• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হেমা মালিনীৰ হাতত ইণ্ডিয়ান আইডলৰ স্ক্ৰিপ্ট দেখি অনুৰাগী হতাশ- ‘একোৱেই বাস্তৱ নহয়’

হেমা মালিনীৰ হাতত ইণ্ডিয়ান আইডলৰ স্ক্ৰিপ্ট দেখি অনুৰাগী হতাশ- ‘একোৱেই বাস্তৱ নহয়’

1 year ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

18 minutes ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

12 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

13 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

13 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

14 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

15 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

15 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

16 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

17 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

18 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

18 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হেমা মালিনীৰ হাতত ইণ্ডিয়ান আইডলৰ স্ক্ৰিপ্ট দেখি অনুৰাগী হতাশ- ‘একোৱেই বাস্তৱ নহয়’

editor by editor
March 17, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
হেমা মালিনীৰ হাতত ইণ্ডিয়ান আইডলৰ স্ক্ৰিপ্ট দেখি অনুৰাগী হতাশ- ‘একোৱেই বাস্তৱ নহয়’
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হেমা মালিনীৰ হাতত ইণ্ডিয়ান আইডলৰ স্ক্ৰিপ্ট দেখি অনুৰাগী হতাশ- ‘একোৱেই বাস্তৱ নহয়’

ৰিয়েলিটি শ্ব’ৰ সত্যতাক লৈ সন্দেহ বহুদিনৰ পৰাই। শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও ইয়াৰ প্ৰমাণ পাইছে। Reddit ত ভাইৰেল এটা পোষ্টে এই কথা নিশ্চিত কৰিছে। ইণ্ডিয়ান আইডল ১৫ৰ শেহতীয়া হোলী বিশেষ খণ্ডৰ সময়ৰ ভাইৰেল ফটোই এতিয়া হতাশ কৰিছে অনুৰাগীক।

আচলতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন ফটো য’ত শ্ব’টোৰ অতিথি হিচাপে অহা বিচাৰক হেমা মালিনীয়ে শ্ব’টোৰ সমগ্ৰ চিত্ৰনাট্য তথা স্ক্ৰিপ্ট হাতত লৈ থকা দেখা গৈছে। পোষ্টটোত শ্বেয়াৰ কৰা স্ক্ৰীণশ্বটত হেমা মালিনীয়ে বগা শাৰী পিন্ধি, হাতত চিত্ৰনাট্যখন ধৰি থকা দেখা গৈছে।

এই গোটেই বিষয়টোত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো হ’ল যে চিত্ৰনাট্যখনত হেমা মালিনীয়ে কব লগা প্ৰতিটো শব্দ, সম্পূৰ্ণ বাক্য সকলো লিখা আছিল। এটা অংশত স্পষ্টকৈ লিখা আছিল যে হেমা জীয়ে মথুৰাৰ হোলীৰ বৰ্ণনা কৰিব।

এই স্ক্ৰিপ্ট দেখি এতিয়া অনুৰাগীৰ ক্ৰোধ। কাৰণ বাৰে বাৰে অনুষ্ঠানটোত ৰিয়েলিটি শ্বো বুলি কৈ থকাৰ পাছত এতিয়া পোহৰলৈ আহিছে সকলো মিছা। সকলো পূৰ্বৰে পৰা নিৰ্ধাৰিত। সকলো কেৱল মিছা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: hema maliniIndian IdolReality Show
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

May 25, 2026
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক
জীৱনশৈলী

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

May 24, 2026
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

May 24, 2026
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!
ক্ৰীড়া

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

May 24, 2026
Next Post
শনিৰ গতি পৰিৱৰ্তনৰ লগে লগে ৩ ৰাশিৰ ভাল দিন আৰম্ভ, দূৰ হ’ব দৰিদ্ৰতা

শনিৰ গতি পৰিৱৰ্তনৰ লগে লগে ৩ ৰাশিৰ ভাল দিন আৰম্ভ, দূৰ হ’ব দৰিদ্ৰতা

ক’ত আৰু কেনেকৈ মহাকাশৰ পৰা পৃথিৱীত অৱতৰণ কৰিব সুনীতা আৰু সতীৰ্থ

ক'ত আৰু কেনেকৈ মহাকাশৰ পৰা পৃথিৱীত অৱতৰণ কৰিব সুনীতা আৰু সতীৰ্থ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.