• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধুৰ বিবাহ অনুষ্ঠানত নাচি থাকোতেই হাৰ্ট এটেকত শেষ জনপ্ৰিয় টিভি অভিনেতাৰ জীৱন

বন্ধুৰ বিবাহ অনুষ্ঠানত নাচি থাকোতেই হাৰ্ট এটেকত শেষ জনপ্ৰিয় টিভি অভিনেতাৰ জীৱন

1 year ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

4 minutes ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

42 minutes ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

1 hour ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

2 hours ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

20 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

21 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

21 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

22 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

23 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

23 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

24 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বন্ধুৰ বিবাহ অনুষ্ঠানত নাচি থাকোতেই হাৰ্ট এটেকত শেষ জনপ্ৰিয় টিভি অভিনেতাৰ জীৱন

editor by editor
May 12, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বন্ধুৰ বিবাহ অনুষ্ঠানত নাচি থাকোতেই হাৰ্ট এটেকত শেষ জনপ্ৰিয় টিভি অভিনেতাৰ জীৱন
0
SHARES
764
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বন্ধুৰ বিবাহ অনুষ্ঠানত নাচি থাকোতেই হাৰ্ট এটেকত শেষ জনপ্ৰিয় টিভি অভিনেতাৰ জীৱন

টিভি জগতৰ পৰা আহিছে আন এক দুখৰ খবৰ। এইবাৰ আন এগৰাকী অভিনেতাৰ মৃত্যু হাৰ্ট এটেক হৈ। আজি ১২ মে’ তাৰিখে টিভি জগতৰ পৰা আহে এই বেয়া খবৰ। কানাড়া টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা ৰাকেশ পূজাৰীৰ মৃ্ত্যু।

কানাড়া টিভি জগত বৰ্তমানে শোকত। কমেডী শ্ব’ ‘কমেডী খিলাড়ী’ৰ জৰিয়তে স্বীকৃতি লাভ কৰা ৰাকেশ পূজাৰীৰ আজি হৃদযন্ত্ৰ বন্ধ হৈ যোৱাৰ পিছত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

কালি অৰ্থাৎ ১১ মে’ত বন্ধুৰ বিবাহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল ৰাকেশ । তাতেই অন্য বন্ধু বান্ধৱৰ সৈতে নাচি বাগি ফুৰ্তি কৰি থাকে ৰাকেশে। কিন্তু নাচি থাকোতেই হঠাতে হাৰ্ট এটেকত আক্ৰান্ত হয় ৰাকেশ। আৰু ঘটনাস্থলীতেই শেষ নিশ্বাস ত্যাগ কৰে।

ৰাকেশ পূজাৰীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩৪ বছৰ। ৰাকেশৰ মৃত্যু শোক প্ৰকাশ কৰে তেখেৰ পৰিয়াল, বন্ধু তথা বহু অনুৰাগীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kanada TVPassed AwayTv Actor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী
ভাৰত

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

August 15, 2026
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ
ভাৰত

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

August 15, 2026
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?
ভাৰত

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

August 15, 2026
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?
ভাৰত

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

August 15, 2026
Next Post
১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত কি কি ৰেকৰ্ড গঢ়িলে কোহলীয়ে

১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত কি কি ৰেকৰ্ড গঢ়িলে কোহলীয়ে

‘ভয়ক জয় কৰিলেই পৃথিৱী জয় সম্ভৱ’, বুদ্ধ পূৰ্ণিমাতেই জানি থওক গৌতম বুদ্ধৰ ১০টা অমৰ বাণী

‘ভয়ক জয় কৰিলেই পৃথিৱী জয় সম্ভৱ’, বুদ্ধ পূৰ্ণিমাতেই জানি থওক গৌতম বুদ্ধৰ ১০টা অমৰ বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.