• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

3 months ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

3 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

4 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

4 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

5 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

6 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

6 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

7 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

9 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

9 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

10 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

CM বিজয়ক কি আহ্বান তামিল কণ্ঠশিল্লী আৰিভুৰ?

editor by editor
July 22, 2026
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, ৰাজনীতি, সংগীত
0
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউডৰ লগতে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰো কেইবাজনো তাৰকাই দিল্লীৰ যন্তৰ-মন্তৰত চলি থকা প্ৰতিবাদ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিছে। শেহতীয়াকৈ তামিল ৰেপাৰ তথা কণ্ঠশিল্পী আৰিভুৱে তামিলনাডুৰ সচিবালয়ৰ সন্মুখত NEET প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ পিছতে আৰিভুক তামিলনাডু আৰক্ষী আটক কৰে। অৱশ্যে পিছত তেওঁক মুকলিও কৰি দিয়া হয়। মুকলি কৰাৰ পিছতে তামিলনাডুৰ মুখ্যমন্ত্ৰী জোছেফ বিজয়ক সাক্ষাৎ কৰে তামিল কণ্ঠশিল্পীগৰাকীয়ে।

তামিল চলচ্চিত্ৰ পৰিচালকৰ সমালোচনা

ইপিনে তামিল চলচ্চিত্ৰ পৰিচালক ৰঞ্জিতে ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতৃত্বত আন্দোলন কৰি থকা শিক্ষাৰ্থীসকলৰ ওপৰত আৰক্ষীয়ে কৰা লাঠীচাৰ্জৰ ঘটনাক তীব্ৰ সমালোচনা কৰিছে। শিক্ষাৰ্থী, অভিভাৱক আৰু সাধাৰণ নাগৰিকৰ সমৰ্থনত চলি থকা এই দেশজোৰা প্ৰতিবাদৰ মূল দাবী হৈছে NEET পৰীক্ষাৰ অনিয়মৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক জবাবদিহি কৰিবলৈ বাধ্য কৰা আৰু তেওঁৰ পদত্যাগৰ দাবী। Xত দিয়া এক পোষ্টত পৰিচালক ৰঞ্জিতে কয় যে-আৰম্ভণিতে জবাবদিহিৰ দাবীত আৰম্ভ হোৱা এই আন্দোলন এতিয়া এক বৃহৎ গণআন্দোলনত পৰিণত হৈছে। এয়া যুৱপ্ৰজন্মৰ সামূহিক ক্ষোভৰ প্ৰতিফলন, যিয়ে লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে বাৰে বাৰে খেলি থকা চৰকাৰখনৰ মুকলি মনে বিৰোধিতা কৰিছে। পৰিচালক ৰঞ্জিতে লগতে কয়-এই আন্দোলনে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰ চৰকাৰৰ পৰা জবাবদিহি বিচৰা দেশবাসীৰ এক যৌথ দাবীক প্ৰতিফলিত কৰিছে। সাৰ্বজনীন শিক্ষা ব্যৱস্থাৰ বাৰে বাৰে হোৱা ব্যৰ্থতাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত হৈছে।

প্ৰতিবাদ সন্দৰ্ভত তামিল কণ্ঠশিল্পী আৰিভুৰ মন্তব্য

কণ্ঠশিল্পী আৰিভুৱে আন্দোলন সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰি কয়,-“মই তামিলনাডু সচিবালয়ৰ সন্মুখত থিয় হৈ দিল্লীত NEET পৰীক্ষা আৰু ইয়াৰ অনিয়মৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা শিক্ষাৰ্থীসকলৰ ওপৰত চলি থকা হিংসা তৎক্ষণাত বন্ধ কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান জনাইছোঁ। লগতে তামিলনাডু চৰকাৰকো এই প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ কাষত থিয় দিবলৈ অনুৰোধ জনাইছোঁ।” কণ্ঠশিল্পীগৰাকীৰ মতে-NEET পৰীক্ষাই বহু শিক্ষাৰ্থীৰ মনত ভয় আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত ইতিমধ্যে বহু শিক্ষাৰ্থীয়ে জীৱন হেৰুৱাইছে আৰু এনে ঘটনা পুনৰ সংঘটিত হোৱাৰ আশংকাও আছে। এই পৰিস্থিতিয়ে শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য আৰু দেশৰ ভৱিষ্যতৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। সেয়ে এজন দায়িত্বশীল নাগৰিক হিচাপে তেওঁ তামিলনাডু চৰকাৰক NEET সম্পূৰ্ণৰূপে বাতিল কৰাৰ প্ৰচেষ্টা অধিক জোৰদাৰ কৰিবলৈ আহ্বান জনাইছে।

দিল্লীলৈ যাব নেকি CM জোছেফ বিজয়

তামিল ৰেপাৰ তথা কণ্ঠশিল্পী আৰিভুৰ এই প্ৰতিবাদ আৰু মুখ্যমন্ত্ৰী জোছেফ বিজয়ৰ সাক্ষাতৰ পিছতে স্বাভাৱিকতে প্ৰশ্ন উঠিছে এইবাৰ দক্ষিণৰ ছুপাৰষ্টাৰ তথা তামিলনাডুৰ মুখ্যমন্ত্ৰীজনেও দিল্লীলৈ যাব নেকি? অনুৰাগী তথা প্ৰতিবাদৰ সমৰ্থনকাৰীসকলৰ মনতো এই প্ৰশ্নটো উদয় হৈছে যে আন কেইবাটাও ৰাজনৈতিক নেতাৰ দৰে CM বিজয়েও দিল্লীলৈ গৈ কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনত ভাগ ল’ব নেকি? অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিকতা প্ৰকাশ কৰা নাই তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। সমান্তৰালভাৱে ৰাজনৈতিক বিশেষজ্ঞসকলে বিজয় থালাপতিয়ে দিল্লীত হৈ থকা আন্দোলনত অংশগ্ৰহণৰ সম্ভাৱনাক নুই কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Tamil Film Industryvijay Thalapathi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

October 15, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

October 15, 2026
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?
জীৱনশৈলী

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

October 15, 2026
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত
বিনোদন

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

October 15, 2026
Next Post
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক'লা তিল দিয়া হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.