ৰাজ্যত বন্ধ কৰিলে কৃষকৰ ট্ৰেক্টৰ প্ৰদানৰ আঁচনি। কৃষি-কৰ্মৰ পৰিৱৰ্তে ট্ৰেক্টৰ ব্যৱহাৰ হয় শিল-বালি কঢ়িওৱাতহে।