• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি মঙলৰ নক্ষত্ৰ সলনিত ৪ ৰাশিৰ খুলিব অৰ্থভাগ্য! চাকৰি-ব্যৱসায়ত উন্নতি, কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

আজি মঙলৰ নক্ষত্ৰ সলনিত ৪ ৰাশিৰ খুলিব অৰ্থভাগ্য! চাকৰি-ব্যৱসায়ত উন্নতি, কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

1 year ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

5 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

6 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

6 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

7 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

8 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

8 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

9 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

10 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

11 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

11 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

12 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি মঙলৰ নক্ষত্ৰ সলনিত ৪ ৰাশিৰ খুলিব অৰ্থভাগ্য! চাকৰি-ব্যৱসায়ত উন্নতি, কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

আজি মঙলৰ নক্ষত্ৰ সলনিত ৪ ৰাশিৰ খুলিব অৰ্থভাগ্য! চাকৰি-ব্যৱসায়ত উন্নতি, কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?

editor by editor
July 23, 2025
in জীৱনশৈলী
0
আজি মঙলৰ নক্ষত্ৰ সলনিত ৪ ৰাশিৰ খুলিব অৰ্থভাগ্য! চাকৰি-ব্যৱসায়ত উন্নতি, কোটিপতি হ’ব কোন কোন ৰাশিৰ জাতক?
0
SHARES
876
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ কেতিয়াবা কেতিয়াবা গ্ৰহৰ ঘৰ সলনিয়ে বিশেষ যোগ তৈয়াৰ হয় যিয়ে ১২ ৰাশিৰ জীৱনত শুভ অশুভ প্ৰভাৱ পেলায়৷ আজি মঙলবাৰে নক্ষত্ৰ পৰিবৰ্তন হোৱাত ৪ ৰাশিৰ জীৱনলৈ ইতিবাচক সালসলনি আহিব৷

জ্যোতিষশাস্ত্ৰত, মঙলক সাহস, শক্তি আৰু বীৰত্বৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ কোষ্ঠীত মঙল অৰ্থাৎ সেনাপতি গ্ৰহ শক্তিশালী হ’লে ভাগ্য সকলোসময়তে কাষত থাকে৷ মঙলৰ অৱস্থান যদি অশুভ হয় তেন্তে জীৱনত উন্নতিৰ পথত বাধা আহে৷ আজি ২৩ জুলাইৰ পুৱা ৮.৫০ মিনিটত মঙলে উত্তৰাফাল্গুনী নক্ষত্ৰত গোচৰ কৰিব৷

এই নক্ষত্ৰৰ অধিপতি হৈছে গ্ৰহৰ ৰজা সূৰ্য৷ বৰ্তমান মঙল গ্ৰহই সূৰ্যৰ ৰাশিচক্ৰ সিংহ ৰাশিত অৱস্থান কৰিছে আৰু এই ৰাশিৰ পৰাই মঙলে সূৰ্যৰ ৰাশিত প্ৰৱেশ কৰিব৷ আগন্তুক ১৩ আগষ্ট পৰ্যন্ত উত্তৰ ফাল্গুনীত থাকিব গ্ৰহৰ সেনাপতি৷ অন্যহাতে ২৮ জুলাইত কন্যা ৰাশিত প্ৰৱেশ কৰিব মঙলে৷

জ্যোতিষ বিশেষজ্ঞসকলৰ মতে উত্তৰাফাল্গুনী নক্ষত্ৰক প্ৰতিপত্তি, সৃজনশীলতা, শক্তি আৰু সাফল্যৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ একেলগে সূৰ্য আৰু মঙলৰ মাজত বন্ধুত্বৰ সম্পৰ্ক থকাত এই গোচৰৰ কাৰণে ভাগ্যৰ চকা ঘূৰিব ৪ ৰাশিৰ জাতকৰ৷ অৰ্থ-যশ-খ্যাতিৰে ভৰিব সেইসকল ৰাশিৰ জাতক জাতিকাৰ জীৱন৷ তালিকাত আপুনিও আছেনে?

মিথুন ৰাশি

মঙলৰ প্ৰভাৱত মিথুন ৰাশিৰ অৰ্থভাগ্য সলনি হব৷ বহু দিন ৰৈ থকা ধন লাভ কৰিব পাৰে৷ লটাৰী কাটিলে কিংবা ডাঙৰ কোনো বিনিয়োগ কৰিলেও লাভৱান হব৷ যিকোনো কামত সাফল্যৰ যোগ আছে৷ ঋণৰ বোজা কমিব৷ আয়ৰ নতুন সন্ধান পাব৷ সন্তানৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ কৰ্মক্ষেত্ৰত কামৰ অনুকূল পৰিবেশ থাকিব৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ পৰিয়ালত মাটি সম্পত্তি সংক্ৰান্তিয় সমস্যা থাকিলে দূৰ হব৷

সিংহ ৰাশি

মঙলৰ গোচৰত সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুদিন উভতিব৷ আয়ৰ নতুন উৎসৰ সন্ধান পাব পাৰে৷ শ্বেয়াপ বজাৰত ধন লগালে ভৱিষ্যতে লাভ পাব৷ লটাৰীৰ টিকট কাটিলে লাভ হব পাৰে৷ কেৰিয়াৰত প্ৰভাৱশালী ব্যক্তিৰ সৈতে দেখা হব পাৰে৷ এই চিনাকিয়ে আগন্তুক দিনত পেছাগত জীৱনত লাভৱান কৰিব আপোনাক৷ মনত অযথা কোনো নেতিবাচক চিন্তাক স্থান নিদিব৷ প্ৰেম জীৱনত সুখ থাকিব৷

বৃশ্চিক ৰাশি

মঙলৰ নক্ষত্ৰ পৰিবৰ্তনে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ জীৱনত শুভ প্ৰভাৱ পেলাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে ডাঙৰ বিনিয়োগ কৰিব পাৰে৷ লটাৰী জিকাৰো যোগ আছে৷ আৰ্থিক দিশৰ পৰা জীৱন আৰু সুৰক্ষিত হব পাৰে৷ বহু দিন ধৰি কোনো কাম ৰৈ থাকিলে এইবাৰ শেষ কৰিব পাৰিব৷ স্বাস্থ্যৰ উন্নতি হব৷ দাম্পত্যৰ সমস্যা দূৰ হব৷ সন্তানৰ স্বাস্থ্য ভালে থাকিব৷

তুলা ৰাশি

মঙলৰ প্ৰভাৱত তুলা ৰাশিৰ জাতক জাতিকাৰ জীৱনত দুশ্চিন্তা দূৰ হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব পাৰে৷ শ্বেয়াৰ বজাৰত অৰ্থ লগালে লাভ হব৷ দাম্পত্যত সুখ থাকিব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ কোনো কাম আত্মবিশ্বাসৰ সৈতে কৰিলে সাফল্য পাব৷ মনত অযথা কোনো নেতিবাচক চিন্তাক ঠাই নিদিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে৷ দৰমহা বঢ়াৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ
জীৱনশৈলী

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

September 1, 2026
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

September 1, 2026
Next Post
বাজেয়াপ্ত কোটি কোটি টকা লৈ উধাও আৰক্ষী অধীক্ষক, বাজেয়াপ্ত ধনেৰে ফুৰিলে গোৱা, মানালি, কাশ্মীৰ, কেনেকৈ আৰক্ষীৰ চকুত ধৰা পৰিল ধৃত আৰক্ষী অধীক্ষক?

বাজেয়াপ্ত কোটি কোটি টকা লৈ উধাও আৰক্ষী অধীক্ষক, বাজেয়াপ্ত ধনেৰে ফুৰিলে গোৱা, মানালি, কাশ্মীৰ, কেনেকৈ আৰক্ষীৰ চকুত ধৰা পৰিল ধৃত আৰক্ষী অধীক্ষক?

আগষ্টত ৬ মিনিটৰ বাবে পৃথিৱী অন্ধকাৰ হৈ পৰিব! আগন্তুক ১০০ বছৰলৈ এই দৃশ্য আৰু নেদেখে বিশ্ববাসীয়ে

আগষ্টত ৬ মিনিটৰ বাবে পৃথিৱী অন্ধকাৰ হৈ পৰিব! আগন্তুক ১০০ বছৰলৈ এই দৃশ্য আৰু নেদেখে বিশ্ববাসীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.