• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ যোগে মেট্ৰিক-ADRE সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ যোগে মেট্ৰিক-ADRE সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

1 year ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

13 minutes ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

24 minutes ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

37 minutes ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

1 hour ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

2 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

2 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

3 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

5 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

6 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

7 hours ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ যোগে মেট্ৰিক-ADRE সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

editor by editor
March 17, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ যোগে মেট্ৰিক-ADRE সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা
0
SHARES
618
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ যোগে মেট্ৰিক-ADRE সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

সামাজিক মাধ্যম ফেচবুক যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি ADRE প্ৰাৰ্থীলৈ কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

ঘোষণা কৰা অনুসৰি, মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব অতিৰিক্ত নম্বৰ। সমাজ অধ্যয়ন বিষয়ত পাব অতিৰিক্ত নম্বৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, – বৰপেটালৈ যোৱাৰ সময়ত বহু ভাগিনে এইবাৰ সমাজ অধ্যয়নৰ প্ৰশ্ন কাকত বহু টান হোৱা বুলি কৈছিল । বৰদোৱাতো একেই সমস্যাৰে লগ পাইছিল বহু ভাগিন।

সেয়ে মুখ্যমন্ত্ৰীয়ে মই গুৱাহাটীলৈ আহি ছেবাৰ অধ্যক্ষৰ সৈতে সমাজ অধ্যয়নৰ প্ৰশ্ন কাকত সন্দৰ্ভত আলোচনা কৰে। ছেবাৰ অধ্যক্ষই কয় যে এইবাৰৰ পেপাৰখনৰ প্ৰশ্নৰ পেটাৰ্ণ সলনি কৰা হৈছিল। যোৱাবছৰো পেটাৰ্ণ সলনি কৰা হৈছিল। এইবাৰো পেটাৰ্ণ সলনি কৰা হৈছে।

সেয়ে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, যি সকল ছাত্ৰ-ছাত্ৰীৰ সমাজ অধ্যয়নৰ পৰীক্ষা বেয়া হয়, কিন্তু আন বিষয়ত ভাল হয়, তেন্তে সমাজ অধ্যয়নত সকলোকে অতিৰিক্তকৈ নম্বৰৰ ব্যৱস্থা কৰিব।

ইয়াৰ উপৰি ADREৰ তৃতীয় আৰু চতূৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবেও বিশেষ ঘোষণা কৰে। দুয়োটা বৰ্গৰে মৌখিক টেষ্ট তথা পৰীক্ষা জুন মাহত অনুষ্ঠিত হ’ব। ADREৰ তৃতীয় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ SKILL TEST অনুষ্ঠিত হ’ব। জুন মাহত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ SKILL TEST।

১০ অক্টোবৰত ADRE ৰ নিযুক্তি প্ৰাদনৰ লক্ষ্য চৰকাৰৰ। ইয়াৰ উপৰি নবেম্বৰ, ডিচেম্বৰ, জানুৱাৰীত ADRE ৰ নতুন পদৰ বিজ্ঞাপন প্ৰকাশ পাব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ফেচবুকত লাইভযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল মে’ মাহত প্ৰকাশ হ’ব।

মে’ মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট শিক্ষকৰ ৯০৭৫টা পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ছেবাই ঘোষণা কৰিব। ফাইনেল নিযুক্তি ১০ অক্টোবৰত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmFacebook Liveguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
Next Post
হেমা মালিনীৰ হাতত ইণ্ডিয়ান আইডলৰ স্ক্ৰিপ্ট দেখি অনুৰাগী হতাশ- ‘একোৱেই বাস্তৱ নহয়’

হেমা মালিনীৰ হাতত ইণ্ডিয়ান আইডলৰ স্ক্ৰিপ্ট দেখি অনুৰাগী হতাশ- 'একোৱেই বাস্তৱ নহয়'

শনিৰ গতি পৰিৱৰ্তনৰ লগে লগে ৩ ৰাশিৰ ভাল দিন আৰম্ভ, দূৰ হ’ব দৰিদ্ৰতা

শনিৰ গতি পৰিৱৰ্তনৰ লগে লগে ৩ ৰাশিৰ ভাল দিন আৰম্ভ, দূৰ হ’ব দৰিদ্ৰতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.