• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়াৱহ তথ্য- জলবায়ু পৰিৱৰ্তনৰ বাবে ছমাহতে ২৫০০ লোকৰ মৃত্যু, ৩.৪৩ লাখ কোটি টকাৰ লোকচান

ভয়াৱহ তথ্য- জলবায়ু পৰিৱৰ্তনৰ বাবে ছমাহতে ২৫০০ লোকৰ মৃত্যু, ৩.৪৩ লাখ কোটি টকাৰ লোকচান

2 years ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

9 minutes ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

40 minutes ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

58 minutes ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

3 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

3 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

4 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

5 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

6 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

18 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

18 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

19 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভয়াৱহ তথ্য- জলবায়ু পৰিৱৰ্তনৰ বাবে ছমাহতে ২৫০০ লোকৰ মৃত্যু, ৩.৪৩ লাখ কোটি টকাৰ লোকচান

editor by editor
June 12, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ভয়াৱহ তথ্য- জলবায়ু পৰিৱৰ্তনৰ বাবে ছমাহতে ২৫০০ লোকৰ মৃত্যু, ৩.৪৩ লাখ কোটি টকাৰ লোকচান
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়াৱহ তথ্য- জলবায়ু পৰিৱৰ্তনৰ বাবে ছমাহত ২৫০০ লোকৰ মৃত্যু, ৩.৪৩ লাখ কোটি টকাৰ লোকচান

প্ৰকাশ পাইছে জলবায়ু পৰিৱৰ্তনৰ এক ভয়াৱহ দৃশ্যপট। মাথো ৬ মাহৰ প্ৰকাশিত প্ৰতেবিদনতে ওলাই অহা তথ্যই চিন্তাত পেলাইছে পৰিবেশবিদক। এই বছৰ জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাৰ ফলত বতৰৰ অৱনতি ঘটাৰ বাবে এতিয়ালৈকে ২৫০০ লোকে প্ৰাণ হেৰুৱাইছে আৰু ৪১ বিলিয়ন ডলাৰ (প্ৰায় ৩.৪৩ লাখ কোটি টকা) লোকচান হৈছে।

ভাৰতত চলি থকা তীব্ৰ উত্তাপৰ মাজতে এই প্ৰতিবেদন প্ৰকাশ কৰিছে ব্ৰিটেইনৰ বেচৰকাৰী সংস্থা খ্ৰীষ্টিয়ান এইডে। প্ৰতিবেদন অনুসৰি বিগত ছমাহৰ এই বতৰৰ পৰিঘটনাসমূহ জলবায়ু পৰিৱৰ্তনৰ বাবেই হোৱাৰ সম্ভাৱনা আছে। এই মূল্যায়ন যোৱা বছৰৰ ডিচেম্বৰ মাহত ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জলবায়ু আলোচনা (COP28)ৰ পিছত কৰা হৈছে।

এন জি অ’টোৰ মতে, COP28ৰ পিছতো ইউ এ ইত জীৱাশ্ম ইন্ধন পৰিত্যাগ আৰু জলবায়ু দুৰ্যোগৰ সৈতে মোকাবিলা কৰাত দৰিদ্ৰ দেশসমূহক সহায় কৰিবলৈ কোনো বিশেষ অগ্ৰগতি হোৱা নাই।

এন জি অ’ৰ এজন বিষয়া খ্ৰীষ্টান এইডে কয় যে বায়ুমণ্ডল উষ্ণ কৰি তোলা সেউজ গৃহ গেছৰ বাবে ধনী দেশসমূহেই আটাইতকৈ বেছি দায়ী, তেওঁলোকে দায়িত্ব ল’ব লাগে আৰু তেওঁলোকে ক্ষতিপূৰণৰ পুঁজিত অৰিহণা যোগাব লাগে যাতে আন দেশসমূহক বতৰৰ চৰম পৰিঘটনাৰ সৈতে মোকাবিলা কৰাত আৰু আৰোগ্য লাভ কৰাত সহায় কৰিব পাৰে। COP28 ত জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাৰ বাবে দৰিদ্ৰ দেশসমূহে হোৱা লোকচানৰ ক্ষতিপূৰণৰ বাবে এটা পুঁজি গঠন কৰাৰ বাবে সহমতত উপনীত হৈছিল।

ভাৰতত গৰমৰ বাবে বৃহৎ সংখ্যাত লোকৰ মৃত্যু ঘটিছে। ইয়াৰ ফলত হোৱা অৰ্থনৈতিক ক্ষতিৰ কোনো মূল্যায়ন কৰা হোৱা নাই যদিও ইয়াৰ প্ৰভাৱ পৰিছে মানুহৰ ওপৰত। উপসাগৰীয় অঞ্চলতো জলবায়ু পৰিৱৰ্তনৰ বাবে বানপানীৰ আশংকা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

প্ৰতিবেদন অনুসৰি দক্ষিণ আৰু দক্ষিণ-পশ্চিম এছিয়াত বানপানীৰ ফলত কমেও ২১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেৱল সংযুক্ত আৰব আমিৰশ্বাহীতে ৮৫ কোটি ডলাৰৰ বীমাকৃত লোকচান হৈছে।

পশ্চিম, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত হোৱা গৰমৰ ঢৌৱে কেৱল ম্যানমাৰতে একেলগে ১৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ব্ৰাজিলত বানত ১৬৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও সাত বিলিয়ন ডলাৰৰ অৰ্থনৈতিক ক্ষতিসাধন হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #EnvironmentClimate Changeglobal warming
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

August 18, 2026
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?
বিনোদন

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

August 18, 2026
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা
অপৰাধ

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

August 18, 2026
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

August 18, 2026
Next Post
পুৱা খালী পেটতে নিতৌ খাওক দুখিলা মধুৰিআমৰ পাত, ফলাফল দেখি আচৰিত হৈ পৰিব আপুনি

পুৱা খালী পেটতে নিতৌ খাওক দুখিলা মধুৰিআমৰ পাত, ফলাফল দেখি আচৰিত হৈ পৰিব আপুনি

মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান হ’ব উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান হ'ব উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.