অসম লাইভ ২৪ঃ অখিল গগৈৰ চাফাই অভিযান। শিৱসাগৰ সমষ্টিক লৈ বিধায়ক অখিল গগৈৰ সপোন। পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ অভিযান। শিৱসাগৰ নগৰত চাফাই অভিযান চলালে বিধায়ক গগৈয়ে। ১২ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ চলিব চাফাই অভিযান। শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰাৰ লক্ষ্য অখিল গগৈৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















