• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

2 months ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

18 minutes ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

48 minutes ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

6 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

6 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

7 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

8 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

8 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

9 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

11 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

জানক চৰকাৰে কি নতুন নিয়ম আনিছে

editor by editor
August 7, 2026
in নিয়োগ, বিবিধ, ভাৰত, লেখা
0
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে
0
SHARES
383
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্মজীৱন আৰু সন্তানৰ লালন-পালনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো কৰ্মৰত অভিভাৱকসকলৰ বাবে সদায়েই এক ডাঙৰ প্ৰত্যাহ্বান। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি নতুন শ্ৰম সংহিতা (New Labour Code)ৰ অধীনত কৰ্মস্থলত শিশুৰ যত্নৰ বাবে Creche সুবিধাৰ নিয়ম অধিক বিস্তৃত আৰু নমনীয় কৰা হৈছে। ছ’চিয়েল ছিকিউৰিটি কোড, ২০২০ আৰু অকুপেচনেল ছেফ্টি, হেল্থ এণ্ড ৱৰ্কিং কণ্ডিচনছ কোড, ২০২০ (OSHWC)ৰ লগতে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে জাৰি কৰা স্পষ্টীকৰণ অনুসৰি, ৫০ জন বা তাতকৈ অধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠানত ছয় বছৰৰ তলৰ সন্তান থকা কৰ্মচাৰীসকলৰ বাবে ক্ৰেছ সুবিধা বাধ্যতামূলক। এই ক্ৰেছ সুবিধা কাৰ্যালয়ৰ পৰা এক কিলোমিটাৰৰ ভিতৰত থাকিব লাগিব। আইন অনুসৰি, কোম্পানীয়ে নিজাববীয়াকৈ Creche চলাব পাৰে অথবা ওচৰৰ আন প্ৰতিষ্ঠানৰ সৈতে মিলি এক যৌথ Creche সুবিধাও গঢ়ি তুলিব পাৰে।

নতুন নিয়মৰ এটা উল্লেখযোগ্য পৰিবৰ্তন হৈছে যে ক্ৰেছ সুবিধা এতিয়া কেৱল মহিলা কৰ্মচাৰীৰ বাবে সীমাবদ্ধ নহয়। ২০২৬ চনৰ ১৬ মাৰ্চত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে জাৰি কৰা স্পষ্টীকৰণ অনুসৰি, OSHWC Codeৰ অধীনত ক্ৰেছ সুবিধা সকলো কৰ্মচাৰীৰ বাবে উপলব্ধ থাকিব লাগিব। অৱশ্যে, Social Security Codeৰ কিছুমান ধাৰাত এতিয়াও “মহিলা” আৰু Single Parent আদি শব্দ ব্যৱহাৰ কৰা হৈছে। কিন্তু উদ্যোগ মহলত এই বিধানসমূহ সম্পূৰ্ণ লিংগ-নিৰপেক্ষ কৰাৰ দাবী ক্ৰমাৎ বৃদ্ধি পাইছে।

যদি কোনো কোম্পানীয়ে বাস্তৱিকভাৱে Crecheৰ সুবিধা প্ৰদান কৰিব নোৱাৰে, তেন্তে কৰ্মচাৰীৰ সন্মতি সাপেক্ষে কোম্পানীয়ে নগদ Creche ভাট্টা দিব পাৰে। প্ৰতিটো শিশুৰ বাবে প্ৰতিমাহে কমেও ৫০০ টকা ভাট্টা দিব লাগিব সংশ্লিষ্ট কৰ্মচাৰীক। এই সুবিধা সাধাৰণতে সৰ্বাধিক দুটা সন্তানলৈকে প্ৰযোজ্য। অৱশ্যে যমজ সন্তানৰ ক্ষেত্ৰত খৰচৰ পৰিমান ব্যতিক্ৰম হ’ব পাৰে।

আনহাতে দিনটোত চাৰিবাৰ Crecheলৈ যোৱাৰ অনুমতি, য’ত বিশ্ৰামৰ সময়ো অন্তৰ্ভুক্ত থাকিব। সন্তানৰ বয়স ১৫ মাহ নোহোৱালৈকে প্ৰতিদিনে দুবাৰ স্তনপান (Nursing) বিৰতি, প্ৰতিবাৰত বিৰতিৰ সময়ত ১৫ মিনিট আৰু লগতে Crecheলৈ প্ৰতিবাৰে অহা-যোৱাৰ বাবে অতিৰিক্ত ১৫ মিনিট সময়ৰ সুবিধা দিব লাগিব। আইন অনুসৰি কোম্পানীয়ে কেৱল ক্ৰেছৰ বাবে ঠাই দিলেই নহ’ব, শিশুৰ সুৰক্ষা আৰু সুস্থ পৰিৱেশ নিশ্চিত কৰাটোও বাধ্যতামূলক।

সুৰক্ষা আৰু সুস্থ পৰিৱেশৰ ক্ষেত্ৰত CCTV নজৰদাৰী ব্যৱস্থা থাকিব লাগিব। Creche কৰ্মচাৰীৰ আৰক্ষী সত্যাপন, বিশুদ্ধ বতাহ আৰু খোৱাপানীৰ সুবিধা, প্ৰাথমিক চিকিৎসা (First Aid)ৰ ব্যৱস্থা, শিশুসকলৰ বাবে নিৰাপদ খেলপথাৰ আৰু খেলাৰ স্থান, পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ ব্যৱস্থা থাকিব লাগিব। এই নতুন ব্যৱস্থাসমূহৰ লক্ষ্য হৈছে কৰ্মৰত অভিভাৱকসকলৰ ওপৰত সন্তানৰ যত্নৰ চাপ হ্ৰাস কৰা আৰু কৰ্মস্থলক অধিক পৰিয়াল-বান্ধৱ (Family-friendly) কৰি তোলা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24private sector employee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

October 10, 2026
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন
জীৱনশৈলী

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

October 10, 2026
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 9, 2026
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
Next Post
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.