• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বান্ধৱীৰ পিতৃক বিবাহ কৰাবলৈ অস্বীকাৰ কলেজীয়া ছাত্ৰী, যৌন উৎপীড়ন চলাই ভিডিঅ’ ভাইৰেল

বান্ধৱীৰ পিতৃক বিবাহ কৰাবলৈ অস্বীকাৰ কলেজীয়া ছাত্ৰী, যৌন উৎপীড়ন চলাই ভিডিঅ’ ভাইৰেল

4 years ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

1 hour ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

2 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

4 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

4 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

5 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

6 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

7 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

8 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

9 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বান্ধৱীৰ পিতৃক বিবাহ কৰাবলৈ অস্বীকাৰ কলেজীয়া ছাত্ৰী, যৌন উৎপীড়ন চলাই ভিডিঅ’ ভাইৰেল

editor by editor
August 18, 2022
in অপৰাধ, বিশ্ব
0
বান্ধৱীৰ পিতৃক বিবাহ কৰাবলৈ অস্বীকাৰ কলেজীয়া ছাত্ৰী, যৌন উৎপীড়ন চলাই ভিডিঅ’ ভাইৰেল
0
SHARES
90.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ এগৰাকী কলেজীয়া ছাত্ৰীয়ে নিজ বান্ধৱীৰ পিতৃক বিয়া কৰাবলৈ অস্বীকাৰ কৰাৰ বাবে শাৰীৰিক অত্যাচাৰ আৰু যৌন নিৰ্যাতনৰ বলি হৈছে। বান্ধৱীৰ পিতৃয়ে অন্য সহযোগীৰ সৈতে ছাত্ৰীগৰাকীৰ চুলি-ভ্ৰু কাটি ধমকি দিয়াৰ লগতে যৌন উৎপীড়ন চলোৱা ভিডিঅ’ ৰেকৰ্ডিং কৰি ১০ লাখ টকা নিদিলে সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰো ভাবুকি দিয়ে।

লাহোৰৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ফৈছালাবাদত যোৱা ৮ আগষ্টত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। মঙলবাৰে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ঘটনাটো পোহৰলৈ আহে৷ ভিডিঅ’টোত অভিযুক্তসকলে কলেজীয়া ছাত্ৰীগৰাকীক আক্ৰমণ কৰা, চুলি আৰু ভ্ৰু কটা আৰু এজন লোকজনৰ জোতা চেলেকিবলৈ বাধ্য কৰা দেখা গৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, প্ৰধান অভিযুক্তজনৰ নাম হৈছে শ্বেইখ ডেনিছ৷ তেওঁৰ কন্যাৰ লগতে ঘটনা সন্দৰ্ভত আন ৫ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে। পঞ্জাৱ আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ডেনিছ আৰু তেওঁৰ কন্যাকে ধৰি ৭ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু কৰায়ত্ত কৰিবলৈ বাকী থকা অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই আছে।

লগতে পঢ়ক অতি মৰ্মান্তিক! দুই কণমানি পুত্ৰ, পতী এৰি পৰপুৰুষলৈ পলাল পত্নী, ২ পুত্ৰক বিহপান কৰোৱাই আত্মহনন পিতৃৰ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে বৃদ্ধা মাতৃৰ সৈতে বাস কৰিছিল৷ আনহাতে তেওঁৰ দুই ভাতৃ ক্ৰমে ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াত থাকে। ভুক্তভোগীগৰাকী এইবাৰ দন্ত চিকিৎসা বিজ্ঞানৰ পঞ্চম বৰ্ষৰ ছাত্ৰী৷ অপহৰণ, হাৰাশাস্তি, ধন দাবী আৰু যৌন নিৰ্যাতনৰ গোচৰত ১৫ জন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে পাকিস্তান দণ্ডবিধিৰ প্ৰাসংগিক ধাৰা অনুসৰি গোচৰ ৰুজু কৰিছে।

এফ আই আৰত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কয় যে ডেনিছৰ কন্যা আন্নাৰ সূত্ৰে অভিযুক্ত পৰিয়ালটোৰ সৈতে তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁ লগতে কয় যে আন্নাৰ দেউতাক শ্বেইখ ডানিছে তেওঁক বিয়াৰ প্ৰস্তাৱ দিছিল, কিন্তু তেওঁ আৰু তেওঁৰ পৰিয়ালে সেই প্ৰস্তাৱ নাকচ কৰে৷

‘‘ডেনিছ মোৰ দেউতাৰ বয়সৰ আৰু মই যেতিয়া আন্নাক এই কথা কওঁ, তেতিয়া তেওঁ মোৰ ওপৰত খং কৰিছিল। আনকি মোৰ দুই ভাতৃকো এই বিয়াৰ প্ৰস্তাৱত সন্মতি দিবলৈ হেঁচা দিছিল।’’ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কয়৷

লগতে পঢ়ক এগৰাকী মহিলালৈ টুইটে মাতিলে বিপদ! আদালতে বিহিছে ৩৪ বছৰৰ কাৰাদণ্ড

ভুক্তভোগী ছাত্ৰীগৰাকীৰ মতে, যেতিয়া তেওঁৰ দুই ভাতৃয়ে এই প্ৰস্তাৱত সন্মতি নিদিলে তেতিয়া মূল অভিযুক্ত ডানিছে তেওঁৰ সহযোগীসকলৰ সৈতে তেওঁৰ ওপৰত নিৰ্যাতন চলাই বলপূৰ্বকভাৱে নিজৰ ঘৰলৈ লৈ যায়। অভিযুক্তসকলে ছাত্ৰীগৰাকীক জোৰ কৰি ডেনিছৰ জোতা চেলেকিবলৈ বাধ্য কৰাৰ লগতে চুলি-ভ্ৰু কাটি দিয়াৰ লগতে অত্যাচাৰ কৰাৰ ভিডিঅ’ও নিৰ্মাণ কৰিছিল।

এফ আই আৰত কোৱা হৈছে যে, তাৰ পাছতে প্ৰধান অভিযুক্ত ডেনিছে ভুক্তভোগী ছাত্ৰীগৰাকীক আন এটা কোঠালৈ লৈ যায় তেওঁ ছাত্ৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই অন্য এটা ভিডিঅ’ নিৰ্মাণ কৰে। ইয়াৰ পাছতে অভিযুক্তসকলে ভুক্তভোগী ছাত্ৰীগৰাকীৰ মোবাইল ফোনটোৰ লগতে ৫ লাখ নগদ ধন ৪.৫০ লাখ টকাৰ সোণৰ অলংকাৰো কাঢ়ি লয় বুলিও ছাত্ৰীগৰাকীয়ে দাবী কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamPakistan College student torturedvideo goes viral in pakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো
জীৱনশৈলী

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

March 28, 2026
Next Post
মহিলাৰ বাবে বাম্পাৰ অফাৰ! ১০ সন্তান জন্ম দিয়া মহিলাই লাভ কৰিব ১১ লাখ টকা!

মহিলাৰ বাবে বাম্পাৰ অফাৰ! ১০ সন্তান জন্ম দিয়া মহিলাই লাভ কৰিব ১১ লাখ টকা!

আকৌ দলিত ছাত্ৰক হত্যা উচ্চ বৰ্ণৰ শিক্ষকৰ, ২৫০ টকা মাচুলৰ বাবে ১৩ বছৰীয়া ছাত্ৰক মৰিয়াই হত্যা

আকৌ দলিত ছাত্ৰক হত্যা উচ্চ বৰ্ণৰ শিক্ষকৰ, ২৫০ টকা মাচুলৰ বাবে ১৩ বছৰীয়া ছাত্ৰক মৰিয়াই হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.