• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান হ’ব উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান হ’ব উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

2 years ago
উশাহ-নিশাহ লোৱাত কষ্ট? ই কি সমস্যাৰ ইংগিত জানক

উশাহ-নিশাহ লোৱাত কষ্ট? ই কি সমস্যাৰ ইংগিত জানক

18 minutes ago
আপোনাৰ চুলিয়ে দিব ব্যক্তিত্বৰ ইংগিত, উঠিব সকলো ৰহস্যৰ পৰা পৰ্দা!

আপোনাৰ চুলিয়ে দিব ব্যক্তিত্বৰ ইংগিত, উঠিব সকলো ৰহস্যৰ পৰা পৰ্দা!

51 minutes ago
সকলোৱে আপোনাৰ দোষ বিচাৰি ফুৰিছে নেকি? জানক কেনেকৈ পাব মুক্তি!

সকলোৱে আপোনাৰ দোষ বিচাৰি ফুৰিছে নেকি? জানক কেনেকৈ পাব মুক্তি!

1 hour ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যতবাণী, শীঘ্ৰে ৫ ৰাশিয়ে পাব অৰ্থ লাভৰ খবৰ!

3 hours ago
Job Search: ৩০ দিনতে চাকৰি কেনেকৈ বিচাৰি পাব? জানক টিপচ

Job Search: ৩০ দিনতে চাকৰি কেনেকৈ বিচাৰি পাব? জানক টিপচ

3 hours ago
ৰূপৰ অলংকাৰ পিন্ধাৰ পূৰ্বে সাৱধান, এটা ভুলে শেষ কৰিব জীৱন!

ৰূপৰ অলংকাৰ পিন্ধাৰ পূৰ্বে সাৱধান, এটা ভুলে শেষ কৰিব জীৱন!

4 hours ago
ঘৰতে বনাওক Melody ৰ দৰে চকলেট! অনুসৰণ কৰক টিপচ

ঘৰতে বনাওক Melody ৰ দৰে চকলেট! অনুসৰণ কৰক টিপচ

4 hours ago
গৰমে বৃদ্ধি কৰে হাৰ্ট এটেকৰ সম্ভাৱনা! বিশেষজ্ঞসকলে ক’লে এইদৰে…

গৰমে বৃদ্ধি কৰে হাৰ্ট এটেকৰ সম্ভাৱনা! বিশেষজ্ঞসকলে ক’লে এইদৰে…

5 hours ago
8th Pay Commission: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পালে ডাঙৰ নিশ্চয়তা, অৱসৰৰ সময়লৈকে পাব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা?

8th Pay Commission: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পালে ডাঙৰ নিশ্চয়তা, অৱসৰৰ সময়লৈকে পাব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা?

6 hours ago
মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

8 hours ago
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

8 hours ago
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান হ’ব উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান হ'ব উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

editor by editor
June 12, 2024
in Uncategorized
0
মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান হ’ব উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?
0
SHARES
42
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৩০ জুনত ম্যাদ শেষ হব দেশৰ চিফ অফ আৰ্মী ষ্টাফ জেনেৰেল মনোজ পাণ্ডেৰ। তেওঁৰ ঠাইত দেশৰ নতুন সেনাপ্ৰধান হব লেফটেনেন্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী। আগন্তুক ৩০ জুনত দেশৰ নতুন সেনাপ্ৰধানৰূপে নিয়োগ হব উপেন্দ্ৰ দ্বিবেদী। মঙলবাৰে নিশা আনুষ্ঠানিকভাৱে এই তথ্য প্ৰকাশ কৰিছে ভাৰত চৰকাৰে।

বৰ্তমান ভাইছ চিফ অফ আৰ্মি ষ্টাফ হিচাপে কৰ্মৰত উপেন্দ্ৰ দ্বিবেদীয়ে ১৯৮৪ চনত ভাৰতীয় সেনাৰ জম্মু আৰু কাশ্মীৰ ৰাইফলছৰ ৰেজিমেণ্টত ছেকেণ্ড লেফটেনেন্ট পদত তেওঁ যোগদান কৰিছে। ৪০ বছৰীয়া কৰ্মজীৱনত তেওঁ সামৰি লৈছে একাধিক গুৰুত্বপূৰ্ণ পদ।

বিগত ১৯ ফেব্ৰুৱাৰীত চৰকাৰী সেনা প্ৰধানৰ দায়িত্ব লোৱাৰ পূৰ্বে ২০২২ৰ পৰা ২০২৪ পৰ্যন্ত উত্তৰ সেনাবাহিনীৰ কমাণ্ডিং চিফ আছিল তেওঁ। এই বাহিনীৰ ওপৰিও চীন আৰু পাকিস্তান সীমান্তৰ দায়িত্বতো থাকে। পূৰ্বে লাডাখত চীন আৰু ভাৰতৰ সংঘাত আলোচনাৰ মাধ্যমেৰে সমাধান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল দ্বিবেদীয়ে। দীৰ্ঘ বছৰ ধৰি উত্তৰ আৰু পশ্চিম সীমান্ত সেনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব মূৰপাতি লৈ আছে উপেন্দ্ৰ দ্বিবেদীয়ে। ফলত তেওঁ সেনাপ্ৰধানৰ দায়িত্ব লৈ উত্তৰ পূবৰ ৰাজ্যসমূহত বাঢ়ি থকা উগ্ৰপন্থা নিয়ন্ত্ৰণত আহিব বুলি আশা কৰিছে বিশেষজ্ঞ মহলে।

উল্লেখ্য যে, নেশ্ব্যনেল ডিফেন্স একাডেমী আৰু ইণ্ডিয়ান মিলিটাৰি একাডেমীৰ প্ৰাক্তন আছিল দ্বিবেদী। ইয়াৰ পূৰ্বে ডেপুটি চিফ অফ আৰ্মি ষ্টাফ, ডাইৰেক্টৰ জেনেৰেল অফ ইনফ্যান্ট্ৰীৰ দৰে বিৰাট পদমৰ্যদা সম্পন্ন পদৰ দায়িত্বতো তেওঁ আছিল। উল্লেখ্য যে ৩১ মেত অৱসৰ লোৱাৰ কথা আছিল দেশৰ বৰ্তমানৰ সেনাপ্ৰধান ৬২ বছৰীয়া মনোজ পাণ্ডেৰ। যদিও লোকসভা নিৰ্বাচন চলাৰ সময়ত তেওঁ অৱসৰৰ সময় পিছুৱাই দিয়ে। আগন্তুক ৩০ জুনত অৱসৰ লব বৰ্তমানৰ সেনাপ্ৰধান মনোজ পাণ্ডেই। নিয়ম অনুসৰি অৱসৰৰ বয়স ৬০ বছৰ হলেও মনোজ পাণ্ডেৰ ম্যাদ ২ বছৰ বঢ়াই দিছিল কেন্দ্ৰই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

April 16, 2026
Next Post
ফিফা বিশ্বকাপ খেলাৰ সপোন শেষ, দেখদেখকৈ ভাৰতৰ সৈতে বেইমানী, কোনে কৰিলে বেইমানী…

ফিফা বিশ্বকাপ খেলাৰ সপোন শেষ, দেখদেখকৈ ভাৰতৰ সৈতে বেইমানী, কোনে কৰিলে বেইমানী...

২২ জুনৰ পৰা অম্বুবাচী, অম্বুবাচী মেলাত ভক্তৰ বাবে থাকিব এইকেইটা কঠোৰ নিৰ্দেশনা

২২ জুনৰ পৰা অম্বুবাচী, অম্বুবাচী মেলাত ভক্তৰ বাবে থাকিব এইকেইটা কঠোৰ নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.