• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফিফা বিশ্বকাপ খেলাৰ সপোন শেষ, দেখদেখকৈ ভাৰতৰ সৈতে বেইমানী, কোনে কৰিলে বেইমানী…

ফিফা বিশ্বকাপ খেলাৰ সপোন শেষ, দেখদেখকৈ ভাৰতৰ সৈতে বেইমানী, কোনে কৰিলে বেইমানী…

2 years ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

24 minutes ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

48 minutes ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

1 hour ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

2 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

3 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

3 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

5 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

5 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

6 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

6 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

7 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ফিফা বিশ্বকাপ খেলাৰ সপোন শেষ, দেখদেখকৈ ভাৰতৰ সৈতে বেইমানী, কোনে কৰিলে বেইমানী…

editor by editor
June 12, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ফিফা বিশ্বকাপ খেলাৰ সপোন শেষ, দেখদেখকৈ ভাৰতৰ সৈতে বেইমানী, কোনে কৰিলে বেইমানী…
0
SHARES
414
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিফা বিশ্বকাপ খেলাৰ সপোন শেষ, দেখদেখকৈ ভাৰতৰ সৈতে বেইমানী

ফিফা বিশ্বকাপ কোৱালিফায়াৰ ২ ৰাউণ্ডৰ খেলখনত কাটাৰৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় ফুটবল দল। ভাৰতীয় দলটোৱে ২-১ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। দেখদেখকৈ বেইমানী হয় ভাৰতীয় ফুটবল দলৰ সৈতে।

দোহাত খেলা মেচখনত এটা গ’ল যথেষ্ট বিতৰ্কিত আছিল। কাটাৰৰ খেলুৱৈ এগৰাকীয়ে কৰিছিল বেইমানী। এই সন্দৰ্ভত ব্যাপক হুলস্থুলৰো সৃষ্টি হৈছে। ভিডিঅ’ স্পষ্ট হৈছে কাটাৰৰ খেলুৱৈৰ বেইমানী, কিন্তু ইমানক পাছতো ৰেফাৰীয়ে কাটাৰৰ সপক্ষেহে সিদ্ধান্ত দিয়ে।

মেচখনত ভাৰতৰ সৈতে ফাউল প্লে হৈছিল আৰু ইয়াৰ বাবেই ভাৰত কোৱালিফায়াৰৰ পৰা বাহিৰ হয় আৰু বিশ্বকাপ খেলাৰ সপোন ভাঙি চুৰমাৰ হৈ পৰে।

https://x.com/FanCode/status/1800595521628999862

খেলখনৰ ৭৩ মিনিটত হৈছিল সেই বেইমানৰ খেল। কাটাৰৰ হৈ ইউছেফ আয়মানে এটা গ’ল দিয়ে, যি গ’লটো যথেষ্ট বিতৰ্কিত হৈ পৰে। কাৰণ গ’ল কৰাৰ পূৰ্বে ভাৰতে প্ৰতিহত কৰে আৰু বলটো লাইন তথা বাউণ্ডেৰীৰ বাহিৰলৈ ওলাই যায়।

ইয়াৰ পিছতো কাটাৰৰ ডিফেণ্ডাৰ আল হাছানে বলটো লাইনৰ ভিতৰলৈ ভৰিৰে টানি নি ইউছুফক পাছ কৰে। ইউছুফে কোনো ভুল নকৰি গ’লটো দিয়ে। ভাৰতীয় খেলুৱৈয়ে ইয়াৰ বিৰোধিতা কৰে যদিও অন ফিল্ড আম্পায়াৰে ইয়াক গ’ল বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে দলটোৰ স্ক’ৰ আছিল ১-১। গ’লটোৰ পাছতে কাটাৰে ২টা গ’লত ভাৰতৰ ওপৰত অগ্ৰগতি লাভ কৰে।

ৰেফাৰীয়ে যেতিয়া ইয়াক শুদ্ধ গ’ল বুলি ঘোষণা কৰে, লগে লগে ভাৰতীয় দলটোৱে যথেষ্ট প্ৰতিবাদ কৰে। ইয়াৰ পিছত ৰেফাৰী কিম ৱু-ছাঙে লাইনমেনৰ সৈতে কথা পাতি গ’লটো শুদ্ধ বুলি ঘোষণা কৰে। ৰেফাৰিয়ে কয় যে, কোৱালিফায়াৰ মেচত ভিডিঅ’ এচিষ্টেণ্ট ৰেফাৰীৰ দৰে কোনো ব্যৱস্থা নাই। এনে পৰিস্থিতিত অন-ফিল্ড ৰেফাৰীৰ সিদ্ধান্ত শুদ্ধ বুলি বিবেচিত হয়। এই বিতৰ্কিত সিদ্ধান্তৰ বাবেই অৱশেষত ভাৰতে এক বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Fifa world cupfootballFootball TeamIndian Footballindian team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড
বিশ্ব

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
Next Post
২২ জুনৰ পৰা অম্বুবাচী, অম্বুবাচী মেলাত ভক্তৰ বাবে থাকিব এইকেইটা কঠোৰ নিৰ্দেশনা

২২ জুনৰ পৰা অম্বুবাচী, অম্বুবাচী মেলাত ভক্তৰ বাবে থাকিব এইকেইটা কঠোৰ নিৰ্দেশনা

অমৰনাথ যাত্ৰাৰ বাবে কেনেকৈ কৰিব পঞ্জীয়ন? কি কি নথি-পত্ৰ প্ৰয়োজনীয়? এইকেইটা ৰোগ থাকিলে নাযাব যাত্ৰাত

অমৰনাথ যাত্ৰাৰ বাবে কেনেকৈ কৰিব পঞ্জীয়ন? কি কি নথি-পত্ৰ প্ৰয়োজনীয়? এইকেইটা ৰোগ থাকিলে নাযাব যাত্ৰাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.