• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
DSPৰ নিযুক্তি পত্ৰসহ ৫০ লাখ টকা প্ৰদান মুখ্যমন্ত্ৰীৰ, স্বৰ্ণকন্যা নয়মমণি শইকীয়ালৈ অভিনন্দন

DSPৰ নিযুক্তি পত্ৰসহ ৫০ লাখ টকা প্ৰদান মুখ্যমন্ত্ৰীৰ, স্বৰ্ণকন্যা নয়মমণি শইকীয়ালৈ অভিনন্দন

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

40 minutes ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

2 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

2 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

3 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

4 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

5 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

5 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

6 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

6 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

6 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

6 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

DSPৰ নিযুক্তি পত্ৰসহ ৫০ লাখ টকা প্ৰদান মুখ্যমন্ত্ৰীৰ, স্বৰ্ণকন্যা নয়মমণি শইকীয়ালৈ অভিনন্দন

editor by editor
September 3, 2022
in অসম, ক্ৰীড়া
0
DSPৰ নিযুক্তি পত্ৰসহ ৫০ লাখ টকা প্ৰদান মুখ্যমন্ত্ৰীৰ, স্বৰ্ণকন্যা নয়মমণি শইকীয়ালৈ অভিনন্দন
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কমনৱেলথ গেমছত দেশৰ হৈ ল’ন বলৰ দলীয় শাখাত স্বৰ্ণ পদক লাভ কৰা অসমৰ নয়নমণি শইকীয়াক অসম আৰক্ষীৰ DSP হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে৷

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে স্বৰ্ণ জয়ী নয়নমণি শইকীয়াক উপ আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰে৷ একে সময়তে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম চৰকাৰৰ পৰা স্বৰ্ণ জয়ী খেলুৱৈগৰাকীলৈ ৫০ লাখ টকা আগবঢ়ায়৷

আজি ক্ৰীড়া পেন্সন দিৱস উপলক্ষ্যে জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত স্বৰ্ণজয়ী ক্ৰীড়াবিদগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই DSPৰ নিযুক্তি পত্ৰৰ লগতে ৫০ লাখ টকাৰ চেক আগবঢ়ায়৷

লগতে পঢ়ক সোণৰ সংসাৰ কৰিবলৈ প্ৰেমিকৰ সৈতে পলাইছিল প্ৰেমিকা, প্ৰেমিকাক ছুৰিকাঘাত কৰি ধন সোণ লৈ পলাল প্ৰেমিক

উল্লেখ্য যে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত অসমৰ নয়নমণি শইকীয়া ল’ন বলৰ দলীয় শাখাত স্বৰ্ণ পদক জয়ী কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ কমনৱেলথ গেমছত স্বৰ্ণ জয়ৰ পাছতে ক্ৰীড়াবিদগৰাকীক তেওঁ কৰ্তব্যৰত বন বিভাগত উপ পৰিদশকৰ পদলৈ বিভাগীয় পদোন্নতিও প্ৰদান কৰা হৈছিল৷

আনহাতে আজিৰ ক্ৰীড়া পেন্সন দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যৰ ৮ গৰাকী খেলুৱৈক ক্ৰীড়া পেঞ্চন প্ৰদান কৰে। এই ৮ গৰাকী খেলুৱৈ হ’ল ক্ৰমে অমৃত কান্তা সিংহ, নতুন সিনহা, ৰঞ্জিত ৰাজকুমাৰ, মৌচুমী ভূঞা, শ্যামলিনি দেৱী, ৰজনী দেউৰী, মনিকংকনা দত্ত বৰুৱা আৰু পল্লৱী দত্ত বৰুৱাক চৰকাৰে প্ৰদান কৰিলে পেন্সন। ইফালে ৪ গৰাকী সৰ্বশ্ৰেষ্ঠ এনচিচি কেডেটক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamCommonwealth Games 2022Commonwealth games gold winnerNayanmoni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!
বিনোদন

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

March 27, 2026
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
Next Post
সাধু কথাতে ৰ’বগৈ নেকি নগদ ধন? দেশত ডিজিটেল পেমেণ্ট প্ৰসাৰৰ কৃতিত্ব কাৰ?

সাধু কথাতে ৰ’বগৈ নেকি নগদ ধন? দেশত ডিজিটেল পেমেণ্ট প্ৰসাৰৰ কৃতিত্ব কাৰ?

Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?

Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.