• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

3 months ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

60 minutes ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

3 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

3 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

4 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

4 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

5 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

6 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

8 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

9 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

9 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰানৰ

editor by editor
July 17, 2026
in বিবিধ, বিশ্ব, ৰাজনীতি
0
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়াও শান্ত হোৱা নাই মধ্য-প্ৰাচ্য । বৃহস্পতিবাৰে আমেৰিকাই আ*ক্ৰমণ তীব্ৰ কৰি ইৰানৰ উত্তৰাঞ্চলৰ বহু ঠাই লক্ষ্য কৰি আক্ৰমণ চলায়। মাৰ্কিন বায়ুসেনাই নতুন কৌশল হিচাপে ইৰানৰ কেইবাখনো দলঙৰ ওপৰতো আক্ৰমণ কৰে। মাৰ্কিন সেনাৰ এই আ*ক্ৰমণৰ প্ৰতিক্ৰিয়াত ইৰানেও পশ্চিম এছিয়াত থকা আমেৰিকাৰ কেইবাখনো মিত্ৰ দেশক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ধাৰাবাহিক আ*ক্ৰমণ আৰম্ভ কৰিছে। তেহৰানে মাৰ্কিন আ*ক্ৰমণৰ প্ৰত্যাক্ৰমণ হিচাপে আজি পুৱতি নিশা বাহৰেইন, কাতাৰ আৰু কুৱেইটত আ*ক্ৰমণ চলায়। এই দেশসমূহত আমেৰিকাৰ সামৰিক ঘাটি আছে আৰু শেহতীয়া সময়তো সেই দেশসমূহৰ মাৰ্কিন সেনাৰ ঘাটিত ইৰানে আক্ৰমণ চলাইছিল।

মধ্য-প্ৰাচ্যত চলি থকা সংঘাত সমাপ্ত কৰাৰ উদ্দেশ্যে ইৰান আৰু আমেৰিকাৰ মাজত পূৰ্বে এক শান্তি চুক্তি সম্পন্ন হৈছিল। কিন্তু হৰমুজ প্ৰণালীত (Hormuz Strait) দুয়োপক্ষৰ সামৰিক তৎপৰতাৰ ফলত পুনৰ সংঘাত আৰম্ভ হয়।

আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰানৰ

ইৰানৰ চৰকাৰী সংবাদ সংস্থা IRNAই শুকুৰবাৰে সদৰী কৰা অনুসৰি, দক্ষিণৰ হৰমুজগান প্ৰদেশত দলঙক লক্ষ্য কৰি আমেৰিকাই চলোৱা বায়ু আক্ৰমণত কমেও ৩ জন লোক নি*হত হৈছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আমেৰিকাই পুনৰ ইৰানৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰ কৰি উত্তৰাঞ্চল আৰু দূৰৱৰ্তী কেইবাটাও সামৰিক ঘাটিত বায়ু আক্ৰমণ চলায়। লগতে আমেৰিকাই এখন জাহাজতো আক্ৰমণ কৰে, যাক ইৰানে আমেৰিকাৰ নৌ-অৱৰোধ ভংগ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছিল।
এই ঘটনাৰ প্ৰতিক্ৰিয়াত ইৰানে খাড়ী অঞ্চলত থকা আমেৰিকাৰ মিত্ৰ দেশসমূহৰ ওপৰত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰে।

আমেৰিকাৰ আক্ৰমণৰ দ্বিতীয় পৰ্যায়

দুয়োখন দেশৰ প্ৰতিনিধিয়ে আলোচনাত মিলিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ আক্ৰমণৰ পৰিসৰ ইৰানৰ ৰাজধানী তেহৰানৰ সমীপৱৰ্তী অঞ্চলসমূহলৈও বিস্তৃত হৈছে। ইয়াৰ পৰা স্পষ্ট যে আমেৰিকাই আক্ৰমণৰ লক্ষ্যক অধিক সম্প্ৰসাৰিত কৰিছে। বৃহস্পতিবাৰে নিশা আমেৰিকাই আক্ৰমনৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰি ইয়াৰ উদ্দেশ্য ইৰানৰ সামৰিক ক্ষমতাক “আৰু অধিক দুৰ্বল কৰা” বুলি কয়।

ইৰানৰো প্ৰত্যাক্ৰমণৰ তীব্ৰ কৰাৰ হুংকাৰ

ইৰানৰ সেনাৰ খাতাম আল-আম্বিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ কৰ্নেল ইব্ৰাহিম জ’লফাঘাৰীয়ে আমেৰিকাক সতৰ্ক কৰি কয় যে যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ দলং আৰু বিদ্যুৎ কেন্দ্ৰসমূহত আক্ৰমণ কৰে, তেন্তে ইৰানে “সমগ্ৰ অঞ্চলৰ সকলো গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি”ৰ ওপৰত বৃহৎ পৰিসৰৰ আক্ৰমণ চলাব।

হৰমুজেই মূল উদ্দেশ্য

উল্লেখযোগ্য যে, বিগত জুনত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ বাবে এক অন্তৱৰ্তীকালীন চুক্তি হৈছিল যদিও, সেই চুক্তি কেইদিনমানৰ ভিতৰতে ভংগ হয়। তাৰ পাছৰে পৰা হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইৰানৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত আছে। ইৰানৰ চৰকাৰী তথ্য অনুসৰি, আমেৰিকাৰ শেহতীয়া আক্ৰমণত ৩৫ জনতকৈ অধিক লোক নি*হত আৰু ৩০০ জনতকৈ অধিক আহত হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24iran-us
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন
বাণিজ্য

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

October 8, 2026
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!
জীৱনশৈলী

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

October 8, 2026
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা
অসম

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

October 8, 2026
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?
বাণিজ্য

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

October 8, 2026
Next Post
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.