• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰিকলৰ পানী এই ৫ ধৰণৰ মানুহৰ বাবে বিষতকৈ কম নহয়! ডাবৰ পানী সেৱন কৰে যদি জানি থওক কি কি ৰোগৰ বাবে ই অতি ক্ষতিকাৰক?

নাৰিকলৰ পানী এই ৫ ধৰণৰ মানুহৰ বাবে বিষতকৈ কম নহয়! ডাবৰ পানী সেৱন কৰে যদি জানি থওক কি কি ৰোগৰ বাবে ই অতি ক্ষতিকাৰক?

12 months ago
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

11 minutes ago
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

49 minutes ago
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

2 hours ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

3 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

4 hours ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

4 hours ago
সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

4 hours ago
চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

5 hours ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

5 hours ago
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

6 hours ago
FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

7 hours ago
আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাৰিকলৰ পানী এই ৫ ধৰণৰ মানুহৰ বাবে বিষতকৈ কম নহয়! ডাবৰ পানী সেৱন কৰে যদি জানি থওক কি কি ৰোগৰ বাবে ই অতি ক্ষতিকাৰক?

নাৰিকলৰ পানী এই ৫ ধৰণৰ মানুহৰ বাবে বিষতকৈ কম নহয়! ডাবৰ পানী সেৱন কৰে যদি জানি থওক কি কি ৰোগৰ বাবে ই অতি ক্ষতিকাৰক?

editor by editor
July 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নাৰিকলৰ পানী এই ৫ ধৰণৰ মানুহৰ বাবে বিষতকৈ কম নহয়! ডাবৰ পানী সেৱন কৰে যদি জানি থওক কি কি ৰোগৰ বাবে ই অতি ক্ষতিকাৰক?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
গ্ৰীষ্মকাল চলি আছে৷ গ্ৰীষ্মকালত বহুতেই নাৰিকল বা ডাবৰ পানী সেৱন কৰে৷ দেহক হাইড্ৰেটেড কৰি ৰখাৰ প্ৰয়োজনতেই ডায়েট জুছৰ পৰা আৰম্ভ কৰি নাৰিকলৰ পানী সেৱন কৰে প্ৰায়সংখ্যক লোকেই৷ বহুসংখ্যক লোকেই নাৰিকলৰ পানী বেছিকৈ পছন্দ কৰে আৰু স্বাস্থ্যৰ বাবে ই খুবেই উপকাৰী৷ ইয়াত থকা ভিটামিন চি, ই, কেলছিয়াম আৰু পটাছিয়াম স্বাস্থ্যৰ বাবে বহু উপকাৰী৷ কিছু মানুহৰ বাবে নাৰিকলৰ পানী অৱশ্যে ক্ষতিৰো কাৰণ হ’ব পাৰে৷ ইয়াত থকা পটাছিয়াম কিছু মানুহৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ জানি থওক কি কি ৰোগৰ বাবে নাৰিকলৰ পানী সেৱন কৰাটো ক্ষতিকাৰক হ’ব পাৰে?

১. কিডনি সংক্ৰান্তীয় ৰোগ

যিসকলৰ কিডনি সংক্ৰান্তীয় কোনো ৰোগ আছে তেওঁলোকে নাৰিকলৰ পানী সেৱন কৰাটো উচিত নহয়৷ নাৰিকলৰ পানীত থকা পটাছিয়াম কিডনিয়ে ফিল্টাৰ কৰিব নোৱাৰে৷ কিডনি ৰোগৰ কাৰণে তেনে ৰোগীৰ শৰীৰত পটাছিয়াম আৰু ছডিয়ামৰ পৰিমাণ বেছি থাকে৷ এই অৱস্থাত নাৰিকলৰ পানী সেৱন কৰিলে হাইপাৰকেলমিয়া হোৱাৰ আশংকা বাঢ়ি যায়৷ ইয়াৰ ফলত হাৰ্টৰেট বাঢ়ি যোৱা আৰু বুকুত ধৰফৰনি বঢ়াৰ দৰে সমস্যাই দেখা দিব পাৰে৷

২. ডায়বেটিছ আক্ৰান্ত ৰোগী

যাৰ ডায়াবেটিছৰ সমস্যা আছে তেওঁলোকেও নাৰিকলৰ পানী খোৱা উচিত নহয়৷ নাৰিকলৰ পানী গ্লাইছেমিক ইনডেক্স আৰু কাৰ্বহাইড্ৰেট বেছি থাকে, যাৰ ফলত ছুগাৰ লেভেল বাঢ়ি যোৱাৰ আশংকা থাকে৷

৩. বয়স্ক ব্যক্তি

বেছি বয়সৰ মানুহে প্ৰতিদিনে নাৰিকলৰ পানী পান কৰাৰ পৰা বিৰত থকা উচিত৷ ইয়াত পটাছিয়ামৰ পৰিমাণ বেছি থাকে, যাৰ ফলত খুব বেছি নাৰিকলৰ পানী পান কৰিলে শৰীৰত পটাছিয়ামৰ মাত্ৰা বাঢ়ি যাব পাৰে, যিয়ে হাৰ্টৰ কাৰ্যক্ষমতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে৷

৪. এলাৰ্জিৰ সমস্যা

যাৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকেও নাৰিকলৰ পানী পান কৰাৰ পৰা বিৰত থকা উচিত৷ ইয়াৰ ফলত ছালত খজুৱতি, জ্বলাপোৰা আদি সমস্যা বাঢ়িব পাৰে৷

৫. উচ্চ ৰক্তচাপৰ সমস্যা

যাৰ উচ্চ ৰক্তচাপ বা হাই বিপিৰ সমস্যা থাকে বা ঔষধ গ্ৰহণ কৰি আছে তেওঁলোকে নাৰিকলৰ পানী খোৱা উচিত নহয়৷ ইয়াৰ ফলত ৰক্তচাপৰ সমস্যা বাঢ়ি যোৱাৰ আশংকা থাকে৷

৬. পৰিমাণৰ দিশৰ প্ৰতি নজৰ ৰাখক

বেছিভাগ মানুহেই গৰমকালত প্ৰতিদিনে নাৰিকলৰ পানী পান কৰে৷ কিন্তু ওপৰত উল্লেখিত ব্যক্তিসকলে নাৰিকলৰ পানী প্ৰতিদিনৰ ডায়েটত ৰাখিব নালাগে৷ যদি আপুনি ৰ’দত বাহিৰলৈ ওলাই যায়, আপুনি খুবেই বেছিকৈ ঘামে তেন্তে আধা গ্লাছ নাৰিকলৰ পানী গ্ৰহণ কৰিব পাৰে৷

৭. শৰীৰত পটাছিয়াম বৃদ্ধিৰ প্ৰভাৱ

উচ্চ পটাছিয়াম স্তৰক চিকিৎসাৰ পৰিভাষাত কোৱা হয় হাইপাৰকেলেমিয়া৷ এই অৱস্থাই হাৰ্টৰ কাৰ্যক্ষমতাক বাধা দিব পাৰে৷ ইয়াৰ ফলত হাৰ্টবিট অস্বাভাৱিক হব পাৰে বা কিছু নিৰ্দিষ্ট শাৰীৰিক পৰিস্থিতিত গুৰুতৰ জটিলতাইয়ো দেখা দিব পাৰে৷

নাৰিকলৰ পানীৰ উপকাৰিতা

  • নাৰিকলৰ পানীয়ে শৰীৰক হাইড্ৰেটেড ৰখাত সহায় কৰে৷
  • ই অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ৰক্ষা কৰাত সহায়ক হিচাপে কাম কৰে৷
  • নাৰিকলৰ পানীয়ে ডাইজেছন চিষ্টেমক সুস্থ ৰখাত সহায় কৰে৷
  • ই ওজন কমোৱাত সহায় কৰে৷
  • নাৰিকলৰ পানীয়ে ছালক সুস্থ ৰখাত সহায় কৰে৷
  • ই চুলিক সুস্থ স্বাস্থ্য প্ৰদান কৰে৷
  • নাৰিকলৰ পানীয়ে শৰীৰক ডিটক্স কৰাত সহায় কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?
জীৱনশৈলী

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

July 20, 2026
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ
ভাৰত

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

July 20, 2026
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ
বিনোদন

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

July 20, 2026
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?
বাণিজ্য

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

July 20, 2026
Next Post
এই ৪ ৰাশি ব্যৱসায়ত সদায়ে সফল হয়, ধনলক্ষ্মীৰ আশীৰ্বাদত জীৱনত একো সামগ্ৰীৰেই অভাৱ নহয়

এই ৪ ৰাশি ব্যৱসায়ত সদায়ে সফল হয়, ধনলক্ষ্মীৰ আশীৰ্বাদত জীৱনত একো সামগ্ৰীৰেই অভাৱ নহয়

আজি মঙলৰ নক্ষত্ৰ সলনিত ৪ ৰাশিৰ খুলিব অৰ্থভাগ্য! চাকৰি-ব্যৱসায়ত উন্নতি, কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

আজি মঙলৰ নক্ষত্ৰ সলনিত ৪ ৰাশিৰ খুলিব অৰ্থভাগ্য! চাকৰি-ব্যৱসায়ত উন্নতি, কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.