• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

3 months ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

4 minutes ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

32 minutes ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

1 hour ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

2 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

3 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

3 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

5 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

কি অপৰাধত থানালৈ যাবলগীয়া হ'ল অভিনেত্ৰীগৰাকী?

editor by editor
July 22, 2026
in চিনেমা, বিনোদন, বিবিধ
0
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ
0
SHARES
673
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰণবীৰ সিঙে অভিনয় কৰা ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’ৰ ‘শ্বৰাৰত’ শীৰ্ষক গীতটোত অভিনয় কৰা অভিনেত্ৰী আয়শা খানক মুম্বাই আৰক্ষীয়ে আটক কৰিছে। এই কথা সদৰী কৰি আয়শাই নিজেই ইনষ্টাগ্ৰামত ভিডিঅ’ শ্বেয়াৰ কৰিছে। এটা ভিডিঅ’ত তেওঁ আৰক্ষী থানাত আটকাধীন অৱস্থাতেই সমগ্ৰ ঘটনাটোৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰিছে। আন এটা ভিডিঅ’ত দেখা যায়, জোৰ-জবৰদস্তিৰে তেওঁক আটক কৰি এখন আৰক্ষীৰ ভেনত উঠাই লৈ যোৱাৰ দৃশ্য। আয়শাই বন্ধু আৰু ভাতৃৰ সৈতে মুম্বাইৰ দাদৰলৈ গৈছিল। NEET পেপাৰ লীক কেলেংকাৰী আৰু দিল্লীত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত হোৱা লাঠিচাৰ্জৰ প্ৰতিবাদত আয়োজিত এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে তেওঁলোক গৈছিল।

অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোৰ কেপচনত তেওঁ প্ৰশ্ন কৰিছে— “ৰাস্তাত থিয় হৈ থকাটো কেতিয়াৰ পৰা অপৰাধ হ’ল?” ভিডিঅ’টোত দেখা অনুসৰি আৰক্ষীয়ে আয়েশাক জোৰকৈ ভেনত উঠাবলৈ চেষ্টা কৰাৰ দৃশ্য দেখা গৈছে। আয়শাই বাৰে বাৰে সুধিছে যে তেওঁক কিয় আটক কৰা হৈছে। তেওঁৰ কেইবাজনো বন্ধুৱেও ইয়াৰ বিৰোধিতা কৰে। আয়শাই কাৰণ সোধাত এজন সাধাৰণ পোছাক পিন্ধা ব্যক্তিয়ে কয় যে, “ইয়াত ধাৰা ১৪৪ জাৰি আছে, আপুনি ইয়াত থাকিব নোৱাৰে।”

প্ৰকৃততে কি হৈছিল?

আনহাতে ৱৰ্লী আৰক্ষী থানাৰ পৰা শ্বেয়াৰ কৰা এটা ভিডিঅ’ত আয়শাই কয়, “মই এতিয়া ৱৰ্লী আৰক্ষী থানাত আছোঁ। আমি NEETৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমৰ্থনত দাদৰত সন্ধিয়া ৪ বজাত হ’বলগীয়া প্ৰতিবাদত অংশ ল’ব বিচাৰিছিলোঁ। আমি মাত্ৰ ঘটনাস্থলীত উপস্থিত হৈ ৰাস্তাত থিয় হৈছিলোঁ। আমি তেতিয়াও কোনো প্ৰতিবাদ আৰম্ভ কৰা নাছিলোঁ, কোনো শ্ল’গান দিয়া নাছিলোঁ। ঠিক সেই সময়তে এজন আৰক্ষী বিষয়াই আহি ক’লে যে আমি প্ৰতিবাদ কৰিব নোৱাৰোঁ। আমি ক’লোঁ— ‘ঠিক আছে ছাৰ, তেন্তে আন কি উপায় আছে সেয়া কওক।’ কিন্তু কথাবাৰ্তা আগবঢ়োৱাৰ আগতেই তেওঁ মোৰ ভাই আৰু বন্ধু-বান্ধৱক আৰক্ষীৰ ভেনত উঠাই লৈ গ’ল। তেওঁলোকক লৈ যোৱাৰ পিছত মই একেবাৰে বিভ্ৰান্ত হৈ পৰিছিলোঁ। এই অঞ্চললৈ মই আগতে কেতিয়াও অহা নাছিলোঁ, সেয়ে কি কৰিম বা ক’লৈ যাম বুজি পোৱা নাছিলোঁ।”

আৰক্ষীৰ বিৰুদ্ধে আয়শাৰ অভিযোগ

আয়শাই আৰু কয়, “মই আৰু মোৰ দুজন বন্ধু তাত মাত্ৰ থিয় হৈ আছিলোঁ। সেই সময়ত প্ৰায় ১৫-২০ জন আৰক্ষী আহিল। তাৰে প্ৰায় ১০ জন পুৰুষ আৰু ৫ গৰাকী মহিলা আৰক্ষী আছিল। তেওঁলোকে আমাকো জোৰকৈ আৰক্ষীৰ ভেনত উঠাবলৈ ধৰিলে। মই বাৰে বাৰে সুধিছিলোঁ— ‘আমাক কিয় ভেনত উঠোৱা হৈছে? আমি কেৱল ৰাস্তাত থিয় হৈ আছিলোঁ।’ কিন্তু মোৰ কোনো প্ৰশ্নৰ উত্তৰ আৰক্ষীয়ে নিদিলে। শেষত চাৰি-পাঁচগৰাকী মহিলা আৰক্ষীয়ে মোক টানি ভেনত উঠাই দিলে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প
বাণিজ্য

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
Next Post
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.