• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

3 weeks ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

18 minutes ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

52 minutes ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

2 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

3 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

3 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

4 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

4 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

5 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

22 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

22 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

23 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

হঠাৎ অন্তৰ্ধান নৈমিষাৰ ইনষ্টাগ্ৰাম একাউণ্ট! কিন্তু কিয়?

editor by editor
July 22, 2026
in বিবিধ, ভাৰত, ৰাজনীতি
0
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!
0
SHARES
808
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NEET পেপাৰ লীক কেলেংকাৰীত কেৱল ধৰ্মেন্দ্ৰ প্ৰধানেই নহয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ কন্যা নৈমিষা প্ৰধানো ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে। CJPৰ প্ৰতিবাদ আৰম্ভ হোৱাৰে পৰা ছচিয়েল মিডিয়াত নৈমিষা প্ৰধান প্ৰতিবাদকাৰীসকলৰ টাৰ্গেটত আছিল। নৈমিষাই বিদেশত শিক্ষা গ্ৰহণ কৰাৰ বাবে প্ৰতিবাদকাৰীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

আমেৰিকাত LLM সম্পূৰ্ণ কৰিছিল নৈমিষাই

উল্লেখ্য যে, নৈমিষাই আমেৰিকাৰ মেছাচুচেটছৰ এখন বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ইনষ্টাগ্ৰামত বহু ব্যৱহাৰকাৰীয়ে ভিডিঅ’ আৰু পোষ্টৰ জৰিয়তে নৈমিষাৰ বিদেশত শিক্ষা গ্ৰহণ কৰাৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁৰ পিতৃ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছে। কিছুমান ব্যৱহাৰকাৰীয়ে নৈমিষাই ইনষ্টাগ্ৰামত কৰা বিশ্ববিদ্যালয়ৰ পোষ্টসমূহত “ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰক” আদি শ্ল’গানৰে মন্তব্য কৰাৰ লগতে তেওঁক শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা নিলম্বন কৰাৰ দাবীও জনাইছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, নৈমিষাই ২০২৩ চনতেই LLM ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।

‘দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা নাই’

নৈমিষাক টেগ কৰি এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লিখিছে-দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা নথকাৰ বাবেই শিক্ষামন্ত্ৰীৰ কন্যাই বিদেশত পঢ়িবলৈ গৈছিল। পোষ্টটোত কোৱা হৈছে, “আপুনি বিদেশত পঢ়িবলৈ গৈছে কাৰণ আপুনি সেই কথাটো জানে, যিটো লাখ লাখ ভাৰতীয় শিক্ষাৰ্থীয়ে আগতেই বুজি পাইছে। আমাৰ শিক্ষা ব্যৱস্থাই তেওঁলোকক হতাশ কৰিছে।” লগতে কোৱা হৈছে যে,-যদি আন শিক্ষাৰ্থীসকলৰ হাততো একে ধৰণৰ সুবিধা আৰু ধন থাকিলেহেঁতেন, তেন্তে তেওঁলোকেও বিদেশলৈ পঢ়িবলৈ গ’লহেঁতেন।

নৈমিষাই ইনষ্টাগ্ৰামৰ পৰা আঁতৰালে নিজৰ একাউণ্ট

আন্দোলন আৰম্ভ হোৱাৰে পৰা ব্যাপকভাৱে সমালোচনাৰ সন্মুখীন হৈছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা নৈমিষা প্ৰধান। আন্দোলনকাৰীয়ে নৈমিষাৰ বিভিন্ন পোষ্টত ধৰ্মেন্দ্ৰ প্ৰধানক সমালোচনা কৰাৰ উপৰিও নৈমিষাকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। শেষত উপায়ন্তৰবিহীন হৈ নৈমষাই ইনষ্টাগ্ৰামত থকা নিজৰ একাউণ্টটো আঁতৰাই দিবলৈ বাধ্য হোৱা দেখা গৈছে। ইপিনে বহুতে মত প্ৰকাশ কৰিছে যে এই বিষয়টোত কেৱল ধৰ্মেন্দ্ৰ প্ৰধানকেই জবাবদিহিতাৰ আওতালৈ অনা উচিত, তেওঁৰ পৰিয়ালৰ সদস্যসকলক ইয়াত জড়িত কৰা উচিত নহয়। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “পৰিয়ালৰ কোনো সদস্যক এই বিতৰ্কত টানি অনাটো উচিত নহয়, বিশেষকৈ যিজন সিদ্ধান্ত গ্ৰহণৰ অংশ নহয়। জবাবদিহিতা পদত থকা ব্যক্তিৰ পৰাই বিচাৰিব লাগে।”

ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

ইফালে, যন্তৰ-মন্তৰত CJPৰ প্ৰতিবাদ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কংগ্ৰেছ আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। তেওঁ লগতে কয় যে, চৰকাৰে সংসদত NEET আৰু যুৱসমাজৰ উদ্বেগ-সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ সম্পূৰ্ণ সাজু আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cjp protestdharmendra pradhan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত
জীৱনশৈলী

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

August 13, 2026
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন
জীৱনশৈলী

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

August 13, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!
বাণিজ্য

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

August 13, 2026
Next Post
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক'লা তিল দিয়া হয়?

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.