয়ী অধিনায়কজনে এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মাত্ৰ এদিনীয়া ফৰ্মেটটোহে খেলি আছে। ৰোহিত শৰ্মাৰ ছন্দহীনতাৰ বিপৰীতে কিন্তু বিৰাট কোহলিয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ছন্দহীনতা, ফিটনেছ আদি বিভিন্ন কথাই উদ্বেগ বৃদ্ধি কৰিছে ৰোহিত শৰ্মাৰ অনুৰাগীসকলৰ মাজত। সেয়ে স্বাভাৱিকতে অনুৰাগীৰ প্ৰশ্ন,

কেৰিয়াৰৰ বিদায় বেলাত হিটমেন ৰোহিত শৰ্মা!

বিভিন্ন নিৰ্ভৰযোগ্য সূত্ৰৰ প্ৰতিবেদন অনুসৰি, ১৯ জুলাইত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ তৃতীয় তথা অন্তিম এদিনীয়া মেচখনেই ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিম মেচ হ’ব পাৰে। তথ্য অনুসৰি নিৰ্বাচক আৰু টীম ইণ্ডিয়াৰ মেনেজমেণ্টে ৰোহিত শৰ্মাক জনাইছে যে, ২০২৭ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপত তেওঁৰ কথা ভবা নাই মেনেজমেণ্টে। সেইবাবেই লৰ্ডছৰ এই মেচখন তেওঁৰ কেৰিয়াৰৰ অন্তিম আন্তঃৰাষ্ট্ৰীয় মেচ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
কিন্তু প্ৰশ্ন হৈছে—হঠাতে ৰোহিত শৰ্মাৰ দৰে এজন তাৰকা খেলুৱৈক ২০২৭ বিশ্বকাপৰ স্কীম অফ থিংকৰ পৰা বাহিৰ কৰি দিয়াৰ মুখ্য কাৰণ কি? ইয়াৰ তিনিটা মুখ্য কাৰণ হব পাৰে এনেধৰণৰ।

১) ফিটনেছ

ৰোহিত শৰ্মাৰ অৱসৰৰ আটাইতকৈ ডাঙৰ কাৰণ হিচাপে তেওঁৰ ফিটনেছক ধৰা হৈছে। যোৱা এবছৰত ৰোহিতে নিজৰ ওজন বহুখিনি কমাবলৈ সক্ষম হৈছিল যদিও, এতিয়াও ৰোহিতে সঘনাই আঘাতপ্ৰাপ্ত হোৱা দেখা গৈছে। বিগত IPLতো ৰোহিতে হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল, যাৰ বাবে ৫খনকৈ মেচ মিছ কৰিবলগীয়া হৈছিল। আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাতো শেষ মুহূৰ্তলৈ ৰোহিতে অংশগ্ৰহণ কৰিব নে নাই তাক লৈ নিশ্চিত নাছিল টীম মেনেজমেণ্ট।

২) ফৰ্ম

ৰোহিত শৰ্মাৰ কেৰিয়াৰৰ অন্ত পৰাৰ দ্বিতীয়টো প্ৰধান কাৰণ হৈছে তেওঁৰ বেটিং ফৰ্ম। ২০২৬ত এদিনীয়া ক্ৰিকেটত ৰোহিতে ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰিবপৰা নাই। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন মেচত ব্যৰ্থ হোৱাৰ আগতেও তেওঁ বিশেষ সফলতা লাভ কৰিব পৰা নাছিল। এই বছৰ তেওঁ ৮টা ইনিংছত মাত্ৰ ২৪১ ৰান সংগ্ৰহ কৰিছে, গড় ৩০.১২। ইয়াৰ উপৰিও তেওঁৰ ষ্ট্ৰাইক ৰেটো লক্ষণীয়ভাৱে হ্ৰাস পাইছে। অধিনায়ক হিচাপে খেলি থকা সময়ত তেওঁ পাৱাৰপ্লেত ১২০ৰ ওপৰৰ ষ্ট্ৰাইক ৰেটত বেটিং কৰিছিল। কিন্তু চেম্পিয়নছ ট্ৰফীৰ পিছত অধিনায়কত্ব এৰাৰ পাছৰে পৰা তেওঁৰ ষ্ট্ৰাইক ৰেট ৯০ৰ তললৈ নামি আহিছে।

৩) শক্তিশালী বিকল্প

ৰোহিত শৰ্মাৰ বিদায়ৰ তৃতীয় প্ৰধান কাৰণ হৈছে ভাৰতীয় দলত শক্তিশালী বিকল্পৰ উপস্থিতি। যশস্বী জয়ছৱালে মাত্ৰ ৬খন এদিনীয়া মেচতেই ২টা শতক অৰ্জন কৰিছে আৰু তেওঁৰ গড় ৭০ৰো অধিক। ইয়াৰ উপৰিও ঈশান কিষাণে এই বছৰ পুনৰ এদিনীয়া দললৈ উভতি আহিছে। ঈষাণে ইতিমধ্যে এদিনীয়া ক্ৰিকেটত ৪৫ৰো অধিক গড়ে ১,০৯২ ৰান সংগ্ৰহ কৰিছে আৰু তেওঁৰ নামত এটা দ্বিশতকো আছে। যদিও, ঈষাণ এজন উইকেটকীপাৰ তথাপিও কে এল ৰাহুলৰ বিকল্প হোৱাৰ উপৰিও বেটাৰ হিচাপেও মূল একাদশত স্থান পোৱাৰ যোগ্য। প্ৰয়োজন আৰু পৰিস্থিতি সাপেক্ষে কে এল ৰাহুল আৰু ঈষাণ দুয়োকেই মূল একাদশত স্থান দিয়া হব পাৰে।

অৱশ্যে আনুষ্ঠানিকভাৱে অৱসৰ ঘোষণা কৰাৰ তথ্য সন্দৰ্ভত কোনো খবৰ ৰোহিত শৰ্মাৰ ফালৰ পৰা অহা নাই। ইয়াৰ বাবে হয়টো ১৯ জুলাইলৈ অপেক্ষা কৰিব লাগিব অনুৰাগীসকলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Rohit Sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?
বিনোদন

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

October 8, 2026
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ
বিনোদন

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

October 8, 2026
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে
বিনোদন

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

October 8, 2026
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড
বিনোদন

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

October 8, 2026
Next Post
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.