• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

3 months ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

18 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

50 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

1 hour ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

2 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

5 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

13 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

৮খন ৰাজ্যত বেশ সলাই অৰ্চনাই কৰিছিল আত্মগোপন

editor by editor
July 22, 2026
in অপৰাধ, বিবিধ, ভাৰত
0
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায় এবছৰ পূৰ্বে সংঘটিত এটি লোমহৰ্ষক হ*ত্যাকাণ্ডৰ ৰহস্য শেহতীয়াকৈ আৰক্ষীয়ে ভেদ কৰিবলৈ সক্ষম হৈছে। এই হ*ত্যাকাণ্ডটো সংঘটিত হৈছিল মধ্য প্ৰদেশৰ পন্না জিলাত। আৰক্ষীয়ে শেহতীয়াকৈ সদৰী কৰা অনুসৰি প্ৰায় এবছৰ পূৰ্বে হ*ত্যাৰ বলি হোৱা মৃ*ত নন্নু ছোনীৰ পত্নী অৰ্চনা ছোনীয়ে নিজৰ প্ৰথম স্বামী ৰামপ্ৰতাপ ছোনীৰ সৈতে মিলি সম্পত্তি-সংক্ৰান্ত বিবাদৰ বাবে এই হ*ত্যাকাণ্ডৰ ষড়যন্ত্ৰ ৰচিছিল। হ*ত্যাৰ পিছত দুই অভিযুক্তই বেশ সলাই ৮খন ৰাজ্যত আত্মগোপন কৰি আছিল। অৱশেষত গুজৰাটৰ ছুৰাটৰ পৰা আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে।

দুবাৰকৈ বিৱাহপাশত আৱদ্ধ হৈছিল হ*ত্যাকাৰী অৰ্চনা

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সদৰী কৰা অনুসৰি, অজয়গড় থানাৰ অন্তৰ্গত বগহা গাঁৱৰ বাসিন্দা ৰামপ্ৰতাপ ছোনী আৰু অৰ্চনাৰ প্ৰায় ৮–৯ বছৰ পূৰ্বে বিৱাহ সম্পন্ন হৈছিল। তেওঁলোকৰ দুটা সন্তানো আছে। কিন্তু পাৰিবাৰিক বিবাদৰ পিছত অৰ্চনাই পিতৃগৃহত থাকিবলৈ লয়। ইয়াৰ পিছত ২৭ মে’ ২০২৫ তাৰিখে অৰ্চনাই ৰৈপুৰাৰ বাসিন্দা নন্নু ছোনীৰ সৈতে আদালতৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে বিৱাহপাশত হয় আৰু দুই সন্তানক লগত লৈ নন্নুৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে। কিন্তু দ্বিতীয় বিৱাহতো অৰ্চনাৰ বিবাদ আৰম্ভ হয়। বিৱাহৰ কিছুদিনৰ পিছতেই স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য আৰম্ভ হয়। আৰক্ষীৰ তথ্য অনুসৰি, অৰ্চনাই বিচাৰিছিল যে নন্নুৱে নিজৰ মাটি-সম্পত্তি তেওঁৰ দুয়ো পুত্ৰৰ নামত লিখি দিয়ক। কিন্তু নন্নুৱে অৰ্চনাৰ পূৰ্বৰ স্বামীৰ পৰা পোৱা সন্তানৰ নামত নিজৰ সম্পত্তি অৰ্পণ কৰিবলৈ বিচৰা নাছিল । ইয়াকে লৈ কন্দল বাঢ়ি যোৱাৰ পিছত অৰ্চনাই নিজৰ প্ৰথম স্বামী ৰামপ্ৰতাপৰ সৈতে পুনৰ যোগাযোগ কৰে আৰু দুয়ো মিলি নন্নুক হ*ত্যাৰ পৰিকল্পনা কৰে।

কেনেকৈ দ্বিতীয় স্বামীক হ*ত্যা কৰিছিল অৰ্চনাই

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ১০ জুলাই ২০২৫ৰ নিশা প্ৰথম স্বামী ৰামপ্ৰতাপৰ সৈতে মিলি অৰ্চনাই দ্বিতীয় স্বামী নন্নুক নিজৰ কোঠাত শুই থকা অৱস্থাত লাঠিৰে মূৰত একাধিকবাৰ আঘাত কৰে। গুৰুতৰ আঘাতৰ ফলত ঘটনাস্থলীতেই নন্নুৰ মৃ*ত্যু হয়। এই হ*ত্যাকাণ্ডৰ পিছতে সন্তানক লগত লৈ দুই অভিযুক্তই পলায়ন কৰে।

৮খন ৰাজ্যত বেশ সলাই কৰিছিল আত্মগোপন

হ*ত্যাৰ পিছতে অভিযুক্তদ্বয়ে নিজৰ চেহেৰা, মোবাইল নম্বৰ আৰু বাসস্থান সঘনাই সলাই আৰক্ষীক ফাঁকি দি আছিল। তেওঁলোকক বিচাৰি আৰক্ষীয়ে মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, মহাৰাষ্ট্ৰ, দিল্লী, ছত্তীশগড় আৰু গুজৰাটকে ধৰি একাধিক ৰাজ্যত অভিযান চলায়। দীঘলীয়া অনুসন্ধানৰ পিছত চাইবাৰ চেল আৰু গোপন সূত্ৰৰ সহায়ত গুজৰাটৰ ছুৰাটৰ কাপোদৰা অঞ্চলত তেওঁলোকৰ অৱস্থান নিশ্চিত হয়। তাৰ পিছত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Crime news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
Next Post
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

'ধুৰন্ধৰ' ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.